চাংলাঙত চিংফৌসকলৰ ৰাজহুৱা সভা : আগন্তুক অৰুণাচল বিধানসভা নিৰ্বাচনত সম্প্ৰদায়টোৰ এগৰাকী প্ৰাৰ্থীকে থিয় কৰাব বৰডুমচা-ডিয়ুন সমষ্টিত

আগন্তুক বিধানসভা নিৰ্বাচনত ৪৯ বৰডুমচা-ডিয়ুন সমষ্টিত চিংফৌ সম্প্ৰদায়ৰে কেবাজনো প্ৰাৰ্থী থিয় হৈ ভোটাৰসকলক বিভ্ৰান্ত কৰাটো ৰোধ কৰাৰ বাবে ৰাজ্যখনৰ চাংলাং...

Read moreDetails

গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ এদিনীয়া খেল

উত্তৰ-পূবৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে এটা সুখৱৰ যে অহা অক্টোৱৰত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ এখন এদিনীয়া আন্তৰ্জাতিক মেচ গুৱাহাটীত অনুষ্ঠিত হ’ব। মুম্বাই,...

Read moreDetails

নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ

নুমলীগড়ৰ শোধনাগাৰৰ নগৰাঞ্চলত বন বিভাগে পতা এটা পিঞ্জৰাত আজি পুৱতি নিশা এটি মাইকী নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয় ৷ দীর্ঘদিন ধৰি...

Read moreDetails

ত্ৰিপুৰা-বাংলাদেশৰ সম্বন্ধ কেৱল কূটনৈতিক নহয় : জিষ্ণু দেৱবৰ্মন

আগৰতলাত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তই শনিবাৰে বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ ৯৯তম জন্ম বাৰ্ষিকীত বাংলাদেশৰ ৰাষ্ট্ৰীয় শিশু দিৱস উদযাপন কৰে। ত্ৰিপুৰাৰ...

Read moreDetails

সীমান্তত অসমৰ ভূমিত থকা মছজিদ দখল কৰিলে মিজোৰাম আৰক্ষীয়ে

সীমান্তৰ অসমৰ মাটিত থকা এটা মছজিদ মিজোৰাম আৰক্ষীয়ে দখল কৰাৰ পিছত অসম-মিজোৰাম সীমান্ত বিবাদে এক নতুন মোৰ লৈছে। হাইলাকান্দি জিলাৰ...

Read moreDetails

কুৰি শতিকাৰ জনপ্ৰিয় বিজ্ঞানী ষ্টিফেন হকিং আছিল জীৱন্ত কিংবদন্তি : ড০ সৰ্বেশ্বৰ বুজৰবৰুৱা

মহানগৰীৰ তাৰকাগৃহ সভাকক্ষত শনিবাৰে মহা বিশ্বৰ ৰহস্য সন্ধানী তাত্বিক পদাৰ্থ বিজ্ঞানী ষ্টিফেন হকিঙৰ স্মৃতিত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। নিখিল...

Read moreDetails

দক্ষিণ শালমাৰাত ৫ জন জিএনএলএ সদস্যক আটক অসম আৰক্ষীৰ

দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষীয়ে শনিবাৰে এক তালাচী অভিযানৰ সময়ত গাৰো লিবাৰেইশ্যন আৰ্মি (জিএনএলএ)ৰ পাঁচজন দুৰ্ধৰ্ষ  সদস্যক দক্ষিণ শালামাৰা-মানকাচৰৰ জিলা সদৰ হাটশিঙীমাৰিৰ...

Read moreDetails

বোকাখাতৰ বিহৰা চাহ বাগিচাৰ সমীপত পথ দুৰ্ঘটনা : এজন নিহত

বোকাখাতৰ বিহৰা চাহ বাগিচাৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় পথত হোৱা এক পথ দুৰ্ঘটনাত শনিবাৰে এজন চাইকেল আৰোহীৰ মৃত্যু হয় ৷...

Read moreDetails

প্ৰসিদ্ধ সাংবাদিক, লিখক অনন্ত কুমাৰ দাসৰ বিয়োগ

কেইবাখনো গ্ৰন্থৰ লিখক, প্ৰসিদ্ধ সাংবাদিক অনন্ত কুমাৰ দাসৰ বহস্পতিবাৰে নিশা নিজা বাসভৱনত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২...

Read moreDetails

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি অগপৰ : ২৬ মাৰ্চত জিলা সভাপতি, সম্পাদকৰ সভা

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ দলে নিজৰ প্ৰস্তুতি আৰম্ভ কৰি তুলিছে। বিজেপিৰে মিত্ৰতা নকৰাকৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ...

Read moreDetails
Page 5656 of 5938 1 5,655 5,656 5,657 5,938

Stay Connected

Recent News