গ্ৰীষ্মকালৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ দ্বাৰা যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আৰু দুযোৰ সাপ্তাহিক বিশেষ ৰে'ল আৰম্ভ কৰাৰ...
Read moreDetailsআপোনাৰ বেণ্ড ক’ত? আদালতত ফেশ্বন পেৰেড চলি আছে নেকি?' আদালত কক্ষত ক’লা কোটৰ লগতে অধিবক্তাসকলে ‘নেকবেণ্ড’ পিন্ধাটোও বাধ্যতামূলক। কিন্তু, শুকুৰবাৰে...
Read moreDetailsগিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসক কনচৰ্টিয়াম অৱ এডুকেচনেল এণ্ড চাইন্টিফিক অৰ্গেনাইজেশ্যনৰ ৰাছিয়ান কাউন্সিলে “ৰাছিয়ান এডুকেচন এণ্ড ছায়েন্সৰ ৰাষ্ট্ৰদূত”...
Read moreDetailsপাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম উল হকক যোগ্য প্ৰত্যুত্তৰ দিছে ক্ষুব্ধ ভাৰতৰ অভিজ্ঞ বেগী বলাৰ মহম্মদ ছামীয়ে। দৰাচলতে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক...
Read moreDetailsআজিকালি শ্লিপ ডিভোৰ্চ শব্দটো প্ৰায়ে শুনা যায়। এনেকুৱা এটা শব্দ প্ৰথম শুনিলে হয়তো আচৰিত হ’ব পাৰে। ইয়াৰ অৰ্থ স্বামী-স্ত্ৰীয়ে একেটা...
Read moreDetailsবিজেপিৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ আধা আসন হেৰুওৱাক লৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰশাসনৰ পিনে পুনৰ আঙুলি উঠিল। ইভিএমত যোগী চৰকাৰৰ...
Read moreDetailsমহিলা এছিয়া কাপত ভাৰতীয় মহিলা ক্ৰিকেট দলে পাকিস্তানক পৰাস্ত কৰিলে। ভাৰতীয় বলাৰৰ সন্মুখত পাকিস্তানী ক্ৰিকেটাৰসকল কাৰ্যতঃ বিধ্বস্ত হৈ পৰে। পুৰুষ...
Read moreDetailsশুকুৰবাৰে পুৱাৰে পৰা ক্ষতিগ্ৰস্ত হৈছে উইণ্ড’জ ব্যৱহাৰকাৰীসকল। তেওঁলোকে কম্পিউটাৰটো খুলিলেই পৰ্দাত এখন নীলা পৰ্দা ওলায়। ইয়াত কোৱা হৈছে যে কম্পিউটাৰ...
Read moreDetailsআই পি এল দল গুজৰাট টাইটানছৰ অংশীদাৰিত্ব বিক্ৰীৰ পথত মালিক চিভিচি কেপিটেলছ। ইকনমিক টাইমছৰ এক প্ৰতিবেদনত এই কথা দাবী কৰা...
Read moreDetailsঅসমৰ বিজেপি চৰকাৰে ১৯৩৫ চনৰ মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন বাতিলৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে এই...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd