অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পাহৰিলে ব’হাগ বিহু : উৰুকাৰ বাবে আদবাটতে সলালে চলি থকা প্ৰথম বৰ্ষৰ ১৩ এপ্ৰিলৰ পৰীক্ষাৰ দিন

ব’হাগ বিহুৰ বাবে আদবাটতে পিছুৱালে চলি থকা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ১৩ এপ্ৰিলৰ পৰীক্ষা। সূচীত ঘোষণা কৰা ১৩ এপ্ৰিলৰ পৰিৱৰ্তে...

Read moreDetails

কোকৰাঝাৰত ৰে’লৱেৰ মাটিত থকা অবৈধ বেদখলকাৰীক উচ্ছেদ ৰে’লৱে বিভাগৰ

বুধবাৰে কোকৰাঝাৰ চহৰৰ ৫ নং ৱাৰ্ডৰ অন্তৰ্গত দক্ষিণ টেঙাপাৰাত ৰে'লৱে বিভাগে এক উচ্ছেদ অভিযান চলায়। প্ৰাপ্ত তথ্য মতে ভাৰত চৰকাৰৰ...

Read moreDetails

যোৱা বিচ বছৰে নিযুক্তি নাই : নিযুক্তিৰ দাবীত প্ৰতিবাদ কৰা হোমিঅ’পেথিক ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ প্ৰহাৰ

প্ৰত্যেক বছৰে প্ৰায় ১৫০ ছাত্ৰ-ছাত্ৰী হোমিঅ’পেথিক মহাবিদ্যালয়সমূহৰ পৰা উত্তীৰ্ণ হৈ যায়। এইসকলৰ সংস্থাপনৰ কিবা ব্যৱস্থা কৰা উচিত নহয় নে? কিন্তু...

Read moreDetails

ৰেইলৱেই অধিগ্ৰহণ কৰা মাটিৰ বৰ্ধিত ক্ষতিপূৰণ দাবী ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰামৰ : ৰেইল অৱৰোধৰ ভাবুকি

লামডিং-শিলচৰ ব্ৰডগজ ৰেইলপথ নিৰ্মাণৰ সময়ত ৰে'লই বিভাগে অধিগ্রহণ কৰা মাটিৰ বৰ্ধিত ক্ষতিপূৰণ বিচাৰি হাফলঙৰ ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ'ৰামে ৰেইল বিভাগক হেঁচা দিয়াৰ লগতে...

Read moreDetails

এই বছৰৰে জুনৰ ভিতৰত ৰাইজলৈ মুকলি কৰি দিয়া হ’ব বগীবিল দলং

উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ আৰু দক্ষিণপাৰৰ মানুহে ইপাৰ সিপাৰ হোৱাত ভুগি থকা দীৰ্ঘদিনীয়া সমস্যাৰ প্ৰতি সমাধান কঢ়িয়াই দীৰ্ঘ প্ৰতীক্ষিত স্থলপথ-ৰে’লপথযুক্ত...

Read moreDetails

কলিয়াবৰত বনৰীয়া হাতীৰ গচকত প্ৰাণ গ’ল ৬০ বছৰীয়া বৃদ্ধৰ

হাতী-মানুহৰ সংঘাতত এজন ষাঠি বছৰীয়া বৃদ্ধই মৃত্যুক আকোৱালী লোৱা খবৰে পুনৰ কলিয়াবৰৰ কাৱৈমাৰী গাঁৱত শোকৰ ছাঁ পৰিছে। আজি পুৱতি নিশা...

Read moreDetails

পাপনৰ চুম্বন বিতর্ক : অনুসন্ধানৰ বাবে অসম আৰক্ষীৰ দল মুম্বাইলৈ

এণ্ড টি ভিৰ ৰিয়েলিটি শ্ব’ৰ মুম্বাইত চলি থকা শ্বুটিঙৰ সময়ত অবাঞ্ছিতভাৱে চুম্বন বিতৰ্কত সোমাই পৰা অসমৰ কণ্ঠশিল্পী অংগৰাগ মহন্ত ওৰফে...

Read moreDetails

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰ প্ৰতিবাদ: মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবী

এটাৰ পিছত আন এটা সময়সীমা পাৰ হোৱাৰ পিছত তথা ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি অসাৰ হোৱাৰ পিছত ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ...

Read moreDetails

মজুৰি বৃদ্ধিৰ দাবীত শিৱসাগৰৰ আমগুৰিতো দেখা গ’ল বাগিচা শ্ৰমিকৰ প্ৰতিবাদ

অসম চাহ মজদুৰ সংঘই আহ্বান কৰা চাহ বাগিচা বন্ধৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোবোৰ চাহ বাগিচাৰ কাম কাজ মঙলবাৰে স্তব্ধ হৈ...

Read moreDetails

বি টি এ ডি ভংগ কৰি দিয়াৰ বাবে ঐক্যবদ্ধভাৱে দাবী তুলিলে ৫ টা সংগঠনে

বি টি এ ডিত বড়োসকলৰ স্বাৰ্থক সুৰক্ষা দিয়াৰ অচিলাত অবড়ো জাতি-জনজাতিৰ গণতান্ত্ৰিক আৰু সাংবিধানিক অধিকাৰ খৰ্ব কৰিবলৈ ওলোৱাত চাৰিওফালৰ পৰা...

Read moreDetails
Page 5707 of 5935 1 5,706 5,707 5,708 5,935

Stay Connected

Recent News