উত্তৰ-পূব

কমলা হেৰিছৰেই নহয়, জো বিডেনৰো আছে ভাৰতত আত্মীয়; ক’ত, কেনেদৰে আছে তেওঁলোক?

আমেৰিকাৰ এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনে বিশেষকৈ ভাৰতীয়সকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। ভাৰতীয়সকলক গৰ্বিত কৰি আমেৰিকাৰ প্ৰথম মহিলা উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে...

Read moreDetails

২১’ত পুনৰ বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ চৰকাৰ হ’ব : কল্পনা পাটোৱাৰী

বৰপেটাৰ হাউলী জুনিয়ৰ কলেজত দেওবাৰে অনুষ্ঠিত হয় অগপৰ মহিলা সমাৰোহ ৷ মহিলা সমাৰোহত উপস্থিত থাকি অগপ নেত্ৰী কল্পনা পাটোৱাৰীয়ে অগপৰ...

Read moreDetails

অসমত আৰু তিনিগৰাকীৰ ক’ভিডত মৃত্যু, মুঠ সংখ্যা ৯৪৩লৈ বৃদ্ধি

অসমত আৰু তিনিগৰাকী ক’ভিড-১৯ ৰোগীয়ে দেওবাৰে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ মুঠ মৃতকৰ সংখ্যা ৯৪৩লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী...

Read moreDetails

অসম আৰক্ষী আৰু প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ স্বেচ্ছাসেৱকৰ যৌথ সন্মিলন সম্পন্ন

নৱেম্বৰৰ অসম আৰক্ষী আৰু "প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট'-এ যুটীয়াভাৱে পৰিকল্পনা আৰু ৰূপায়ন কৰা ‘কোভিড চেণ্টিনেল প্রকল্পৰ লগত জড়িত স্কে্ছাসেৱকসকলৰ...

Read moreDetails

শপত ল’লে সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ নৱনিযুক্ত কেন্দ্ৰীয় সমিতিয়ে

কলিয়াবৰত আজি অনুষ্ঠিত হয় সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ কেন্দ্ৰীয় কমিটীৰ শপত গ্ৰহণ অনুষ্ঠান। কলিয়াবৰৰ ঔগুৰিৰ ভানু সমিতি ভৱনত নতুনকৈ...

Read moreDetails

বিৰাট কোহলীৰ দৰে অধিনায়ক পোৱাটো কঠিন; কিয় ক’বলগীয়া হ’ল RCBৰ মেনেজমেণ্টে

আই পি এলৰ ১৩ সংখ্যক সংস্কৰণত বিৰাট কোহলী নেতৃত্বাধীন আৰ চি বিয়ে খিতাপ দখল কৰিব বুলি অনুৰাগী সকলে আশা কৰিছিল...

Read moreDetails

গোপনে দেশৰ নাম পৰিৱৰ্তন কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী অ’লিয়ে! : দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি

গোপনে দেশৰ নাম সলনি কৰাৰ চেষ্টা নেপালৰ প্ৰধানমন্ত্ৰী কেপি অ’লিৰ। পিছে বিষয়টো ৰাজহুৱা হোৱাৰ লগে লগে দেশজুৰি আৰম্ভ হৈছে তীব্ৰ...

Read moreDetails

নগাৰ অবৈধ বেদখলৰ বিৰুদ্ধে মৰিয়নীত যোৰহাট জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

যোৰহাট জিলাৰ মৰিয়নী নিউ সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দিচৈভেলি সংৰক্ষিত অভয়াৰণ্যত বিগত কিছুদিনৰ পৰা নগা অনুপ্ৰৱেশকাৰীয়ে অবৈধভাৱে নিজৰ...

Read moreDetails

বৈধ নথি পত্ৰবিহীন ৫ লাখ ভাৰতীয়ক নাগৰিকত্ব দিব আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনে!

আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনে দেশখনত কৰ্মৰত ১ কোটি মানুহক নাগৰিকত্ব প্ৰদান কৰিব। ইয়াৰ ভিতৰত ৫ লাখ ভাৰতীয় লোকো আছে।...

Read moreDetails

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত মন্ত্ৰী অতুল বৰাৰ একালৰ সতীৰ্থ গনেশ দলেক আটক

কাজিৰঙাৰ গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত বোকাখাত আৰক্ষীয়ে শনিবাৰে নিশা দুৰ্ধৰ্ষ চোৰাংচিকাৰী তথা গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী...

Read moreDetails
Page 2839 of 6178 1 … 2,838 2,839 2,840 … 6,178

Stay Connected

Recent News