উত্তৰ-পূব

হৰিষৰ মাজতে বিষাদ, বিশ্বনাথত উদ্ধাৰ মহিলাৰ ডিঙি কটা মৃতদেহ

বিহুৰ আনন্দৰ মাজতে বিশ্বনাথত আজি শোকৰ ছাঁ পেলায় এক বিশেষ ঘটনাই। পৰকীয়া প্ৰেমৰ বাবেই এক মৃত্যুক সাৱটি ল’ব লগীয়া হল...

Read moreDetails

থলুৱা সাজপাৰৰ সংৰক্ষণ, বিহুৰ মাজতে বঙাইগাঁৱত চলি আছে এনফোৰ্চমেন্ট স্কোৱাডৰ অভিযান

গামোচা অসমীয়া জাতিৰ মৰম, শ্ৰদ্ধা আৰু আন্তৰিকতাৰ প্ৰতীক। এই বৈশিষ্ট্য আৰু অস্তিত্ব ৰক্ষা কৰা প্ৰতিজন অসমীয়াৰে দায়িত্ব আৰু কৰ্তব্য। ভাৰত...

Read moreDetails

বৰপেটাত ৬ জেহাদীক গ্ৰেপ্তাৰ, এজনৰ বিৰুদ্ধে পি এফ আইৰ সৈতে জড়িত থকাৰ অভিযোগ

পুনৰ ছয়জনকৈ জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৰপেটা আৰক্ষী। বৰপেটাৰোডৰ সমীপৰ কাটাঝাৰত আৰক্ষীয়ে দুই জেহাদীক আটক কৰিছে ৷ আটক কৰা...

Read moreDetails

হিতাধিকাৰীক ভাবুকি প্ৰদানেৰে নির্বাচনী বৈতৰণী পাৰ হোৱাৰ অপচেষ্টা বিজেপিৰ-আম আদমি পাৰ্টী

শনিবাৰে এক সংবাদমেল সম্বোধন কৰি আম আদমি পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ভৱেন চৌধুৰীয়ে বিজেপিয়ে হিতাধিকাৰীক ভাবুকিৰে নির্বাচনী বৈতৰণী পাৰ হোৱাৰ অপচেষ্টা...

Read moreDetails

নতুনকৈ কংগ্ৰেছত যোগদানৰ জল্পনা-কল্পনাৰ মাজতে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ ছোনিয়া, ৰাহুলক সাক্ষাৎ

নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰাৰ জল্পনা-কল্পনাৰ মাজতে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে শনিবাৰে নতুন দিল্লীত কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী আৰু জ্যেষ্ঠ...

Read moreDetails

পঞ্জাৱত আপ চৰকাৰৰ বৃহৎ ঘোষণা; জুলাইৰ পৰাই ৰাজ্যবাসীয়ে বিনামূলীয়াকৈ পাব ৩০০ ইউনিট বিদ্যুৎ

অহা ১ জুলাইৰ পৰা পঞ্জাৱৰ জনসাধাৰণে বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ লাভ কৰিব। ৰাজ্যখনত নতুনকৈ শাসনলৈ অহা আম আদমী পাৰ্টিৰ চৰকাৰে...

Read moreDetails

কুটুম বিহুৰ পৰম্পৰা ৰক্ষা কৰি টীয়কত জনপ্ৰিয় অভিনেতা কেকে-মোহন; বিহু গাই সকলোকে জনালে নৱবৰ্ষৰ ওলগ

আজি ব’হাগৰ দ্বিতীয় দিন। আজিৰ দিনটোত ঠাইভেদে অসমীয়া সমাজে গোসাঁই বিহু আৰু কুটুম বিহু উদযাপন কৰে। পুৱা গা পা ধুই...

Read moreDetails

পহিলা ব’হাগৰ নিশাই তামুলপুৰ অঞ্চলত ধুমুহাৰ তাণ্ডৱ; নিহত এগৰাকী মহিলা

অসমীয়া নৱবৰ্ষৰ প্ৰথমটো নিশা তামুলপুৰ জিলা সদৰৰ লগতে কুমাৰিকাটা, নাগ্ৰীজুলি, অময়াপুৰ, কাউলি, লতিবাৰী, দৰঙামেলা, বৰখাটা আদিকে ধৰি  তামুলপুৰ জিলাৰ বিভিন্ন...

Read moreDetails

ছমাহৰ পিছত নিৰাপদে পৃথিৱীলৈ উভতি আহিল চীনৰ তিনিগৰাকী মহাকাশচাৰী

ছমাহৰ পিছত নিৰাপদে পৃথিৱীত অৱতৰণ কৰিছে চীনৰ তিনিগৰাকী মহাকাশচাৰীয়ে। কক্ষপথত চীনৰ মহাকাশ ষ্টেশ্যন নিৰ্মাণত অংশ লোৱাৰ বাবে তেওঁলোকক প্ৰেৰণ কৰা...

Read moreDetails

ঘৰৰ ডিপ ফ্ৰীজত উদ্ধাৰ কুকুৰ, মেকুৰী, সাপকে ধৰি প্ৰায় ২০০ মৃত প্ৰাণী! কোন এই পাষণ্ড?

ঘৰৰ ডিপ ফ্ৰীজত উদ্ধাৰ কৰা হৈছে কুকুৰ, মেকুৰী আৰু সাপকে ধৰি প্ৰায় ১৮৩টা প্ৰাণীৰ মৃতদেহ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰিজোনাৰ বাসিন্দা মাইকেল...

Read moreDetails
Page 1613 of 6160 1 1,612 1,613 1,614 6,160

Stay Connected

Recent News