উত্তৰ-পূব

বিশাল ব্যৱধানত পৰাজিত শশী থাৰুৰ; কংগ্ৰেছৰ নতুন সভাপতি হ’ল মল্লিকাৰ্জুন খাৰ্গে

Mallikarjun Kharge elected Congress president মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে। তেওঁ তেওঁৰ প্ৰতিদ্বন্দী শশী থাৰুৰক বৃহৎ ব্যৱধানত...

Read moreDetails

পৰিৱেশ কৰ্মীকে পৰিৱেশ মন্ত্ৰালয়ৰ দায়িত্ব! আটাইতকৈ কনিষ্ঠ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ

Romina Pourmokhtari named as Sweden's climate minister ছুইডেনৰ নতুন চৰকাৰে এগৰাকী ক্লাইমেট এক্টিভিষ্ট বা পৰিৱেশ কৰ্মীক পৰিৱেশ মন্ত্ৰী হিচাপে নিযুক্তি...

Read moreDetails

চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষাৰ ফলাফলত বিসংগতি কিয়? নিযুক্তিত স্বজন তোষণ হোৱাৰ আশংকা ডি ৱাই এফ আইৰ

মুখ্যমন্ত্ৰীয়ে ফলাফল প্ৰকাশৰ দিন ঘোষণাৰ এদিন আগতে ৱেবচাইটত ফলাফল প্ৰকাশ হোৱাৰ লগতে উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰাপ্ত নম্বৰ প্ৰকাশ নকৰাত আশ্চৰ্য প্ৰকাশ...

Read moreDetails

‘মায়ে লজেন্স চুৰি কৰিছে’: চিধাই আৰক্ষী থানাত গৈ অভিযোগ লিখি থৈ আহিল ৩ বছৰীয়া এটি শিশুৱে

টফী বা লজেন্স বুলিলে সাধাৰণতে শিশু পাগল। যেতিয়া তাৰ প্ৰিয় সেই লজেন্স চুৰি হয়। লজেন্স চুৰি কৰিছিল আকৌ মাকে! এনে...

Read moreDetails

ইউক্ৰেইনৰ চাৰিটা অধিকৃত অঞ্চলো পাৰমাণৱিক সুৰক্ষাত থাকিব: ৰাছিয়া

ৰাছিয়াই কৈছে যে ইউক্ৰেইনৰ পৰা অধিকৃত চাৰিটা অঞ্চলো পাৰমাণৱিক সুৰক্ষাৰ অধীনত থাকিব। ক্ৰেমলিনে মঙলবাৰে এক বিবৃতিত এই কথা সদৰী কৰে।...

Read moreDetails

ইণ্টাৰপোলৰ সাধাৰণ সভাত ভাৰতৰ চমক! মোডী চৰকাৰে আনিলে ১০০ টকাৰ মুদ্ৰা

PM Modi releases commemorative coins of ₹100 দিল্লীত অনুষ্ঠিত হৈছে ৯০ সংখ্যক ইণ্টাৰপোলৰ সাধাৰণ সভা। অধিৱেশনখন স্মৰণীয় কৰি তুলিবলৈ কেন্দ্ৰই...

Read moreDetails

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ ১০৮ গৰাকী মহিলা বন্দীক মুকলি কৰি দিলে ৰাছিয়াই

Russia releases 108 captive Ukrainian women ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সৰ্ববৃহৎ বন্দী বিনিময় চুক্তি কাৰ্যকৰী হৈছে। যাৰ অধীনত দুয়োপক্ষই ২১৮...

Read moreDetails

টী-২০ বিশ্বকাপত মেয়াপ্পানৰ প্ৰথম হেট্ৰিক; স্তম্ভিত শ্ৰীলংকা (ভিডিঅ’ চাওক)

Karthik Meiyappan of UAE bags first hat-trick সংযুক্ত আৰৱ আমিৰাতৰ লেগ স্পিনাৰ কাৰ্তিক মেয়াপ্পানে টী-২০ বিশ্বকাপত প্ৰথমটো হেট্ৰিক অৰ্জন কৰিছে।...

Read moreDetails

‘প্ৰধানমন্ত্ৰী দৰাচলতে ধৰ্ষণকাৰীসকলৰ সৈতে আছে!’-কাৰ অভিযোগ?

গুজৰাট চৰকাৰৰ পৰামৰ্শ অনুসৰি বিলকিছ বানো ধৰ্ষণ গোচৰৰ আজীৱন দোষীসকলক মুকলি কৰি দিয়া হৈছে। গৰ্ভৱতী বিলকিছ বানোৰ ধৰ্ষণ আৰু গুজৰাট...

Read moreDetails

বিচিচিআইৰ নতুন সভাপতি ৰজাৰ বিন্নী; আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে দায়িত্ব

Roger Binny appointed new BCCI president ১৯৮৩ চনৰ প্ৰাক্তন বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ ৰজাৰ বিন্নীয়ে সৌৰভ গাংগুলীৰ ঠাইত আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ...

Read moreDetails
Page 1357 of 6157 1 1,356 1,357 1,358 6,157

Stay Connected

Recent News