কাজিৰঙাৰ পৰা বনৰীয়া হাতী ওলাই আহি বিশ্বনাথত চলালে সন্ত্ৰাস

কাজিৰঙাৰ পৰা ওলাই অহা এটা বৃহৎ হাতীৰ জাকে বিশ্বনাথ চাৰিআলি অঞ্চলত প্ৰৱেশ কৰি অঞ্চলবাসীৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এই বৃহৎ...

Read moreDetails

কাৰাগাৰৰ পৰা মুকলি হোৱাৰ ২৪ ঘণ্টাৰ পিছতেই আকৌ নিজৰ সংগ্ৰামী জীৱনলৈ উভতি আহিল কৃষক নেতা অখিল গগৈ

কাৰাগাৰৰ পৰা মুকলি হৈ অহাৰ ২৪ ঘণ্টাৰ পিছতেই আকৌ নিজৰ সংগ্ৰামী ক্ষেত্ৰলৈ উভতিল কৃষক নেতা অখিল গগৈ। বুধবাৰে কাৰাগাৰৰ পৰা...

Read moreDetails

আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে আৰম্ভ হ’ল প্ৰসন্ননাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা

এক উছৱমুখৰ পৰিৱেশৰ মাজেৰে নলবাৰী হৰি মন্দিৰত বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল ত্ৰিশ সংখ্যক প্ৰসন্ননাৰায়ণ চৌধুৰী সদৌ অসম একাংক...

Read moreDetails

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশ কৰিবলৈ সাজু ডিব্ৰুগড়

ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাড্ডুৰীয়ে বুধবাৰে ব্যক্ত কৰে যে অহা ৩১ ডিচেম্বৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) খচৰা প্ৰকাশ কৰিবলৈ...

Read moreDetails

গুৱাহাটীৰ চিত্ৰ নিৰ্মাতালৈ চিএছআইএফএফ ২০১৭’ সন্মান

গুৱাহাটীৰ তথ্যচিত্ৰ নিৰ্মাতা ডাঃ সত্যকাম ফুকনৰ ‘মাডাৰছ গুৰুদ্বাৰা’ নামৰ তথ্যচিত্ৰখনে ছত্ৰপতি শিৱাজী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, ২০১৭ (চিএছআইএফএফ-২০১৭) ত শ্ৰেষ্ঠ পৰিচালনাৰ...

Read moreDetails

দুখীয়া ছাত্ৰীৰ মাজত চাইকেল বিতৰণ ভাৰতীয় ষ্টেট বেংকৰ

ওদালগুৰি জিলাৰ ৰৌতা অঞ্চলৰ দুখীয়া ছাত্ৰীসকলক উৎসাহিত কৰাৰ মানসেৰে ৰৌতা চাৰিআলি স্থায়ী মঞ্চ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ষ্টেট বেংকে বুধবাৰে...

Read moreDetails

গুৱাহাটীত নৱবর্ষ উদযাপনৰ সময়ছোৱাৰ বাবে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা জাৰি

কামৰূপ মহানগৰ জিলা প্ৰশাসনে নৱবৰ্ষ উদযাপনৰ ক্ষেত্ৰত নাগৰিকসকলৰ বাবে কিছু নিৰ্দেশনা জাৰি কৰিছে। সৰ্বসাধাৰণ নাগৰিকৰ লগতে সংশ্লিষ্ট পক্ষলৈ জাৰি কৰা...

Read moreDetails

পহিলা জানুৱাৰীৰ পৰা বন্ধ হ’ব দেশীয় সুৰাৰ মহল

পহিলা জানুৱাৰীৰ পৰা সুৰাৰ মহল সমূহ বিলুপ্তি ঘটোৱা হ’ব বুলি আবকাৰী বিভাগে অধিসূচনাযোগে এই কথা বুধবাৰে প্ৰকাশ কৰে। দীৰ্ঘ দিনৰ...

Read moreDetails

সোণোৱাল কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ ৰাতিপুৱা ৯.৩০ বজাত আৰম্ভ হ’ব চৰকাৰী কাৰ্যালয়, নতুন ক্ৰীড়া নীতি ঘোষণা

বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত উন্নয়নমূলক কাম কাজ স্থবিৰ হৈ পৰা বুলি উত্থাপিত অভিযোগৰ মাজতে বুধবাৰে নিশা অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাখনো...

Read moreDetails

৩০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ ‘প্ৰতিভা বিকাশ সমাৰোহ’ত

দ্বিতীয় সংখ্যক ‘প্ৰতিভা বিকাশ সমাৰোহ’ টংলাৰ চাটগাৰি এম ভি স্কুলত বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে অন্ত পৰে। স্থানীয় মাধ্যমৰ চৰকাৰী বিদ্যালয় সমূহৰ...

Read moreDetails
Page 5873 of 5946 1 5,872 5,873 5,874 5,946

Stay Connected

Recent News