কুকুৰা যুঁজক কেন্দ্ৰ কৰি বৰহাটত এজন লোক নিহত

উচ্চতম ন্যায়ালয়ৰ দ্বাৰা যিকোনো  জন্তুৰ যুঁজৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো চৰাইদেউ জিলাৰ বৰহাটত আয়োজন কৰা এক কুকুৰা যুঁজক কেন্দ্ৰ...

Read moreDetails

জানুৱাৰিৰ ১৪ তাৰিখৰ পৰা অনুষ্ঠিত হ’ল পৰম্পৰাগত হাছা কেকান উৎসৱ

অইন বছৰৰ দৰে এইবছৰো কৃষি চপোৱাৰ পিছত উদযাপন কৰা হাছা কেকান উৎসৱটিৰ ছাত্ৰ সিঙ টেৰণ মেম’ৰিয়েল ক্লাৱৰ উদ্যোগত ডিফুৰ লৰুলাংছোস্থিত...

Read moreDetails

মকৰ সংক্ৰান্তিত প্ৰায় চল্লিচ হাজাৰ তীৰ্থযাত্ৰীয়ে পৱিত্ৰ স্নান কৰিলে পৰশুৰাম কুণ্ডত

অসমৰ শদিয়াৰ দাঁতিতে থকা অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ কিংবদন্তি তথা লোকাচাৰ জড়িত বিখ্যাত পৰশুৰামকুণ্ডত হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে ভিৰ কৰেহি মকৰ...

Read moreDetails

গোৱালপাৰাত ২ জন গাৰো উগ্ৰপন্থীৰ সদস্যক আটক

আগন্তুক গণৰাজ্য দিৱসক কেন্দ্ৰ কৰি আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ সময়তে গোৱালপাৰা জিলাৰ পৰা দুজনকৈ উগ্ৰপন্থীক আটক কৰাৰ খবৰ পোৱা...

Read moreDetails

ডেৰশ বছৰীয়া এখন গাৱঁৰ ঐতিহ্য উদযাপন : ডেৰশ বছৰেও নহ’ল বুনিয়াদী আন্তঃগাঁথনি

ডিমা হাচাও জিলাৰ মাইবং উপ সংমণ্ডলৰ নবদি লাংটিং গাৱঁৰ বাসিন্দাসকলে উদযাপন কৰিলে  ডেৰশ বছৰীয়া গৌৰৱময় ঐতিহ্য। এই উপলক্ষে গাওঁখনৰ প্ৰাথমিক...

Read moreDetails

উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক আওকাণ কৰি অনুষ্ঠিত কৰিলে ঐতিহাসিক আঁহতগুৰিৰ ম’হযুঁজ

পহিলা মাঘৰ দিনা অনুষ্ঠিত হ’ল ঐতিহাসিক আঁহতগুৰি ম’হযুঁজ। উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক আওকাণ কৰি অসমীয়া জাতীয় পৰাম্পৰাৰ নিজস্ব স্বকীয়তা ৰক্ষাৰ স্বাৰ্থত...

Read moreDetails

চৈয়দ মুস্তাক আলী টি-২০ ত পূব মণ্ডল লীগৰ খেলত পৰাজিত অসম আৰু ত্ৰিপুৰা

চৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ পূব মণ্ডল লীগৰ এখন খেলত কালি অসম ঝাৰখণ্ডৰ হাতত আঠ উইকেটত পৰাজিত হয়। ঝাৰখণ্ডৰ...

Read moreDetails

অসম-ত্ৰিপুৰা গেইটৰ পৰা প্ৰায় ৫২০ কিলোগ্ৰাম গাঞ্জা জব্দ

এটা উল্লেখযোগ্য সফলতাত অসম আৰক্ষীৰ অভিযানকাৰী দলে যোৱা নিশা অসম-ত্ৰিপুৰা গেইটৰ পৰা প্ৰায় ৫২০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। ত্ৰিপুৰাৰ পৰা...

Read moreDetails

মিছামাৰী সেনাই নিৰ্মান কৰা সীমা বেৰক লৈ স্থানীয় লোকৰ মাজত উদ্বিগ্নতা বৃদ্ধি

শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত মিছামাৰীত সেনাই নিৰ্মান কৰা এখন সীমা বেৰক লৈ স্থানীয় লোকৰ মাজত উদ্বেগ বৃদ্ধি পাইছে।...

Read moreDetails

কাজিৰঙাৰ বাগৰি ৰেঞ্জত পুনৰ চোৰাং চিকাৰীৰ গঁড় হত্যা

গঁড়হত্যা ৰোধত ৰাজ্যৰ বন বিভাগ যোৱা এক-ডেৰ বছৰত উল্লেখযোগ্যভাৱে সফল হ’লেও এতিয়াও বন বিভাগৰ অসতৰ্কতাৰ সুযোগ লৈ ছেগা-চোৰোকাকৈ চলি আছে...

Read moreDetails
Page 5831 of 5946 1 5,830 5,831 5,832 5,946

Stay Connected

Recent News