উত্তৰ-পূব

বুল্লি বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড নিৰজ বিষ্ণৈক বহিষ্কাৰ কৰিলে ভূপালৰ শিক্ষানুষ্ঠানৰ পৰা

বৃহস্পতিবাৰে অসমৰ যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা বুল্লি বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড নিৰজ বিষ্ণৈক বহিষ্কাৰ কৰিছে ভূপালৰ ভেলোৰ ইনষ্টিটিউট অৱ টেকন’ল’জীয়ে। শিক্ষা...

Read moreDetails

পঞ্জাৱৰ ঘটনাৰ প্ৰভাৱ বঙাইগাঁৱত,কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত যুৱ মৰ্চাৰ ধৰ্ণা

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ শাসিত ৰাজ্য পঞ্জাৱৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে বাধাৰ সন্মুখীন হৈ উভতি আহিবলগীয়া হোৱা...

Read moreDetails

COVID SOP কোভিডৰ নতুন SOP ঘোষণা, কি কি নতুন নিৰ্দেশনা ?

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো কোভিডে এতিয়া কালান্তক ৰূপ ধাৰণ কৰিছে। অসমত আজি অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি...

Read moreDetails

বৃদ্ধি পাব গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড সংখ্যা; প্ৰস্তুত কৰা হৈছে খচৰা তালিকা

গুৱাহাটী পৌৰ নিগমে ইয়াৰ ৱাৰ্ডৰ সংখ্যা বৰ্তমানৰ ৩১টাৰ পৰা ৬০টালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত পৌৰ নিগমে ৱাৰ্ডসমূহৰ এখন...

Read moreDetails

জনজাতিকৰণৰ দাবীত বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰা আৰু অসমৰ কোচ ৰাজবংশীসকলক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী জাতীয় পৰিষদে বঙাইগাঁও চহৰৰ পাগলাস্থানত...

Read moreDetails

BREAKING NEWS চৰাইদেউত চিগাৰেট জ্বলাবলৈ গৈ তিনি শিশুৰ কৰুণ মৃত্যু

অসমৰ চৰাইদেউ জিলাৰ বৰুৱাহোলা অঞ্চলত সংঘটিত হৈছে এক কৰুণ ঘটনা। এখন খেৰ ৰখা চালিৰ ভিতৰত চিগাৰেট জ্বলাবলৈ গৈ তিনি শিশুৰ...

Read moreDetails

UPSC ত উজলিল GIMT গুৱাহাটীৰ প্ৰাক্তন ছাত্ৰী নেহা বৰা

সদ্য ঘোষিত UPSC ৰ মূল পৰীক্ষাত উত্তীৰ্ণ হৈ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে তেজপুৰৰ জীয়ৰী নেহা বৰাই। যোৱা ৪ জানুৱাৰীত ঘোষিত...

Read moreDetails

কুম্ভীঝাৰত উদ্ধাৰ এটি হৰিণা; বন বিভাগে মানস অভয়াৰণ্যত এৰিলে গাভিনী পহুটো

বাক্সা জিলাৰ নাগ্ৰীজুলিৰ কুম্ভীঝাৰ গাঁওত আজি উদ্ধাৰ কৰা হয় এটি হৰিণা পহু ৷ পুৱাই হৰিণা পহুটো এটি পৰিয়ালৰ তামোলবাৰীত চৰি...

Read moreDetails

কৰ’নাত আক্ৰান্ত জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা

ৰাজ্যৰ জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা কোভিড পজিটিভ ধৰা পৰিছে। কালি নিশা তেওঁৰ কোভিড পজিটিভ ধৰা পৰে। টুইটাৰযোগে এই কথা...

Read moreDetails

অ’মিক্ৰণক সহজভাৱে নল’ব; সতৰ্ক কৰি দিলে WHOৰ মুৰব্বীয়ে

অ’মিক্ৰণক সহজভাৱে লোৱাটো উচিত নহয়, ইয়াক গুৰুত্ব সহকাৰে লওক। বৃহস্পতিবাৰে এখন সংবাদমেলত এইদৰে সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী...

Read moreDetails
Page 1797 of 6193 1 … 1,796 1,797 1,798 … 6,193

Stay Connected

Recent News