উত্তৰ-পূব

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণ; সাতগৰাকী সাধাৰণ লোক আঘাতপ্ৰাপ্ত

জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰামণত সাতগৰাকী সাধাৰণ লোক আঘাতপ্ৰাপ্ত হয়। শনিবাৰে ৰাতিপুৱা জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত ট্ৰাল অঞ্চলত সন্ত্ৰাসবাদীয়ে গ্ৰেনেড আক্ৰমণ...

Read moreDetails

পৃথিৱীৰ আকাৰ হেনো চেপেটাহে, গোলাকাৰ নহয়, বিষয়টোকলৈ চলিছে গৱেষণাও!

পৃথিৱীৰ আকৃতি কেনেকুৱা? পাঠশালা স্কুলতে সোধা প্ৰশ্ন এটাকেই এতিয়া বিভিন্ন জনে সুধিবলৈ আৰম্ভ কৰিছে। খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীতে  গ্ৰীক দাৰ্শনিক এৰাটোস্থেনিছে...

Read moreDetails

বিদ্যুৎ বিভাগৰ হাৰাশাস্তি; প্ৰধান মন্ত্ৰীলৈ আৱেগভৰা পত্ৰ লিখি মধ্যপ্ৰদেশত কৃষকৰ আত্মহত্যা

মধ্যপ্ৰদেশত এগৰাকী কৃষকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি আত্মহত্যা কৰে। বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ হাৰাশাস্তিৰ বাবে মধ্যপ্ৰদেশৰ চাত্তাৰপুৰ জিলাৰ গাঁৱৰ...

Read moreDetails

বিদায়বেলাত ভাৰতীয়ৰ ওপৰত ট্ৰাম্পৰ ৰোষ! বৃদ্ধি কৰিলে H-1B ভিছাৰ অনুমোদন বন্ধৰ ম্যাদ

বিদায়বেলাত আকৌ এবাৰ ‘বন্ধু’ ভাৰতৰ ওপৰত নিজৰ ক্ষোভ উজাৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ট্ৰাম্প প্ৰশাসনে H-1B ভিছাকে ধৰি বিদেশী নিযুক্তি...

Read moreDetails

দেশবাসীয়ে বিনামূলীয়াকৈ লাভ কৰিব কোভিড-১৯ৰ প্ৰতিষেধক, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ ঘোষণা

সমগ্ৰ দেশবাসীয়ে বিনামূলীয়াকৈ কোভিড-১৯ৰ প্ৰতিষেধক লাভ কৰিব বুলি আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা০ হৰ্ষবৰ্দ্ধনে গুৰুত্বপূৰ্ণ ঘোষণা কৰে। আজিৰে পৰা দেশৰ...

Read moreDetails

UGCৰ ২০২০-২১বৰ্ষৰ চৰকাৰী স্কলাৰশ্বিপৰ আবেদনৰ সময়সীমা বৃদ্ধি; চাওক সৱিশেষ

বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC)য়ে চৰকাৰী স্কলাৰশ্বিপৰ অনলাইন আবেদনৰ সময়সীমা বৃদ্ধি কৰিছে। যিসকল শিক্ষাৰ্থীয়ে এতিয়াও ২০২০-২১শিক্ষাবৰ্ষত পুনৰ্নবীকৰণ কৰা নাই তেওঁলোকে অহা...

Read moreDetails

২০২০ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ নাম উজলাবলৈ সক্ষম হোৱা মানৱ অধিকাৰ কৰ্মী গৰাকী

অন্ধবিশ্বাস তথা আন্ধাৰ বিনাশী উদ্দীপ্ত সূৰুযৰ আভাৰ পৰসেৰে মানৱ জীৱনলৈ কঢ়িয়াই আনে আশাৰ সঞ্চাৰৰ লগতে অফুৰন্ত শক্তি। কঢ়িয়াই আনে প্ৰাচুৰ্যৰে...

Read moreDetails

জেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বুটা সিঙৰ দেহাৱসান

জেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বুটা সিঙৰ শনিবাৰে ৮৬ বছৰ বয়সত দেহাৱসান ঘটে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন...

Read moreDetails

মেলবৰ্ণত ভাৰতীয় ক্ৰিকেটাৰৰ ৰেষ্টুৰেণ্টৰ বিল আদায় দিলে অনুৰাগীয়ে

অষ্ট্ৰেলিয়া ভ্ৰমণত ব্যস্ত থকা ভাৰতীয় ক্ৰিকেট দলৰ ৰেষ্টুৰেণ্টৰ বিল আদায় দিলে এগৰাকী ভাৰতীয় ক্ৰিকেট দলৰ অনুৰাগীয়ে। মেলবৰ্ণৰ এখন ৰেষ্টুৰেণ্টত নৱলদ্বীপ...

Read moreDetails

কৃষি আইনৰ প্ৰতিবাদ! বিজেপি নেতাৰ ঘৰৰ সন্মুখত প্ৰতিবাদকাৰীয়ে সজালে গোবৰৰ দম

চৰকাৰৰ সৈতে বাৰে বাৰে আলোচনা কৰিলেও এমাহ ধৰি চলি থকা কৃষক বিক্ষোভৰ সমাধান সূত্ৰ ওলোৱা নাই । কৃষি আইনক লৈ...

Read moreDetails
Page 2655 of 6176 1 … 2,654 2,655 2,656 … 6,176

Stay Connected

Recent News