উত্তৰ-পূব

বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙৰ ধৰ্ণা

বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে আজি পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙেও এই আইনৰ বিৰুদ্ধে ধৰ্ণাত...

Read moreDetails

অক্টোবৰৰ পাছত পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব অৰুণাচল প্ৰদেশ

অৰুণাচলপ্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে অক্টোবৰৰ পাছতহে পৰ্যটক সকলৰ বাবে অৰুণাচল প্ৰদেশৰ পৰ্যটন স্থান মুকলি কৰি দিব বুলি প্ৰকাশ কৰে।...

Read moreDetails

টীয়কত দীৰ্ঘদিন জৰাজীৰ্ণ মথাউৰি নিৰ্মাণ নকৰাত ক্ষোভ নৈপৰীয়া ৰাইজৰ

যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত জাঁজী চুড়ামণি অঞ্চলত জাঁজী নদীৰ মথাউৰিটো দীৰ্ঘদিন মেৰামতি নকৰাৰ ফলত সম্প্ৰতি জৰাজীৰ্ণ ৰূপ...

Read moreDetails

পি কে দত্ত,দিবন ডেকাক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত আগনাবাঢ়ে তদন্ত! সংবাদমেলত কি ক’লে আৰক্ষীৰ শীৰ্ষ বিষয়াই?

ৰাজ্য জোকাৰি যোৱা অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত  আজি আৰক্ষী সঞ্চালক প্ৰধান  ভাস্কৰজ্যোতি মহন্তই এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত আৰক্ষী...

Read moreDetails

মর্মান্তিক! আৰক্ষীৰ চাকৰিৰ বাবে শাৰীৰিক অনুশীলনত ব্যস্ত থাকোতেই যুৱকৰ মৃত্যু

শিৱসাগৰৰ আমগুৰিত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। অসম আৰক্ষীৰ চাকৰিৰ বাবে শাৰীৰিক অনুশীলনত ব্যস্ত হৈ থকা এজন যুৱকে মৃত্যুক সাৱটি...

Read moreDetails

কানাডাৰ মেকটেক পাৰ্কত ক্লিফ ডাইভিং কৰিবলৈ গৈ ৰহস্যজনকভাবে মৃত্যু অসমীয়া ছাত্ৰৰ

কানাডাৰ প্ৰখ্যাত মেকটেক পাৰ্কত ক্লিফ ডাইভিং কৰিবলৈ গৈ ৰহস্যজনক ভাবে মৃত্যুক সাৱটি লৈছে অসমৰ এগৰাকী ছাত্ৰই। কানাডাৰ ছেণ্ট থমাছ বিশ্ববিদ্যালয়ত...

Read moreDetails

লম্পটৰ অসৎ কামনাৰ পৰা কথমপি ৰক্ষা পৰিল নাবালিকা; অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ

তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ জাগুন ৮ মাইলত এক সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। দেওবাৰে এটা লম্পটৰ অসৎ কামনাৰ পৰা...

Read moreDetails

সামৰিক বাহিনীয়ে হোৱাইট হাউছৰ পৰা বাহিৰ কৰি দিব নেকি ডোনাল্ড ট্ৰাম্পক?

ৰিপাব্লিকান দলৰ কথা হ’ল গণতান্ত্ৰিক ৰায়ত পৰাজিত হ’লে ক্ষমতা এৰিবি লাগিব। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিজৰ স্থিতি পৰিৱৰ্তন...

Read moreDetails

কোভিডৰ বিৰুদ্ধে ‘হাৰ্ড ইমিউনিটি’ লাভ কৰা নাই দেশবাসীয়ে, আক্ৰান্ত ৬০ লক্ষাধিক

ভাৰতত এতিয়া নিতৌ কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়াৱহ ভাবে বৃদ্ধি পাইছে। ইয়াৰ মাজতো কেৱল হাৰ্ড ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত...

Read moreDetails

কৃষি বিধেয়ক: জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত বিজেপি ত্যাগ ৩ নেতাৰ

বিতৰ্কিত কৃষি বিধেয়কক লৈ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো প্ৰতিবাদ হোৱাৰ সময়তে নিজৰ মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থতে বিজেপি দল ত্যাগ কৰিলে...

Read moreDetails
Page 2985 of 6180 1 … 2,984 2,985 2,986 … 6,180

Stay Connected

Recent News