উত্তৰ-পূব

নর্থ-ইষ্ট নাওত নিতুপর্ণ ৰাজবংশীৰ কার্টুন

অসমীয়াৰ বাপতি সাহোন বিহুটিকো লাহে লাহে দেচোৱালী সংস্কৃতিয়ে গ্ৰাস কৰিবলৈ ওলাইছে। অসমত হিন্দী আগ্ৰাসনৰ সম্ভাৱ্য ৰূপ এইটো!

Read moreDetails

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ ৰাজধানী কীয়েভত ৯০০ অসামৰিক লোকৰ মৃতদেহ উদ্ধাৰ

ইউক্ৰেইনৰ ৰাজধানী কীয়েভ অঞ্চলৰ পৰা ৯০০ তকৈয়ো অধিক অসামৰিক লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই কথা জানিবলৈ দিয়ে আৰক্ষী বিভাগৰ...

Read moreDetails

অসহিষ্ণুতা! সৰিয়হ চুৰি কৰাৰ অভিযোগত বাক্সাত এজন লোকক মৰিয়াই হত্যা

বাক্সাৰ মুছলপুৰত এদল লোকে সৰিয়হ চুৰি কৰাৰ অভিযোগত এজন লোকক হত্যা কৰাৰ ঘটনা ঘটিছে। এই ঘটনাত নিহত লোকজনক সঞ্জয় দাস...

Read moreDetails

ছৌদি যুৱৰাজ আল ওৱালেড আৰু ধনকুবেৰ এলন মাস্কৰ মাজত ‘টুইটাৰ’ক লৈ বিবাদে আনিছে বিপদ!

টুইটাৰৰ মালিকীস্বত্ব ক্ৰয়ক কেন্দ্ৰ কৰি এইবাৰ ছৌদি যুৱ ৰাজ আল ওৱালেড বিন তালালৰ সৈতে বিবাদত জড়িত হৈ পৰিছে আমেৰিকাৰ ধনকুবেৰ...

Read moreDetails

তামুলপুৰ আৰক্ষী থানা চৌহদতো আজি উদযাপন কৰা হয় ৰঙালী বিহু

সমগ্ৰ ৰাজ্য ডুব গৈছে ৰঙালীৰ আনন্দত। সেইদৰে তামুলপুৰ আৰক্ষী থানা চৌহদতো আজি উদযাপন কৰা হয় ৰঙালী বিহু। তামুলপুৰ জিলা আৰক্ষী...

Read moreDetails

উত্তৰ কোৰিয়াই চুৰ কৰিছে ৬১৫ মিলিয়ন ডলাৰ ক্ৰিপ্টোকাৰেন্সি; দাবী এফবিআইৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যুৰো অফ ইনভেষ্টিগেশ্যন(এফবিআই)য়ে দাবী কৰিছে যে এটা অনলাইন গেমিং প্লেটফৰ্মত চাইবাৰ আক্ৰমণ চলাই উত্তৰ কোৰিয়াৰ হেকাৰে ৬১৫ মিলিয়ন...

Read moreDetails

যুদ্ধ জাহাজ ‘মস্কোভা’ত মিছাইল আক্ৰমণৰ প্ৰতিক্ৰিয়া! কীয়েভত ৰাছিয়াৰ বোমাবৰ্ষণ

ইউক্ৰেইনৰ ৰাজধানী কীয়েভ পুনৰ ভয়াবহ বিস্ফোৰণত কঁপি উঠিছে। ৰাছিয়াৰ যুদ্ধ জাহাজ ‘মস্কোভা’ত মিছাইল আক্ৰমণ চলোৱাৰ কেইঘন্টাৰ ভিতৰতে ইউক্ৰেইনৰ ৰাজধানী কীয়েভত...

Read moreDetails

বোজা বাঢ়িছে, পৰ্যাপ্ত আদালত হ’লেহে ন্যায় পোৱা সম্ভৱ: দেশৰ মুখ্য ন্যায়াধীশ ৰামানা

দেশৰ ন্যায় ব্যৱস্থাৰ বিলম্বক লৈ দীৰ্ঘদিনীয়া অভিযোগ আছে। এইবাৰ এই বিষয়টোকলৈ মুখ খুলিছে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই। ন্যায়াধীকৰণসমূহৰ...

Read moreDetails

অসহিষ্ণুতা! ১০০ টকাৰ বাবেই সোনাপুৰত এজন দোকানীক হত্যা

কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সোনাপুৰত এজন দোকানীক ১০০ টকাৰ বাবে এজন লোকে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। বাতৰি অনুসৰি, মৃত...

Read moreDetails

অসমীয়াৰ জাতীয় উৎসৱ বিহুক ধৰ্মীয়কৰণ নকৰিবলৈ সকীয়নি আলফা স্বাধীনৰ

ডিব্ৰুগড় মাৰোৱাড়ী যুৱ মঞ্চই আয়োজন কৰা বিহু সন্মিলনৰ বেনাৰ-পোষ্টাৰ শুধৰাবলৈ নিৰ্দেশ দিছে আলফা স্বাধীনে। বিহুক ধৰ্মীয় অনুষ্ঠানৰ লগত একাকাৰ কৰাত...

Read moreDetails
Page 1614 of 6160 1 1,613 1,614 1,615 6,160

Stay Connected

Recent News