প্ৰসংগ মণিপুৰ : শতাধিক লোকৰ মৃত্যুত হৃদয় বিগলিত নোহোৱা প্ৰধানমন্ত্ৰী মোদীৰ মৌনব্ৰত ভংগ

বুধবাৰে ভাইৰেল হোৱা মণিপুৰত দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰা ভয়ানক ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ...

Read moreDetails

মণিপুৰৰ নৃশংসতাই জোকাৰিছে দেশ, তথাপি নিৰ্বাক মোদী! তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

মণিপুৰৰ নৃশংস নাৰী উৎপীড়নৰ ঘটনাই জোকাৰণি তুলিছে দেশত। দুই কুকি মহিলাক পথত উলংগ কৰি একাংশ মেইটেই সম্প্ৰদায়ৰ লোকে সমদল কৰি...

Read moreDetails

মণিপুৰৰ নৃশংস নাৰী উৎপীড়ন কাণ্ডই কঁপাইছে দেশ: দুই কুকি মহিলাক পথত উলংগ কৰি সমদল, দলবদ্ধ ধৰ্ষণৰ অভিযোগ

বিগত দুমাহতকৈ অধিক সময় ধৰি উত্তপ্ত হৈ থকা মণিপুৰৰ পৰিস্থিতিয়ে দেশব্যাপী উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যখনত সংঘটিত এক নৃশংস নাৰী...

Read moreDetails

মণিপুৰৰ ইন্টাৰনেট কৰ্তন : উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে

গুৱাহাটী উচ্চ ন্যায়ালয়ে মণিপুৰ চৰকাৰক ৰাজ্যখনত ইণ্টাৰনেট কৰ্তন উঠাই লোৱাৰ বাবে দিয়া নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে।...

Read moreDetails

থমা নাই হিংসা: মণিপুৰত গেছ চিলিণ্ডাৰ ভৰ্তি তিনি ট্ৰাকত অগ্নিসংযোগ; মহিলাক গুলীয়াই হত্যা

হত্যা-হিংসাৰ দাবানলত জাহ গৈছে মণিপুৰ। দুমাহতকৈ অধিক সময় ধৰি অগ্নিগৰ্ভৰ হৈ থকা মণিপুৰত এতিয়া শান্তি দূৰ নিলগত! ৰাজ্যখনত এতিয়াও শাম...

Read moreDetails

মণিপুৰৰ অশান্তিত ইন্ধন থাকিব পাৰে অনুপ্ৰৱেশকাৰীৰ; দাবী মণিপুৰৰ ৰাজ্যপাল উইকেৰ

অনুপ্ৰৱেশকাৰীয়েই হ’ব পাৰে মণিপুৰৰ অশান্তিৰ আঁৰৰ ইন্ধন। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সুৰতে এইবাৰ দাবী কৰিলে ৰাজ্যখনৰ ৰাজ্যপাল অনুসূয়া উইকে-য়ে।...

Read moreDetails

অগ্নিগৰ্ভৰ মণিপুৰ: ২৪ ঘণ্টাত দুই যুৱক, এগৰাকী মহিলাক গুলীয়াই হত্যা

অশান্ত মণিপুৰত এতিয়া শান্তি দূৰ নিলগত! ৰাজ্যখনত যেন এতিয়া প্ৰতি মুহূৰ্তত মৃত্যুৰ শংকা! হত্যা-হিংসাৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ মাজতে মণিপুৰত বিগত...

Read moreDetails

অশান্ত মণিপুৰ, ‘আশ্চৰ্যকৰভাৱে অদ্ভুত’ মোদীৰ মৌনতা: পুনৰ সৰৱ কংগ্ৰেছ

দুইমাহতকৈ অধিক সময় ধৰি অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ এতিয়াও শাম কটা নাই মণিপুৰত। ৰাজ্যখনৰ এই অশান্ত জৰ্জৰ পৰিস্থিতিৰ মাজতে কালি...

Read moreDetails

পুনৰ হিংসা মণিপুৰত! ইম্ফলৰ স্কুলৰ বাহিৰত মহিলাক ‘গুলীয়াই হত্যা’

মণিপুৰৰ ইম্ফল পশ্চিমত অচিনাক্ত দুষ্কৃতিকাৰীয়ে এগৰাকী মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ উঠিছে। মণিপুৰৰ ইম্ফল পশ্চিমৰ এখন বিদ্যালয়ৰ বাহিৰত বৃহস্পতিবাৰে (০৬...

Read moreDetails

বিতৰ্ক! ছাফ চেম্পিয়নশ্বিপ জয়ৰ পিছত ভাৰতীয় খেলুৱৈৰ গাত ত্ৰিৰংগাৰ সলনি ‘সাতৰঙী’ পতাকা

ভাৰতে নৱমবাৰৰ বাবে ছাফ চেম্পিয়নশ্বিপৰ খিতাপ লাভ কৰিছে। মঙলবাৰে বেংগালুৰুৰ কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ছাফৰ ৰুদ্ধশ্বাস ফাইনেলত কুৱেইটক পৰাস্ত কৰে...

Read moreDetails
Page 22 of 92 1 21 22 23 92

Stay Connected

Recent News