দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ পাৰমাণৱিক কাৰ্যসূচীৰ গোপন নথি-পত্ৰ নিজৰ ব্যক্তিগত বাসগৃহৰ বাথৰুমত ৰাখিছিল। ইয়াৰ উপৰিও আমেৰিকা চৰকাৰৰ বহু...
Read moreDetailsচাণক্য আছিল প্ৰথম মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্তৰ ৰাজনৈতিক উপদেষ্টা। কূটনীতিৰ বিশেষ দক্ষতাৰ বাবে তেওঁক কৌটিল্য বুলিও কোৱা হৈছিল। প্ৰাচীন ভাৰতৰ এই...
Read moreDetailsতিনিচুকীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শহুৰেকৰ নিৰ্মম আক্ৰমণৰ বলি হৈ মৃত্যুক সাৱটি ল’লে এগৰাকী গৰ্ভৱতী মহিলাই। জানিব পৰা মতে...
Read moreDetailsক্ৰমশ: হিংসা-হত্যাৰে জৰ্জৰিত হৈ পৰিছে মণিপুৰ। হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অশান্ত হৈ পৰা মণিপুৰত আজি পুনৰ সংঘটিত হয় এক ভয়াৱহ আক্ৰমণ।...
Read moreDetailsহাই-প্ৰফাইল লুইছ বাৰ্জাৰ কেলেংকাৰীৰ চি বি আইৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট এই কেলেংকাৰীটোৰ বিৰুদ্ধে যুঁজি অহা আৰ টি আইৰ এক্টিভিষ্ট ভবেন...
Read moreDetailsচিনেমাখনৰ নামটি এতিয়া অসমবাসীক ন-কৈ কোৱাৰ নিশ্চয়কৈ প্ৰয়োজন নাই। গত ৫জুন তাৰিখে অসমৰ লগতেই, অসমৰ বাহিৰৰো ভিন্ন চিত্ৰগৃহত মুক্তি লাভ...
Read moreDetailsঅসমীয়া সংগীত আৰু চিনেমাজগতলৈ জুবিন গাৰ্গৰ অপৰিসীম অৱদান উদযাপন কৰি জীৱন্ত কিংবদন্তিজনলৈ ৰেডিঅ' গপ্-শ্বপ্ ৯৪.৩ এফ এমে উপহাৰ স্বৰূপে আগবঢ়াইছে...
Read moreDetailsঅশান্তিত জ্বলিছে পাহাৰীয়া ৰাজ্য মণিপুৰ। কেতিয়া পুনৰ আৰম্ভ হ’ব ইণ্টাৰনেট সেৱা? ইয়াকে লৈ এক জৰুৰী শুনানিৰ বাবে কৰা আবেদন নাকচ...
Read moreDetailsভাৰতত অনুষ্ঠিত হ’বলৈ গৈ আছে ‘মিছ ৱৰ্ল্ড ২০২৩’ প্ৰতিযোগিতা। প্ৰায় তিনিটা দশকৰ অন্তত ভাৰতলৈ ঘূৰি আহিছে আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ এই...
Read moreDetailsবিবাহ বন্ধনত আৱদ্ধ হ’ল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কন্যা পাৰকালা ভাংগময়ী। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এজন গুৰুত্বপূৰ্ণ বিষয়া প্ৰতীক দোশীৰ সৈতে বিবাহপাশত আবদ্ধ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd