মেঘালয়ৰ গাৰো পাহাৰ জিলাত খৃষ্টিয়ান পাদ্ৰীক আক্ৰমণ, গীৰ্জাত লুটপাত
যোৱা কালি বুধবাৰে মাজনিশা মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত অৱস্থিত এটা গীৰ্জাত কোনো অচিনাক্ত লুটপাতকাৰীয়ে আক্ৰমণ সংঘটিত কৰে আৰু দুগৰাকী...
Read moreযোৱা কালি বুধবাৰে মাজনিশা মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত অৱস্থিত এটা গীৰ্জাত কোনো অচিনাক্ত লুটপাতকাৰীয়ে আক্ৰমণ সংঘটিত কৰে আৰু দুগৰাকী...
Read more৩০ জানুৱাৰি বুধবাৰে শ্বিলঙৰ ৰাজপথত দেখা গ’ল এটা অগতানুগতিক দৃশ্য। মেঘালয় ডেমক্ৰেটিক ফ্ৰণ্ট দলৰ এগৰাকী মন্ত্ৰী আৰু এগৰাকী বিধায়কেও ৰাজ্যখনত...
Read moreউত্তৰ-পূৰ্বাঞ্চলৰ ১১ টাকৈ ৰাজনৈতিক দলে মঙলবাৰে এখন অভিৱৰ্তনত মিলিত হৈ সৰ্বসন্মতভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।...
Read moreমেঘালয়ৰ কয়লাখনিত নিৰূদ্দিষ্ট হোৱা ১৫জন খনি শ্ৰমিকৰ এজনৰ মৃতদেহ বিচাৰি পোৱাৰ পাছত আৰু জিলা কৰ্তৃপক্ষই উক্ত মৃতদেহটো পৰিয়ালৰ হাতত অৰ্পণ...
Read moreযোৱা বছৰৰ ডিচেম্বৰ মাহৰ ১৩ তাৰিখে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত অৱস্থিত এটা কয়লাখনিৰ ৩৭০ ফুট গভীৰতাত আৱদ্ধ হৈ থকা...
Read moreমেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ এটা অবৈধ কয়লাখনিত ২০১৮ৰ ১৩ ডিচেম্বৰৰ পৰা আবদ্ধ হৈ থকা ১৫গৰাকী খনি শ্ৰমিকক জীয়ন্তে উদ্ধাৰ কৰা...
Read moreনাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ উত্তৰ-পূব উত্তাল হৈ থকাৰ সময়তে ইয়াৰ বিৰোধিতা কৰাৰ উদ্দেশ্যে মেঘালয় শাসনাধিষ্ঠ চৰকাৰৰ বিধায়কৰ এটা প্ৰতিনিধি...
Read moreনাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধক বিজেপিয়ে বুঢ়া আঙুলি দেখুওৱাৰ বিপৰীতে দলটোৰ মিজোৰাম প্ৰদেশে এইক্ষেত্ৰত স্পষ্ট বিৰোধিতা চিধা জনাই...
Read moreকেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ একাউণ্টত ১০০ কোটি টকা জমা কৰাৰ বাবে মেঘালয় চৰকাৰক নিৰ্দেশ জাৰি দিছে ৰাষ্ট্ৰীয় সেউজ ন্যয়াধিকৰণে। এই...
Read moreদুৰ্লভ প্ৰজাতিৰ এটা বান্দৰ পুৰি খাই বছৰৰ সন্ধিক্ষণতে গ্ৰেপ্তাৰ হৈছে চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ চেংকুদ চাংমা নামৰ এজন...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd