অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক হাৰাশাস্তি কৰিলে ভৰিব লাগিব ধন! পেঞ্চন প্ৰদানত পলম হ’লে বিষয়াৰ দৰমহাৰ পৰা কৰ্তন হ’ব জৰিমনা

অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলক সময়মতে পেঞ্চন প্ৰদান নিশ্চিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। পেঞ্চনৰ ফাইল প্ৰস্তুত কৰাত...

Read moreDetails

২১ মে’ৰ পৰা আৰম্ভ বিধানসভাৰ প্ৰথমখন অধিৱেশন : কোন হ’ব বিৰোধীৰ দলপতি?

অহা ২১ মে’ৰ পৰা নৱগঠিত ১৬ সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হ’ব। এই গুৰুত্বপূৰ্ণ অধিৱেশনখন অহা ২৬ মে’লৈকে চলিব...

Read moreDetails

নাছাৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ নিমন্ত্ৰণ লাভ অসম সন্তান জোনাক জ্যোতি বৰদলৈৰ : কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে অষ্টম শ্ৰেণীৰ ছাত্ৰজনে

কলিয়াবৰৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰই এক দীঘলীয়া আৰু কঠিন বাছনি প্ৰক্ৰিয়া অতিক্ৰম কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া এখন আন্তঃৰাষ্ট্ৰীয় নাছা...

Read moreDetails

জাগীৰোডত গৰুভৰ্তি বাহন জব্দ, উদ্ধাৰ ৩৮ টাকৈ গৰু

মঙলবাৰে অসমৰ জাগীৰোডৰ দেওশালৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে এক বৃহৎ অভিযান চলায়। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা এই অভিযানত...

Read moreDetails

বিশ্বকাপৰ বাবে দল ঘোষণা ব্ৰাজিলৰ; আঘাত অতিক্ৰমি দলত স্থান লাভ তাৰকা ফুটবলাৰ নেইমাৰৰ

আগন্তুক বিশ্বকাপৰ বাবে ব্ৰাজিলে ঘোষণা কৰিলে দল। আৰু ইয়াৰ লগে লগে দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পৰিছে। কাৰণ, পাঁচবাৰৰ চেম্পিয়ন দলটোত স্থান...

Read moreDetails

মানুহৰ বাবে বিপজ্জনক! বলীয়া কুকুৰক হত্যা কৰাৰ অনুমতিকে ধৰি কি কি নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে?

পথ আৰু ৰাজহুৱা স্থানৰ পৰা অঘৰী কুকুৰ আঁতৰোৱাৰ পূৰ্বৰ নিৰ্দেশ পুনৰীক্ষণৰ বাবে উত্থাপিত সকলো আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। ২০২৫...

Read moreDetails

সুৰক্ষিত নহয় ট্ৰাম্পৰ আমেৰিকা! কেলিফৰ্ণিয়াৰ ইছলামিক চেণ্টাৰত গুলীচালনাত ৫ জন নিহত, তদন্তত এফ বি আই

আমেৰিকাৰ কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ ইছলামিক চেণ্টাৰত অজ্ঞাত বন্দুকধাৰীয়ে তিনিজন লোকক গুলীয়াই হত্যা কৰিছে। এই ঘটনাত লগতে নিহত হয় দুজন আক্ৰমণকাৰী।...

Read moreDetails

আমেৰিকাত ৯৬ লাখ ৩১৪ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি; আদানীক জালিয়াতিৰ গোচৰত ৰেহাই দিলে ট্ৰাম্প চৰকাৰে

আমেৰিকাত অপৰাধমূলক গোচৰৰ পৰা মুক্ত হৈছে উদ্যোগপতি গৌতম আদানী। তেওঁৰ ভতিজাক সাগৰ আদানীকো সকলো গোচৰৰ পৰা দোষমুক্ত কৰা হয়। তেওঁলোকৰ...

Read moreDetails

আকাশলংঘী ইন্ধনৰ মূল্য: মঙলবাৰে পুনৰ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম;

দেশত ইন্ধনৰ অস্বাভাৱিক মূল্যবৃদ্ধি অব্যাহত থকাৰ মাজতে মঙলবাৰে এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে। চৰকাৰী তেল...

Read moreDetails

NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী জাৰি

কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে মেডিকেল প্ৰৱেশ পৰীক্ষা NEET-UG প্ৰশ্নকাকত ফাদিল গোচৰত ‘বিশেষাধিকাৰ ভংগৰ’ (প্ৰিভিলেজ) জাননী...

Read moreDetails
Page 89 of 5985 1 … 88 89 90 … 5,985

Stay Connected

Recent News