উত্তৰ-পূব

পুটিনৰ বাৰ্তা! ‘যিসকলে যুদ্ধৰ বিৰোধিতা কৰে তেওঁলোকক কঠোৰ শাস্তি দিব লাগিব’

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে আক্ৰমণৰ পিছৰে পৰা নিজৰ দেশত তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে। এইবাৰ তেওঁ দেশৰ ভিতৰত বিৰোধীক...

Read moreDetails

পুনৰ কেণা! ফাদিল হৈছিল অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো!

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিতৰ্ক তুংগত থকাৰ সময়তে আহিছে আন এক খবৰ। সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ...

Read moreDetails

হিতাধিকাৰী সৃষ্টিয়েই ৰাজ্যৰ উন্নয়ন নাসাধে: বাজেটক নতুনত্বহীন হতাশজনক বাজেট আখ্যা অসম জাতীয় পৰিষদৰ

হিতাধিকাৰীক তুষ্টিকৰণৰ বাজেটেৰে ৰাজ্যৰ মৌলিক সমস্যাক পুনৰ এবাৰ আওকান কৰিলে চৰকাৰে। আজি বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত বাজেট দাখিল কৰাৰ পিছতে...

Read moreDetails

মৃত অৱস্থাত উদ্ধাৰ অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰৰ নিৰুদ্দিষ্ট দুই পাইলটক

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ মাণ্ডালাৰ সমীপত আজি পুৱা দুৰ্ঘটনাত পতিত হোৱা ভাৰতীয় সেনাৰ হেলিকপ্টাৰখনৰ নিৰুদ্দিষ্ট দুয়োগৰাকী পাইলট নিহত হৈছে।...

Read moreDetails

অৰুণাচলত দুৰ্ঘটনাত পতিত সেনাৰ হেলিকপ্টাৰ: দুই সেনা বিষয়া নিৰুদ্দেশ

অৰুণাচল প্ৰদেশত দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ। প্ৰকাশিত খবৰ অনুসৰি ৰাজ্যখনৰ বমডিলা চহৰৰ পশ্চিম মাণ্ডালাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত...

Read moreDetails

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ দায়িত্ব স্বীকাৰ মুখ্যমন্ত্ৰীৰ; দোষীক কঠোৰ শাস্তিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰি কয় যে দায়িত্বত থকা কেন্দ্ৰৰ...

Read moreDetails

বিজ্ঞাপনৰ চৰকাৰ! সোণোৱালৰ ৫ বছৰৰ অভিলেখ ২ বছৰতে ভংগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

যোৱা দুবছৰত অসমৰ অসমৰ চৰকাৰে বিজ্ঞাপনৰ বাবে ১৩০.৫৯ কোটি টকা ব্যয় কৰিছে। পূৰ্বৰ চৰকাৰৰ তুলনা কৰিলে সৰ্বানন্দ সোণোৱালৰ চৰকাৰে ইয়াৰ...

Read moreDetails

ৰাজ্যিক বাজেট ২০২৩-২৪: বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট দাখিল; কি প্ৰতিশ্ৰুতি?

বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰীগৰাকীয়ে ২০২৩-২৪ বৰ্ষৰ বাবে ৯৩৫.২৩ কোটি টকাৰ ঘাটি বাজেট...

Read moreDetails

Bold and the Beautiful! ভেনিটি ফেয়াৰ অস্কাৰ পাৰ্টিত সাহসী ফেশ্বন প্ৰদৰ্শন হাণ্টাৰ শ্বাফাৰৰ

শেহতীয়া ভেনিটি ফেয়াৰ অস্কাৰ পাৰ্টিত তাৰকা হাণ্টাৰ শ্বাফাৰে এক পাহৰিব নোৱাৰা ফেশ্বন প্ৰদৰ্শন আগবঢ়াইছে। ইউফোৰিয়া তাৰকাগৰাকীয়ে এটা বক্ৰভাৱে কটা বগা...

Read moreDetails

কোৱাৰ্টাৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ মৃতদেহ

গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ এজন ব্যক্তিগত নিৰাপত্তাৰক্ষী বিষয়াক (পিএছঅ') বুধবাৰে তেওঁৰ কোৱাৰ্টাৰটোৰ চৌহদৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা বুলি জানিব...

Read moreDetails
Page 1249 of 6192 1 … 1,248 1,249 1,250 … 6,192

Stay Connected

Recent News