উত্তৰ-পূব

‘হয় মূল্য নিয়ন্ত্ৰণ কৰক,নহ’লে গাদী এৰক’-মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথ কঁপাব অসম জাতীয় পৰিষদে

উত্তৰ প্ৰদেশকে ধৰি দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন অন্ত পৰাৰ লগে লগেই দেশত পেট্ৰ’লৰ মূল্যই পুনৰ শতকৰ ঘৰ অতিক্ৰম কৰিলে।...

Read moreDetails

মাইক্ৰ’ফাইন্সেৰ চেক নেপাই মহিলাৰ প্ৰতিবাদ; তিনি বিষয়াক জবাবদিহি অৰ্ধ শতাধিক মহিলাৰ

মাইক্ৰ’ফাইন্সেৰ চেক নেপাই কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিছাত একাংশ মহিলাই প্ৰতিবাদ কৰে। লকডাউনৰ সময়ত নিয়মীয়াকৈ ধন আদায় দিয়াৰ পিছতো চেক নোপোৱাত...

Read moreDetails

‘অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক তোষামোদ কৰিবলৈ গ্ৰেপ্তাৰ কৰা’ জিগনেছ মেৱানীক মুকলিৰ দাবী অখিল গগৈৰ

গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় বিধায়ক জিগনেছ মেৱানীৰ বিৰুদ্ধে অসমত ৰুজু হোৱা গোচৰৰ ভিত্তিত যোৱা নিশা ১১.৩০ বজাত গুজৰাটৰ পালনপুৰ চাৰ্কিট...

Read moreDetails

কোকৰাঝাৰ সদৰ থানাত জিগনেছ মেৱানী; থানাৰ সন্মুখত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ

কোকৰাঝাৰ আৰক্ষীয়ে সুদূৰ গুজৰাটৰ বডগাম বিধানসভা সমষ্টিৰ বিধায়ক  জিগনেছ মেৱানীক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে টুইটাৰযোগে আপত্তিজনক মন্তব্য প্ৰদান কৰাৰ...

Read moreDetails

অসম চৰকাৰে ষড়যন্ত্ৰ কৰি জিগনেছ মেৱানীক গ্ৰেপ্তাৰ কৰাইছে: ভূপেন বৰা

বৃহস্পতিবাৰে এক সংবাদমেল যোগে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অসম চৰকাৰে ষড়যন্ত্ৰ কৰি জিগনেছ মেৱানীক গ্ৰেপ্তাৰ কৰাইছে বুলি...

Read moreDetails

প্রতিবছৰে অসম জাতীয় পৰিষদে পালন কৰিব ভাষা গৌৰৱ দিৱস

অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক তথা প্রাক্তন সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ সোঁৱৰণত প্ৰত্যেক বছৰে তেওঁৰ মৃত্যু তিথিটো অসম জাতীয় পৰিষদে ভাষা...

Read moreDetails

নাটোৰ ভাবুকি বন্ধ হ’লেই ইউক্ৰেইনত অভিযানৰ সামৰণি পৰিব; জনালে ৰাছিয়াই

ইউক্ৰেইনৰ ভূমি ব্যৱহাৰ কৰি ৰাছিয়াৰ প্ৰতি নাটোৰ ভাবুকি বন্ধ হ’লেই ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ অন্ত পৰিব বুলি মস্কোই ঘোষণা কৰিছে।...

Read moreDetails

চতুৰ্থ ঢৌ: দেশত বিগত ২৪ ঘণ্টাত কিমান লোক আক্ৰান্ত হ’ল কোভিডত ?

কোভিডৰ চতুৰ্থ ঢৌৱে এতিয়া কোবাই গৈছে সমগ্ৰ দেশকে। দেশৰ কেইবাখনো ৰাজ্যত এতিয়া কালান্তক কোভিডে পুনৰ মূৰ দাঙি উঠিছে। বিগত ২৪...

Read moreDetails

জাহাংগীৰপুৰীৰ উত্তেজনাৰ মাজতে দিল্লীত বিজেপি নেতাক গুলীয়াই হত্যা

দিল্লীৰ জাহাংগীৰপুৰীৰ উচ্ছেদ অভিযানকলৈ উত্তেজনা অব্যাহত থকাৰ সময়তে ৰাজধানী চহৰ খনত এজন বিজেপি নেতাক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। পূব...

Read moreDetails

দুদিনীয়া ভ্ৰমণসূচীলৈ ভাৰতত উপস্থিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন

দুদিনীয়া ভাৰত ভ্ৰমণৰ কাৰ্যসূচীলৈ আজি ভাৰতত উপস্থিত হৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন । আজি জনছনে নতুন দিল্লীৰ পৰিৱৰ্তে গুজৰাটৰ আহমেদাবাদত...

Read moreDetails
Page 1605 of 6160 1 1,604 1,605 1,606 6,160

Stay Connected

Recent News