যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অধীনৰ বলমাৰ পুঠী নদীত নিৰ্মিত ৰিং বান্ধ ভাঙি যোৱাৰ ফলত কেইবাখনো ৰাজহ গাঁৱৰ লগতে কৃষিভূমি...
Read moreDetailsঅসমৰ বিধানসভা নিৰ্বাচনৰ বাবেই ফেব্ৰুৱাৰী মাহত হ’বলগীয়া মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তাৰিখ পিছুৱাই দিয়া হৈছিল । পৰৱৰ্তী কালছোৱাত...
Read moreDetailsইজৰাইলৰ স্পাইৱেৰ পেগাছাছৰ ফোন টেপিঙৰ ঘটনাই সমগ্ৰ বিশ্বতে জোকাৰণি তুলি থকাৰ সময়তে ভাৰততো বহু লোকৰ ফোন টেপ হোৱা বুলি খবৰ...
Read moreDetailsঅসম আৰক্ষীৰ জালত পৰিছে দুটা দুধৰ্ষ মানৱ সৰবৰাহকাৰী। চিৰাং জিলাৰ তিনি খন গাঁওৰ পৰা সৰবৰাহ হৈছিল এইসকল শিশু। মানৱ সৰবৰাহকাৰী...
Read moreDetailsটকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অসম জীয়ৰী তথা আন্তঃ ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁইকলৈ সকলো আশাবাদী হৈ আছে ৷ সকলোৰে আশা...
Read moreDetailsৰাজ্যৰ বিদ্যালয়সমূহলৈ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নিৰ্দেশ। সকলো বিদ্যালয়কে বছৰেকীয়া বাছনি পৰীক্ষাৰ লগতে ইউনিট টেষ্ট সময়মতে অনুষ্ঠিত কৰাৰ নিৰ্দেশ। সময়ত...
Read moreDetailsএখন গাঁৱত কেইটামান বৰ সাহসী ভেড়া ছাগলী আছিল। এদিন গাঁও খনত কেইটামান হিংস্ৰ জন্তুৱে আক্ৰমণ কৰিলে। জন্তু কেইটাৰ চকুত ধূলি...
Read moreDetailsশিৱসাগৰৰ ৯ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত দিখৌ নদীৰ মথাউৰি মেৰামতিৰ ক্ষেত্ৰত চৰম গাফিলতি প্ৰদৰ্শন কৰিছে জলসম্পদ বিভাগে । ইয়াৰ উপৰিও মথাউৰিটোৰ...
Read moreDetailsশিৱসাগৰত অ’এনজিচিৰ পাইপলাইন ফুটি এতিয়া বয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত কিছুদিন ধৰি শিৱসাগৰৰ নাজিৰাকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত অ’এনজিচিৰ পাইপ...
Read moreDetailsকোৱা হয় যে ভাৰতৰ ন্যায় ব্যৱস্থা যথেষ্ট লেহেমিয়া। আদালতত একোটা অভিযোগ অথবা আবেদন জমা দিয়াৰ পাছত ৰায়ৰ বাবে বছৰৰ পাছত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd