নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বিৰুদ্ধে নাগা ছাত্ৰ ফেডাৰেশ্যনে শনিবাৰে আহ্বান জনোৱা ৬ ঘণ্টীয়া নাগালেণ্ড বন্ধ শান্তিপূৰ্ণভাৱে সামৰণি পৰে। বন্ধৰ সময়ত...
Read moreDetailsএই মাহৰ আৰম্ভণিতেই প্ৰিপেইড প্লেনবিলাকৰ দাম বৃদ্ধি কৰা এয়াৰটেল আৰু ভোদাফোন-আইডিয়া টেলিকম কোম্পানিকেইটাই পুনৰ গ্ৰাহকলৈ ইয়াৰ আনলিমিডেট প্লেনবোৰত আনলিমিটেড ফ্ৰী...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কোহিমাত আজি নাগা ষ্টুডেণ্টছ ফেডাৰেচন (NSF)এ এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। প্ৰতিবাদস্থলীত সংগঠনটোৰ সভাপতি...
Read moreDetailsইনাৰলাইন পাৰ্মিট ব্যৱস্থাই নাগালেণ্ডক নাগৰিকত্ব সংশোধনী বিধেয়কৰ কুপ্ৰভাৱৰ পৰা বচাব নোৱাৰে বুলি এটা মত দাঙি ধৰিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী...
Read moreDetailsনাগালেণ্ডৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নাগালেণ্ডৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নাগালেণ্ডৰ জনতাক...
Read moreDetailsদেওবাৰৰ পৰা নাগালেণ্ডৰ ঐতিহাসিক কিছমা গাঁৱত দহদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হ’ব ২০১৯ বৰ্ষৰ হৰ্ণবিল ফেষ্টিভেল। নাগালেণ্ড চৰকাৰে ইতিমধ্যে উত্তৰ-পূবৰ বৃহৎ পৰ্যটন...
Read moreDetails২০১৯বৰ্ষৰ অন্তিমটো মাহ ডিচেম্বৰ আৰম্ভ হ’বলৈ আৰু কেইঘন্টামানহে বাকী আছে। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত এতিয়া বৰ্ষান্ত উদযাপন তথা খ্ৰীষ্টমাছ উদযাপনৰ...
Read moreDetailsনাগালেণ্ডৰ প্ৰসিদ্ধ তথা ঐতিহাসিক হৰ্ণবিল মহোৎসৱত গুটখা, পাণ মছলা আৰু তেনেধৰণৰ অন্য সামগ্ৰীত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বুধবাৰে নাগালেণ্ডৰ...
Read moreDetailsচৈয়দ মুস্তাক আলী টুৰ্ণামেণ্টত অসমৰ ছিনিয়ৰ দলটোৱে মেঘালয়, পডুচেৰীৰ বিৰুদ্ধে লজ্জাজনকভাৱে পৰাস্ত হোৱাৰ পিছত এইবাৰ ২৩ অনূৰ্ধ্বৰ দলটোৰ হতাশাজনক প্ৰদৰ্শনে...
Read moreDetailsনাগালেণ্ডৰ জনপ্ৰিয় গায়ক আল’ব’ নাগাই শেহতীয়াকৈ দক্ষিণ কোৰিয়াৰ কে-পপ তাৰকা দেবিতক ৰাজা মিৰ্চ্চা জলকীয়াৰ সোৱাদ দিয়ে। নাগালেণ্ডত নাগা ৰাজা মিৰ্চ্চা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd