উত্তৰ-পূব

পৌৰ নিগমৰ নিৰ্বাচন সাত বিহুৰ পিছত অনুষ্ঠিত কৰাৰ আহ্বান অগপৰ

পৌৰ নিগমৰ নিৰ্বাচন বাপতিসাহোন ৰঙালী বিহুৰ পৰিপ্ৰেক্ষিতত সাত বিহুৰ পিছত অনুষ্ঠিত কৰিবলৈ আজি অসম গণ পৰিষদ দলে ৰাজ্যিক নিৰ্বাচনী আয়োগক...

Read moreDetails

হাতে হাতে কলহ, বাল্টি ,মগ লৈ গুৱাহাটীৰ ৰাজপথত আছুৰ প্ৰতিবাদ, কিন্তু কিয়?

মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত আছুৱে শনিবাৰে এক বি‌‍ক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। হাতে হাতে কলহ, বাল্টি, মগ লৈ সদৌ গুৱাহাটী...

Read moreDetails

শিক্ষামন্ত্ৰীৰ তুলুঙা মন্তব্যই টেট উত্তীৰ্ণ শিক্ষকৰ মৰ্যাদা হানি কৰিছে : টেট উত্তীৰ্ণ শিক্ষক সমাজ

প্ৰাপ্যৰ পৰা বাৰে বাৰে বঞ্চিত হৈ অৱশেষত বাধ্যত পৰি গণতান্ত্ৰিকভাৱে আন্দোলনৰ পন্থা হাতত ল'বলগীয়া হৈছে ৰাজ্যৰ ৪০,০০০ টেট্ উত্তীৰ্ণ শিক্ষকে।...

Read moreDetails

পাঁচ দিনত চতুৰ্থবাৰৰ বাবে বৃদ্ধি পালে পেট্ৰ’ল, ডিজেলৰ মূল্য, কিমান বাঢ়িল?

দেশত অন্যান্য অত্যৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধনৰ মূল্যবৃদ্ধিয়ে এতিয়া সৰ্বসাধাৰণ লোকৰ জীৱন দুৰ্বসিহ হৈ পৰিছে। দেশত পাঁচ দিনৰ ভিতৰত আজি চতুৰ্থ...

Read moreDetails

নৃত্যই-গীতে জীপাল হৈ উঠিল হাৰকাটা হিন্দুপাৰাৰ পঞ্চম দৌল উৎসৱ

পশ্চিম অসমৰ ধুবুৰী জিলাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত হাতীপোতাৰ ওচৰৰ হাৰকাটা গাঁৱৰ গোপালবাবা মন্দিৰ প্ৰাংগনত উলহ মালহৰে " পঞ্চম দৌল...

Read moreDetails

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলত গঁড় গণনা আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৪ সংখ্যক গঁড় গণনা কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলত চলোৱা হয় গণনাকাৰ্য। পুৱাৰে পৰা বনাঞ্চলখনত...

Read moreDetails

নিউ বঙাইগাঁও ৰে’লৱে জংচনত ৰে’লৰ পৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

ৰে'লযোগে বহিঃ ৰাজ্যলৈ সৰবৰাহ হৈ আছে অবৈধ বাৰ্মিজ চুপাৰি ৷ বৰ্তমানো বন্ধ হোৱা নাই অবৈধ চুপাৰিৰ বেহা ৷ শেহতীয়াকৈ বঙাইগাঁও...

Read moreDetails

হলীউদৰ ষ্টাইলত ক্ষেপনাস্ত্ৰ পৰীক্ষণৰ ভিডিঅ’ প্ৰকাশ কৰি চৰ্চাত উত্তৰ কোৰিয়াৰ একনায়ক কিম

পুনৰ আন্ত:মহাদেশীয় বেলিষ্টিক ক্ষেপনাস্ত্ৰ পৰীক্ষণ চলাই চৰ্চালৈ আহিছে উত্তৰ কোৰিয়া। এই বিষয়ক এটা ভিডিঅ’ও প্ৰকাশ কৰা হৈছে। ভিডিঅ’টোৰ জৰিয়তে উত্তৰ...

Read moreDetails

দিল্লীৰ চৰকাৰী বিদ্যালয়ত বৃদ্ধি পাইছে ৩ লাখ শিক্ষাৰ্থী; জনালে উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াই

দিল্লী বিধানসভাত চলি থকা বাজেট অধিৱেশনত নিজৰ ভাষণ ৰখা সময়ত উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াই শনিবাৰে কয় যে আপ চৰকাৰৰ কাৰ্যকালত...

Read moreDetails

মধ্যবিত্তৰ মূৰত মাধমাৰ! পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ পিছত এইবাৰ ১ এপ্ৰিলৰ পৰা বাঢ়িব ঔষধৰ দাম

মধ্যবিত্তৰ মূৰত মাধমাৰ শোধাই সুখনিদ্ৰাত পৰিছে চৰকাৰ। পুনৰ চিন্তা বৃদ্ধি কৰি ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব বহু ঔষধৰ দাম। পেট্ৰ’ল-ডিজেল,...

Read moreDetails
Page 1642 of 6160 1 1,641 1,642 1,643 6,160

Stay Connected

Recent News