নগাঁৱৰ ৰাইদংগীয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰাইজ

নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ বাতিলৰ দাবীত দেওবাৰে নগাঁও জিলাৰ নিকটবৰ্তী অঞ্চল ৰাইদংগীয়াত কেইবা সহস্ৰাধিক ৰাইজে ৰাজপথ কঁপাই তোলে। প্ৰতিবাদকাৰী ৰাইজে...

Read moreDetails

অসম পৰ্যটন বিভাগে শীঘ্ৰেই টিপামত নিৰ্মাণ কৰিব চুক্যাফাৰ প্ৰতিমূৰ্তি

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক টিপাম পাহাৰক অসম পৰ্যটন বিভাগে পৰ্যটন উদ্যোগৰ অধীনত অন্তৰ্ভুক্ত কৰিছে। শেহতীয়াকৈ টিপামৰ প্ৰতি...

Read moreDetails

শিলচৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰিজন ক্ৰিকেট জুৱাৰি

চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে অব্যাহত আছে জুৱাৰ ৰমৰমীয়া বেহা। ক্ৰিকেট খেলৰ জনপ্ৰিয়তাৰ সুযোগ...

Read moreDetails

উত্তৰ-পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয় : নেছ’

কেন্দ্ৰীয় চৰকাৰে বিদেশীক ৰক্ষণাবেক্ষণ দিবলৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বিৰুদ্ধে একত্ৰিতভাৱে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ছাত্ৰ সংগঠনসমূহৰ...

Read moreDetails

বাতিল হ’ব পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ দেওবাৰে হোৱা পৰীক্ষা?

আজি ২০ মে’ত অনুষ্ঠিত হোৱা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষা ( Panchayat & Rural Development Exam )ৰ প্ৰশ্নকাকত বিভিন্ন...

Read moreDetails

পাঠশালাত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা : এজন নিহত, ক্ষুব্ধ জনতাৰ থানালৈ শিলগুটি নিক্ষেপ

ভূটানৰ এখন তীব্ৰবেগী ট্ৰাকৰ খুণ্ডাত পাঠশালাত আজি নিশা এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি নগৰখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে দুখন...

Read moreDetails

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ৰ অজ্ঞাতে প্ৰতীক হাজেলাই নিজে একো সিদ্ধান্ত ল’ব নোৱাৰে : ৰিপুণ বৰা

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ অজ্ঞাতে নিজাববীয়াকৈ কিছুমান সিদ্ধান্ত লোৱাৰ গুৰুতৰ অভিযোগ তুলি আজি অসম প্ৰদেশ কংগ্ৰেছ...

Read moreDetails

ইয়াত যিমানখিনি লোক আজি দেখিছো, সেইসকলৰ কিছুমান আগতে কংগ্ৰেছী আছিল : নেডাৰ মঞ্চত হাগ্ৰামা

“আমাক চিকিৎসা মহাবিদ্যালয় দিম বুলি কৈছিল, কিন্তু দিয়া নাই কিয়?” আজি নেডাৰ সভাত উপস্থিত থকা বি পি এফ দলৰ প্ৰধান...

Read moreDetails

মঙলদৈত প্ৰথমখন ফুটবল আৰু টেবুল টেনিছ একাডেমি উদ্ধোধন

মঙলদৈৰ তৰুণ ফুটবল খেলুৱৈসকলক সঠিকভাৱে আগবঢ়াই নিয়াৰ উদ্দেশ্যে মঙলদৈ ক্ৰীড়া সন্থাই আজি অঞ্চলটোৰ প্ৰথমখন ফুটবল একাডেমিৰ উদ্ধোধন কৰে। আজি আবেলি...

Read moreDetails

উদ্ভট মন্তব্য অমিত শ্বাহৰ : ধলা-শদিয়া দলং নিৰ্মাণৰ জৰিয়তে ভূপেন হাজৰিকাক বিশ্ববিখ্যাত কৰিলে বিজেপিয়ে

আজি ‘নেডা’ৰ অভিৱৰ্তনত ভাগ ল’বলৈ অসমলৈ অহা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নিজৰ ভাষণত মোদী বন্দনা আৰু মিথ্যাচাৰৰ বিৰল সংমিশ্ৰণ...

Read moreDetails
Page 5447 of 5946 1 5,446 5,447 5,448 5,946

Stay Connected

Recent News