উত্তৰ-পূব

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

যোৱা বছৰ নৱেম্বৰত বজাৰত উপস্থিত হোৱাৰ পিছত অপেনএআইত নিৰ্মিত কৃত্ৰিম বুদ্ধিমত্তা চালিত (এআই) চেটবট চাটজিপিটিয়ে (ChatGPT) সমগ্ৰ বিশ্বতে ব্যাপক জনপ্ৰিয়তা...

Read moreDetails

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

প্লাষ্টিকৰ আটাইতকৈ ক্ষুদ্ৰ কণা মাইক্ৰ'প্লাষ্টিক মানুহৰ তেজত পোৱা গৈছে।  প্ৰথমবাৰৰ বাবে বিজ্ঞানীসকলে ইয়াক মানুহৰ শিৰাৰ ভিতৰত বিচাৰি পাইছে। নতুন গৱেষণাই...

Read moreDetails

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) সাৰদা চিটফাণ্ড কেলেংকাৰীৰ সন্দৰ্ভত অসমৰ প্ৰাক্তন কংগ্ৰেছ নেতা প্ৰয়াত অঞ্জন দত্ত, পশ্চিমবংগৰ চিপিআই(এম)ৰ প্ৰাক্তন বিধায়ক দেবেন বিশ্বাস,...

Read moreDetails

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

সেউজ ছিকিমৰ লক্ষ্যৰে তথা মানুহ আৰু প্ৰকৃতিৰ সংযোগক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে এক উদ্ভাৱনীমূলক সেউজ বিপ্লৱ সূচনা কৰিবলৈ আগবাঢ়িছে ছিকিম...

Read moreDetails

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

এন পি পি আৰু বিজেপিৰ ভিতৰুৱা মিত্ৰতা উদঙাই দি বৃহস্পতিবাৰে মেঘালয় তৃণমূল কংগ্ৰেছৰ নেতা এন্ডিউ ছুল্লাই-এ কয় যে এন পি...

Read moreDetails

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

বৰপেটাস্থিত কৃষ্ণ গুৰু সেৱা আশ্ৰমে বিশ্ব শান্তিৰ বাবে আয়োজন কৰিছে অখণ্ড কীৰ্ত্তন। যোৱা ৫ জানুৱাৰীৰ পৰা কৃষ্ণ গুৰু সেৱা আশ্ৰমত...

Read moreDetails

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

২০০৪ চনতে কবি নীলমণি ফুকনে জ্যেষ্ঠ সাংবাদিক নিত্য বৰাৰ হাতত তুলি দিছিল এটি বন্ধ লেফাফা। লেফাফাৰ ওপৰত লিখা আছিল –...

Read moreDetails

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে। ইয়াৰ বাবে চৰকাৰৰ খৰচ হৈছে ২২.৭৬ কোটি টকা। বৃহস্পতিবাৰে...

Read moreDetails

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

ভাৰতৰ কিংবদন্তী অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৩ সংস্কৰণৰ আগতে প্ৰশিক্ষণ আৰম্ভ কৰিছে। এগৰাকী ক্ৰিকেটাৰ হিচাপে ধোনীয়ে যথেষ্ট...

Read moreDetails

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ বিৰুদ্ধে আৰম্ভ হ’ল বিজেপি চৰকাৰৰ নিকৃষ্ট ষড়যন্ত্ৰ। উল্লেখযোগ্য যে ‘টুইটাৰ’ আৰু ‘ফেচবুক’ত সাংসদ ভূঞাই মুখ্যমন্ত্ৰী হিমন্ত...

Read moreDetails
Page 1284 of 6192 1 … 1,283 1,284 1,285 … 6,192

Stay Connected

Recent News