উত্তৰ-পূব

তিৱা স্বাযত্ত পৰিষদৰ নিৰ্বাচন : বিজেপিৰ প্ৰতি ৰাইজৰ অভূতপূৰ্ব সহাঁৰি, নগাঁৱত বিজয় উৎসৱ পালন

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত নগাঁও জিলাৰ ১০টা পৰিষদীয় সমষ্টিত শাসকীয় বিজেপি দলে ১০০ শতাংশ বিজয়েৰে অভূতপূৰ্ব সাফল্য লাভ কৰাৰ পিছত...

Read moreDetails

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সৰ্বোচ্চ ন্যায়লয়ৰ ন্যায়ধীশ শৰদ অৰবিন্দ ববদে

গুৱাহাটীত জুডিচিয়েল একাডেমি আৰু বিশ্ব প্ৰকৃতি নিধিৰ ভাৰতীয় গোটে আয়োজন কৰা বন্যপ্ৰাণী সুৰক্ষা শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অসমলৈ অহা...

Read moreDetails

‘মোৰ সপোন-মোৰ দিঠক’ : সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সঞ্চালনাত যুৱ-সংসদৰ মনোজ্ঞ অনুষ্ঠান সম্পন্ন

অসম সাহিত্য সভাৰ যুৱ-সংসদ উপ-সমিতিৰ উদ্যোগত আজি গুৱাহাটীৰ সাহিত্য সভাৰ ভগৱতী প্রসাদ বৰুৱা ভৱনত ‘মোৰ সপোন, মোৰ দিঠক’ শীৰ্ষক এটি...

Read moreDetails

নগাঁও জিলা সাহিত্য সভাত কবি মেল : ৮০ গৰাকী কবিয়ে জীপাল কৰিলে সাহিত্য সভা ভৱন

নগাঁও জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে জিলা সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কমলাদেৱী তোদী ভৱনত এখন কবি...

Read moreDetails

এমাহ নৌহওঁতেই টীয়কত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ পথত এৰাল ব্লেক টেপিং

যোৰহাট কেন্দুগুৰী বাইপাচৰ পৰা জাঁজী দলং পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বৰ্তমান কৰ্মৰত লিংকন নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে অতি নিম্ন...

Read moreDetails

৭, ৮ আৰু ৯ জানুৱাৰীত মৰাণত অনুষ্ঠিত হ’ব ‘ৰাইজৰ দল’ৰ প্রথমখন ৰাজ্যিক অভিৱৰ্তন

আজি ‘ৰাইজৰ দল’ৰ পতাকা উন্মোচন আৰু দলটোৰ মুখ কাৰ্যালয় উদ্বোধন কৰা হয়। জু-নাৰেংগী পথৰ মঠঘৰীয়াৰ মডাৰ্ণ হাইস্কুলৰ কাষত ঘৰ নং-১...

Read moreDetails

দিছপুৰ প্ৰেছ ক্লাবৰ ২০২০ বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠান সম্প্ৰন্ন; ১৪ গৰাকী বিশিষ্ট ব্যক্তিলৈ বিভিন্ন শিতানৰ বঁটা প্ৰদান

"আজিৰ সাংবাদিকসকলে ত্যাগ স্বীকাৰ কৰিবলৈ শিকিব লাগিব তেতিয়াহে প্ৰকৃত সংবাদ সেৱা সম্ভৱ হ’ব৷ কঠোৰ পৰিশ্ৰম, সাধনা আৰু ত্যাগৰ দ্বাৰাহে আমি...

Read moreDetails

শিৱসাগৰত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

আজি শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ আতিথ্যত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত...

Read moreDetails

অযোধ্যাৰ মছজিদ : ২০০০ লোকে পঢ়িব পাৰিব নামাজ, মছজিদতকৈ ডাঙৰ হ’ব চিকিৎসালয়

উত্তৰ প্ৰদেশ চেন্ট্ৰেল চুন্নী ব’ৰ্ডে প্ৰকাশ কৰিছে অযোধ্যাৰ মছজিদৰ ব্লুপ্ৰীণ্ট। অযোধ্যাৰ ধন্নীপুৰ গাঁৱৰ পাঁচ একৰ ভূমিত নিৰ্মাণ হ’বলগীয়া বাবৰি মছজিদতকৈ...

Read moreDetails

দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহত চামিল পঞ্জাৱৰ চিকিৎসক আৰু নাৰ্ছ : টাট’ শিল্পীসকলৰো অভিনৱ পন্থাৰে সমৰ্থন

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত বিগত ২৬ নৱেম্বৰৰ পৰা দিল্লী সংযোগী সীমান্তৱৰ্তী অঞ্চলসমূহত অব্যাহত থকা কৃষক...

Read moreDetails
Page 2699 of 6176 1 … 2,698 2,699 2,700 … 6,176

Stay Connected

Recent News