বঙাইগাঁও জিলাখনক দুৰ্ঘটনামুক্ত জিলা হিচাপে গঢ়ি তুলিবলৈ উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াৰ চিন্তা-চৰ্চাৰে "প্ৰকল্প মৃত্যুঞ্জয়"ৰ শুভাৰম্ভ কৰা হয়। জিলা পৰিবহন...
Read moreDetailsTrouble for Vicky Kaushal কিছুদিন পূৰ্বে বলীউদৰ তাৰকা অভিনেত্ৰী কেটৰিনা কাইফৰ সৈতে বিবাহ সম্পন্ন হোৱা তাৰকা অভিনেতা ভিকি কৌশল বিপদত...
Read moreDetailsAdil Hussain in Forbes বিশ্বৰ প্ৰসিদ্ধ আলোচনী ‘ফৰ্বছ’ৰ ২০২১বৰ্ষৰ হিন্দী মনোৰঞ্জন উদ্যোগৰ ‘অসাধাৰণ অভিনেতা’ৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ তাৰকা অভিনেতা...
Read moreDetailsCovid-19 Update নৱবৰ্ষৰ প্রথমতে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণে পুনৰ এক ভয়ংকৰ দিনৰ সকীয়নি কঢ়িয়াই আনিছে। এসপ্তাহৰ ভিতৰতে কৰ’নাৰ দৈনিক সংক্ৰমণ...
Read moreDetailsকলিয়াবৰত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে। যোৱা নিশাও খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই ঘৰ-দুৱাৰ ভাঙি...
Read moreDetailsবলীউদৰ মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজৰ সৈতে ২০০কোটি টকাৰ প্ৰতাৰণাৰ গোচৰত অভিযুক্ত সুকেশ চন্দ্ৰশেখৰৰ প্ৰেমৰ সম্পৰ্ক আছিল। নিজৰ অধিবক্তাৰ জৰিয়তে এই...
Read moreDetailsনৱবৰ্ষৰ প্ৰথম দিনটোতে বলীউদৰ তাৰকা মোহিত ৰাইনা বিবাহ পাশত আৱদ্ধ হ’ল। প্ৰেমিকা অদিতিৰ সৈতে বিবাহবন্ধনত সাঙোৰ খালে অভিনেতাগৰাকী। নিজৰ ছচিয়েল...
Read moreDetailsনৱবৰ্ষ উদযাপনৰ সময়ত ৰাজ্যখনত প্ৰায় ৭০ শতাংশ দুৰ্ঘটনা হ্ৰাস পোৱাৰ লগতে উক্ত দিনত গুৱাহাটীত কোনো দুৰ্ঘটনা সংঘটিত নোহোৱাকৈয়ে পাৰ হ’ল।...
Read moreDetailsনৱবৰ্ষ প্ৰথমটো দিনত ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ নিম্নগামী হৈ থকাৰ লগতে সুস্থতাৰ হাৰো বৃদ্ধি পাইছে যদিও কামৰূপ মহানগৰ জিলাত সংক্ৰমণ...
Read moreDetailsপশ্চিম অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়, কাছাৰীহাট শাখা সাহিত্য সভা আৰু ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত আজি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd