বৌদ্ধ ধৰ্মগুৰু দালাই লামাই এজন কিশোৰক ওঁঠত চুমা খাই বিতৰ্কত জড়িত হৈ পৰিছিল। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল...
Read moreDetailsদৈনন্দিন কাম-কাজ, পঢ়া-শুনা, বজাৰ-সমাৰ, মনোৰঞ্জন - সকলো কামতে মানুহে মোবাইল বা কম্পিউটাৰৰ ওপৰত নিৰ্ভৰ কৰে। কেৱল প্ৰাপ্তবয়স্কই নহয়, শিশুৱেও এই...
Read moreDetailsচলিত সপ্তাহত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়ত অসমত ৮৫০০ কোটি টকাৰ প্ৰকল্প মুকলি কৰিব মোদীয়ে। এই...
Read moreDetailsকৰিমগঞ্জত উদ্ধাৰ হৈছে এবিধ বিপন্ন প্ৰজাতিৰ জীৱ। জিলাখনৰ কালিবাৰী অঞ্চলৰ চোটোকোনা গাঁৱৰ বাসিন্দা মনোজ কুমাৰ নাথ নামৰ এজন লোকে প্ৰথমে...
Read moreDetails২০২৩ চনৰ এপ্ৰিল মাহত সম্পূৰ্ণ হোৱাৰ কথা আছিল মালিগাঁৱৰ নিৰ্মিয়মান উৰণীয়া সেঁতুৰ কাম। কিন্তু এতিয়ালৈকে শেষ হোৱাৰ নামেই লোৱা নাই...
Read moreDetailsঅসম চৰকাৰৰ শক্তি বিভাগৰ অধীনৰ এ.পি.ডি.চি.এলৰ প্ৰি-পেইড মিটাৰ সংযোগৰ ফলত ৰাইজে পূৰ্বতকৈ অত্যাধিক পৰিমাণৰ মাছুল ভৰিব লগা হৈছে। সম্পূৰ্ণ আসোৱাহ...
Read moreDetailsদেওবাৰে পুৱা গুৱাহাটীৰ আজাৰাত ৰে’লৰ খুন্দাত এজন লোকৰ মৃত্যু হয়। মৃত লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। জানিব পৰা...
Read moreDetailsহেম বৰুৱা বনাম মৃনাল শইকীয়া !! ## সাংসদ হেম বৰুৱাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি হেম বৰুৱা স্মৃতি ৰক্ষা...
Read moreDetailsকংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাটে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ ঠিকনা প্ৰেৰণ কৰিবলৈ কৈছে যাতে তেওঁ শৰ্মালৈ ‘তেওঁৰ প্ৰিয় বিস্কুট...
Read moreDetailsঅতীজৰে পৰা ৰেড ৱাইন জনপ্ৰিয় হৈ আহিছে। এতিয়া ভাৰততো বহুত মানুহ ৰেড ৱাইনৰ অনুৰাগী। ই সোৱাদৰ বাবেও বিখ্যাত। কিন্তু আপুনি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd