উত্তৰ-পূব

চন্দ্ৰৰ মাটিত ৰহস্যময় গুহাৰ সন্ধান! বিজ্ঞানী মহলত আলোড়নৰ সৃষ্টি কৰিছে এই আৱিষ্কাৰে

পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰ আজিও বিজ্ঞানীসকলৰ বাবে কৌতুহলৰ উৎস। গৱেষকসকলে নিয়মীয়া পৰ্যবেক্ষণ আৰু অভিযানৰ জৰিয়তে আমাৰ ‘চুবুৰীয়া’ নীলা গ্ৰহটোক অধিক...

Read moreDetails

মণিপুৰৰ জিৰিবামত সংঘটিত গুলীয়াগুলীত নিহত চিআৰপিএফৰ জোৱান

দেওবাৰে মণিপুৰৰ জিৰিবামত চি আৰ পি এফ আৰু ৰাজ্যিক আৰক্ষীৰ সংযুক্ত দল এটাক অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে এম্বুছ কৰাৰ ফলত এজন কেন্দ্ৰীয়...

Read moreDetails

উত্তপ্ত ত্ৰিপুৰাৰ পৰিস্থিতি! জনজাতীয় যুৱকৰ মৃত্যুত ৰাজ্যৰ একাধিক ঠাইত অচল জনজীৱন

গোষ্ঠীহিংসা আৰু  পঞ্চায়তৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত উত্তপ্ত হৈ পৰিছে ত্ৰিপুৰা৷যোৱা ২৪ ঘণ্টাত উত্তৰ-পূবৰ ৰাজ্যখনত একাধিক আক্ৰমণ, লুণ্ঠন আৰু অগ্নিসংযোগৰ ঘটনা সংঘটিত...

Read moreDetails

পুনৰ প্ৰধানমন্ত্ৰী মোদীলৈ ৰাহুলৰ বাৰ্তা- ‘এবাৰ মণিপুৰলৈ গৈ বাসিন্দাসকলৰ দুৰ্দশা চাওক’

১৮ সংখ্যক লোকসভাৰ বিশেষ অধিৱেশনত মণিপুৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আক্ৰমণাত্মক হোৱাৰ পাছত ৰাহুল গান্ধীয়ে পুনৰ উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্যখন ভ্ৰমণ...

Read moreDetails

চন্দ্ৰবাবুক ৬০ হাজাৰ কোটিৰ পেকেজত অনুমোদন দিলে মোদীয়ে; এতিয়া কি কৰিব নীতিশে?

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিল্লী ভ্ৰমণ কৰিলে। খবৰ অনুসৰি মোডী চৰকাৰে সেই ৰাজ্যৰ বাবে ৬০ হাজাৰ...

Read moreDetails

বিবিচিৰ সাংবাদিকৰ পত্নীসহ দুই কন্যাক হত্যা; সন্দেহযুক্ত হত্যাকাৰীক গ্ৰেপ্তাৰ

পূব ইংলেণ্ডৰ হাৰ্টফোৰ্ডশ্বাইৰৰ বুছি চহৰত বিবিচিৰ এগৰাকী সাংবাদিকৰ পত্নী আৰু দুগৰাকী কন্যাক ক্ৰছব’ৰে (একপ্ৰকাৰ ধনু) হত্যা কৰা হৈছে। নিহত তিনিগৰাকী...

Read moreDetails

শেষ মুহূৰ্তৰ গ’লেৰে নেদাৰলেণ্ডক হৰুৱাই ইউৰোৰ ফাইনেলত ইংলেণ্ড; সন্মুখত লেমিনৰ স্পেইন

ইউৰো কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ইংলেণ্ডে। ছেমি ফাইনেলত ইংলেণ্ডে নেদাৰলেণ্ডক ২-১ গ’লত পৰাস্ত কৰে। অৱশ্যে খেলখনৰ আৰম্ভণিতে ডাচ দলটোৱে অগ্ৰগতি...

Read moreDetails

গুৱাহাটীত আটক “ভুৱা চিকিৎসক”, বছৰ বছৰ ধৰি চলাই আহিছিল ক্লিনিক

বুধবাৰে গুৱাহাটীত এজন লোকক চিকিৎসকৰ পৰিচয়েৰে অনুমোদন অবিহনে ক্লিনিক চলোৱাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে। অভিযুক্তৰ নাম এন কে মিশ্ৰ। আন...

Read moreDetails

বানত বিপৰ্যস্ত ৰাজ্য! মৃত্যুৰ সংখ্যা ৮৪ লৈ বৃদ্ধি; এতিয়াও গৃহহীন হৈ আছে হাজাৰ হাজাৰ লোক

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও সংকটজনক হৈয়েই আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৫ জন লোকে...

Read moreDetails

ডিগবৈৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ ওপৰত খহি পৰিল শ্ৰেণীকোঠাৰ ফেন, আহত দুই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

বুধবাৰে বিয়লি শ্ৰেণীকোঠাৰ চিলিং ফেন খহি পৰাত তিনিচুকীয়াৰ ডিগবৈৰ এখন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ দুগৰাকী শিক্ষাৰ্থী আহত হয়। খবৰ অনুসৰি এজন...

Read moreDetails
Page 229 of 2563 1 228 229 230 2,563

Stay Connected

Recent News