উত্তৰ-পূব

ক’ভিড১৯ : ভাৰতক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ পাকিস্তানৰ এটা জনকল্যান সংস্থাৰ, মোদীলৈ পত্ৰপ্ৰেৰণ

পাকিস্তানৰ এটা জনকল্যান সংস্থাই ক'ভিড-১৯ পৰিস্থিতিৰ স'তে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতক সহায় প্ৰদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। 'এধি ফাউণ্ডেছন' (Edhi Foundation)...

Read moreDetails

ঘাতক কুম্ভমেলা! প্ৰাণ কাঢ়িলে বলিউডৰ সংগীত পৰিচালক শ্ৰাৱণ ৰাঠোড়ৰ, পুত্ৰৰ বিস্ফোৰক ভাষ্য

মাৰাত্মক কৰ’না ভাইৰাছত আক্ৰান্ত হৈ বহস্পতিবাৰে মৃত্যুক সাৱটি লয় বলীউদৰ বিখ্যাত তথা এসময়ৰ অতি জনপ্ৰিয় সংগীত পৰিচালক নাদিম-শ্ৰাৱণ যুটীৰ শ্ৰাৱণ...

Read moreDetails

অনন্য কেৰেলা! ভেকচিন ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰীৰ পুঁজিলৈ লাখ লাখ টকা বৰঙনি আগবঢ়ালে জনতাই

প্ৰস্তুতকাৰী কোম্পানীসমূহৰ পৰা ক'ভিড-১৯ ভেকচিনসমূহ ৰাজ্যসমূহে পোনপটীয়াকৈ ক্ৰয় কৰিব পাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিয়াৰ পাছতে কেৰেলাৰ জনসাধাৰণে এক...

Read moreDetails

‘দুখিতঃ,ক’ৰ’নাৰ দৰৱ বুলি জনা নাছিলো’…ক্ষমাপত্ৰ লিখি চোৰে ওভতালে চুৰি কৰা ভেকচিন

এজন চোৰৰ এটা বিশেষ কথাই এতিয়াকে বহুতকে আমোদৰ খোৰাক দিছে। লগতে চোৰ জনৰ কাৰ্যক বহুতকে প্ৰশংসাও কৰিছে। কোভিডৰ আতংকই এতিয়া...

Read moreDetails

হৃদৰোগত আক্ৰান্ত হৈ বলীউডৰ জনপ্রিয় অভিনেতা অমিত মিস্ত্ৰীৰ মৃত্যু

ক’ৰ’নাতংকৰ মাজতে এটা বেয়া খবৰে আজি জোকাৰি যায় দেশৰ চলচ্চিত্ৰপ্ৰেমীসকলক। আজি পুৱা দৃৰোগত আক্ৰান্ত হৈ গুৰুতৰ ভাবে অসুস্থ হৈ পৰে...

Read moreDetails

কণী পৰা নাই মূৰ্গীয়ে; খঙৰ ভমকতে আৰক্ষীৰ দ্বাৰস্থ হ’ল ফাৰ্মৰ মালিক!

সাধাৰণতে চুৰি, ডকাইতি, হত্যা বা আন তেনেধৰণৰ বিভিন্ন অপৰাধৰ বাবে থানাত গোচৰ তৰা হয়। কিন্তু তাৰ মাজতে দুই এটা আজৱ...

Read moreDetails

বি জে পিয়ে হৰ্চ ট্ৰেডিং কৰিব পাৰে,সেয়া নুই কৰিব নোৱাৰি : খাম্ফা বৰগয়াৰী

বি পি এফৰ ১২ জন প্ৰাৰ্থী বিজয়ী হব। অসমত মহাজোঁটৰ চৰকাৰ হব। এই মন্তব্য  বি পি এফৰ জ্যেষ্ঠ নেতা খাম্ফা বৰগয়াৰীৰ।...

Read moreDetails

দেশত পুনৰ দৈনিক সংক্ৰমণৰ বিশ্বৰেকৰ্ড! উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা

দেশত পুনৰ দৈনিক কৰ’না সংক্ৰমণৰ ঘটনাই বিশ্বৰেকৰ্ড গঢ়িলে। বুধবাৰে বিশ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি প্ৰায় ৩লাখ ১৫হাজাৰ লোক কৰ’নাত আক্ৰান্ত...

Read moreDetails

কলিয়াবৰত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ৪ জন লোক; মুঠ কৰ’না ৰোগীৰ সংখ্যা ২৬লৈ বৃদ্ধি

বৃহস্পতিবাৰে কলিয়াবৰত নতুনকৈ ৪ জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। জখলাবন্ধাৰ ২ জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। আক্ৰান্ত দুই গৰাকী লোক...

Read moreDetails

যুৱ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ইতিহাস গঢ়িলে ভাৰতীয় কন্যাই; ৭খনৰ ৭খন ফাইনেলতেই জিকিলে স্বৰ্ণ

যুৱ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় কন্যাসকলে ইতিহাস গঢ়িলে। সাতটা বিভাগৰ ফাইনেল অৱতীৰ্ণ সাতোগৰাকী বক্সাৰে জয় কৰিলে স্বৰ্ণ পদক। পোলেণ্ডত আআইবিএয়ুথ...

Read moreDetails
Page 2316 of 6170 1 2,315 2,316 2,317 6,170

Stay Connected

Recent News