নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৩০ জুনৰ পাছত মন্তব্য দিব ৰাজ্যিক বিজেপিয়ে: ৰঞ্জিত দাস

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ- বিক্ষোভৰ জুই। ইতিমধ্যে ৰাজ্যখনৰ সৰ্বস্তৰৰ জনসাধাৰণে বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে মাৰবান্ধি ওলাই...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তেজপুৰত সাংবাদিকৰ প্ৰতিবাদ

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত  আছে প্ৰতিবাদ- বিক্ষোভৰ জুই। ইয়াৰ মাজতে মঙলবাৰে তেজপুৰত শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ আহ্বানত প্ৰায় সহস্ৰাধিক...

Read moreDetails

কাৰ্বি আংলঙত জৈৱিক চাহ উৎপাদনৰ কৰ্মশালা সম্পন্ন

চাহ উৎপাদনৰ পৰম্পৰাগত ধাৰাৰ পৰা আঁতৰি আহি জৈৱিক উৎপাদনৰ ক্ষেত্ৰত খোজ দিছে অসমৰ কাৰ্বি আংলং জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে। এই...

Read moreDetails

মাণিকপুৰ আৰক্ষীৰ অভিযানত জব্দ পাইন কাঠভৰ্তি দুখন ট্ৰাক

মাণিকপুৰ আৰক্ষীৰ বাবে এক বৃহৎ সফলতা। সোমবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাৱে কঢ়িওৱা পাইন কাঠভৰ্তি দুখন ট্ৰাক...

Read moreDetails

দুধনৈত বনৰীয়া হাতীৰ সন্ত্ৰাস : খবৰ দিয়াৰ পিছতো উপস্থিত নহ’ল বন বিভাগৰ কৰ্মী

গোৱালপাৰা জিলাৰ দুধনৈৰ বাৰীগাঁৱত মুক্ত বিচৰণ কৰি থকা প্ৰায় ২৫-৩০ জনীয়া এটা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে।...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বকলীয়াঘাটত আছুৰ উদ্যোগত জোঁৰ সমদল

সমগ্ৰ ৰাজ্যখনতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক লৈ উত্তাল পৰিৱেশে বিৰাজ কৰি থকাৰ সময়তে সোমবাৰে কাৰ্বি পাহাৰৰ বকলীয়াঘাট নগৰীত আছুৰ...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কাইলৈ নলবাৰীত বিশাল প্ৰতিবাদী সমাৱেশ

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬কে ধৰি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদি নেতৃত্বাধীন চৰকাৰ আৰু ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ জনবিৰোধী আৰু জাতীয় স্বাৰ্থ-বিৰোধী...

Read moreDetails

ৰাজ্যৰ চাকিৰমুখী নিবনুৱা প্ৰাৰ্থীলৈ সু-খবৰ : আবেদনকাৰীৰ বয়সৰ ঊৰ্ধ্বসীমা ৪৪ বছৰলৈ বৃদ্ধি

সোমবাৰে হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে কৰা এক ঘোষণাই ৰাজ্যবাসীৰ নিবনুৱা যুৱক সকললৈ কঢ়িয়াই আনে এক সু-খবৰ। সংবাদমেলৰ জৰিয়তে হিমন্ত...

Read moreDetails

ডিমাচা ভৱন মুকলি ড০ হিমন্ত বিশ্ব শৰ্মাৰ : ডিমা হাচাও উন্নয়নৰ ধন ৰাশি ১০০ কোটিলৈ বৃদ্ধি

‘নতুন দিল্লীত নিৰ্মাণ কৰা হ’ব তিনিটা নতুন ভৱন। শীঘ্ৰে নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব অসম ভৱন, কাৰ্বি ভৱন আৰু ডিমাচা ভৱন...

Read moreDetails

কঁহৰাত অাম গছৰ ডাল ভাগি পৰি নিহত ২৫ বছৰীয়া যুৱক

কাজিৰঙাৰ কঁহৰাত সোমবাৰে সংঘটিত এক দুৰ্ঘটনাৰ ফলত প্ৰজ্ঞান শইকীয়া (২৫) নামৰ এজন যুৱকৰ মৃত্যু হয়। উল্লেখযোগ্য যে সোমবাৰে সন্ধ্যা কঁহৰাৰ...

Read moreDetails
Page 5441 of 5945 1 5,440 5,441 5,442 5,945

Stay Connected

Recent News