অৰুণাচল প্ৰদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী কুমাৰ ৱাইয়ে বুধবাৰে দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছত যোগদান কৰে। এই উপলক্ষে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক...
Read moreDetailsস্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে আজাদী কা অমৃত মহোৎসৱ আঁচনিৰ অধীনত কাৰাদণ্ডৰ দুই তৃতীয়াংশ সম্পূৰ্ণ কৰা কয়দীসকলক মুকলি কৰি দিব...
Read moreDetailsবসতি স্থাপনৰ উদ্দেশ্যে মেঘালয়ত অনুপ্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকসহ ১০ গৰাকী ব্যক্তিক আটক কৰিছে সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ বিএছএফ-...
Read moreDetailsএতিয়াও শান্ত হোৱা নাই মণিপুৰ। ৰাজ্যখনত সৃষ্টি হোৱা ভয়াৱহ সংঘৰ্ষ জৰ্জৰ পৰিস্থিতিৰ প্ৰায় দুমাহ সম্পূৰ্ণ হওঁ হওঁ। কিন্তু এতিয়াও ৰাজ্যখনৰ...
Read moreDetailsএতিয়াও শান্ত হোৱা নাই সংঘৰ্ষ জৰ্জৰিত মণিপুৰ। অশান্ত জৰ্জৰ মণিপুৰলৈ শান্তি ঘুৰাই অনা আৰু আইনৰ শাসন চলাবলৈ ব্যৰ্থ হোৱা ৰাজ্যৰ...
Read moreDetailsএতিয়াও শান্ত হোৱা নাই মণিপুৰৰ হিংসাজৰ্জৰ পৰিস্থিতিৰ। দুই সম্প্ৰদায়ৰ মাজৰ সংঘৰ্ষ ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিণতিত এতিয়া জৰ্জৰিত হৈ...
Read moreDetailsৰাইজৰ মাজলৈ আহি আছে জয়ন্ত নাথৰ পৰিচালনাত নিৰ্মিত ছবি ‘ওৱাইড এংগল’। ছবিখনৰ কাহিনী ড° নগেন শইকীয়াৰ এটি বহুচৰ্চিত গল্পৰ আধাৰত...
Read moreDetailsস্বেচ্ছাসেৱী সংগঠন অনুপম জীৱন'ৰ উদ্যোগত আজি মহানগৰীৰ নতুন ফটাশিল টাউন হাইস্কুল প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালন কৰা...
Read moreDetailsভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া ক্ৰিকেট বিশ্বকাপ-২০২৩ৰ সূচী প্ৰকাশ কৰা হৈছে। ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপৰ যুঁজ। প্ৰথমখন মেচত যোৱাবাৰৰ...
Read moreDetailsমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাক ওবামা হুছেইন বুলি মুছলমানৰ পৰিচয়ৰে উল্লেখ কৰি অসম আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd