ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰিৰ আন এগৰাকী মূল অভিযুক্তক শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কেলেংকাৰিটোৰ অন্যতম মূল অভিযুক্ত হিচাপে...
Read moreDetailsচীনৰ পৰা সংক্ৰমিত হোৱা মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰ হ্ৰাস নোপোৱাৰ বাবে এতিয়া দেশবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে। প্ৰতিদিনে হাজাৰ হাজাৰ...
Read moreDetailsআজি অগপত আনুষ্ঠানিকভাৱে যোগদান কৰে কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে। যোগদান কৰিয়ে কল্পনাই লাভ কৰিলে দলৰ ব্ৰেণ্ড এম্বেচাদৰৰ দায়িত্ব। অগপৰ কাৰ্যকৰী সভাপতি...
Read moreDetailsঅভিনয় তথা বিনোদন জগতৰ পৰা চিৰদিনৰ বাবে বিদায় ল’লে এইগৰাকী বলীউদ অভিনেত্ৰীয়ে। ইনষ্টাগ্ৰামত নিজেই প’ষ্ট দি এইকথা প্ৰকাশ কৰিছে অভিনেত্ৰী...
Read moreDetailsনৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অনা কৃষি আইন কেইখনৰ বিৰোধিতাত কৃষক সংগঠন সমূহ একত্ৰিত হৈ অহা ৩ নৱেম্বৰত দেশজুৰি চকা...
Read moreDetailsৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে তেওঁৰ ব্যক্তিগত জীৱন কেতিয়াও ৰাজহুৱা কৰিবলৈ নিবিচাৰে। কিন্তু ফুল ফুলিলেতো গোন্ধ ওলাবই। যোৱা বছৰ জুনত বান্ধৱী...
Read moreDetailsবৃহস্পতিবাৰে নিশা পেঙেৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে ৫ জন লোকক আটক কৰিছে। উল্লেখ্য গোপন সূত্ৰৰ ভিত্তিত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া...
Read moreDetailsনিশাৰ আকাশত দৃষ্টি ৰাখিলে এইবাৰ ‘মহাকাশৰ ৰঙা চাকি’ মঙলগ্ৰহটো স্পষ্টকৈ দেখা যাব। কিয়নো যোৱা ৬ অক্টোবৰৰ পৰা পৃথিৱীৰ নিচেই কাষলৈ...
Read moreDetailsবৃহস্পতিবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কিংছ ইলেভেন পঞ্জাৱৰ মাজত অনুষ্ঠিত হোৱা মেচখনত ছানৰাইজাৰ্ছে জয়ী হোৱাৰ লগতে অধিনায়ক ডেভিড ৱাৰ্ণাৰে এক ইতিহাস...
Read moreDetailsকৰ’না ভাইৰাছ সংকটৰ মুখামুখি হোৱাৰ পাছতো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প সম্পূৰ্ণ উদাসীন হৈ আছে। ডোনাল্ড ট্ৰাম্পক দায়িত্বজ্ঞানহীন বুলি অভিহিত কৰিছে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd