বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল কলম্বিয়াৰ এখন বিচক্ৰাফ্ট ১৯০০ বিমান। অৱশেষত কলম্বিয়াৰ বিষয়াসকলে বিমানখনৰ ধ্বংসাৱশেষ বিচাৰি উলিয়াইছে। স্থানীয় সংবাদ মাধ্যমৰ...
Read moreDetailsবিশ্ববিদ্যালয় অনুদান আয়োগে জাৰি কৰা নতুন নিয়মক লৈ (UGC Equity Rules Stayed By Court) দেশজুৰি প্ৰতিবাদৰ মাজতে উচ্চতম ন্যায়ালয়ে সেই...
Read moreDetailsঅসমৰ ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াত ব্যাপক জালিয়াতি আৰু ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা এক জনস্বার্থ জড়িত আবেদনৰ...
Read moreDetailsঅসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ ঐক্যমঞ্চ ‘অসম সন্মিলিত মৰ্চা’ৰ ভিতৰচ’ৰাত ব্যাপক খহনীয়া আৰম্ভ হৈছে। শাসনাধিষ্ঠিত বিজেপিৰ বিৰুদ্ধে একগোট হৈ যুঁজ...
Read moreDetailsৰাষ্ট্ৰীয় আৰু আঞ্চলিক চিনেমাৰ স্বকীয়তা তথা উৎকৃষ্টতাক উদযাপন কৰি শেহতীয়াকৈ দ্বিতীয় গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (GAFF) ২০২৬ সম্পন্ন হৈ যায়।...
Read moreDetailsঅসমৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ ভয়াতুৰ মানুহজনেই হ’ল হিমন্ত বিশ্ব শৰ্মা। তেওঁ গৃহ বিভাগৰ জৰিয়তে আৰক্ষী প্ৰশাসনৰ সাহসত ৰাজনীতি কৰি আহিছে।...
Read moreDetailsগুৱাহাটীৰ জালুকবাৰী অঞ্চলত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলৰ এজন উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এজন স্থানীয়...
Read moreDetailsসোমবাৰে কেন্দ্ৰীয় চৰকাৰে ২০২৬ বৰ্ষৰ পদ্ম বঁটা ঘোষণা কৰাৰ এদিন পিছতেই দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানক লৈ আৰম্ভ হৈছে তীব্ৰ ৰাজনৈতিক...
Read moreDetailsগোলাঘাটৰ আগশাৰীৰ বিদ্যালয় শিশু ভৱনত ২৫ জানুৱাৰী ২০২৫ তাৰিখে ভাৰতীয় গণনাট্য সংঘৰ জিলা অভিবৰ্তন খনি সম্পন্ন হৈ যায়। অভিবৰ্তনখনি গণশিল্পী...
Read moreDetailsতেলেংগানাত অঘৰী কুকুৰ হত্যাৰ ঘটনাৰ অৱসান ঘটা নাই। পুনৰ বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰি ২০০ টা অঘৰী কুকুৰক হত্যা কৰাৰ অভিযোগ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd