উত্তৰ-পূব

দিল্লীৰ পৰা পঞ্জাৱলৈ কৃষকৰ উত্তাল প্ৰতিবাদ; দিল্লীৰ ৰাজপথত জ্বলিল ট্ৰেক্টৰ

কেন্দ্ৰীয় চৰকাৰে অনা কৃষি আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। দিল্লী, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ পশ্চিমাঞ্চলত ব্যাপক প্ৰতিবাদ সাৱ্যস্ত কৰা হৈছে।...

Read moreDetails

আমেৰিকাত বিয়পিছে নতুন বীজাণু, যাৰ প্ৰিয় খাদ্য মানুহৰ মগজু

ক’ৰ’ণা ভাইৰাছে ককাল ভাঙি দিয়া আমেৰিকাত এইবাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে এবিধ নতুন বেক্টেৰিয়াই। প্ৰধানকৈ পানীৰ জৰিয়তে বিয়পি পৰা এই বেক্টেৰিয়া...

Read moreDetails

কৃষক নেতা অখিলে পাবনে জামিন? উচ্চ ন্যায়ালয়ত আজি প্ৰথমটো শুনানি

NIA-ৰ আদালতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ জামিন বাতিল কৰাৰ পাছত আজি অৰ্থাৎ সোমবাৰৰ পৰা গুৱাহআটী উচ্চ ন্যায়ালয়ত...

Read moreDetails

দেওবাৰে নিশা হঠাতে কঁপি উঠিল লাডাখ; সঘনাই সংঘটিত হৈছে এনে কম্পন

ভাৰত-চীন সীমান্তৰ লাডাখ অঞ্চলত এতিয়া সকলোৱে দৃষ্টি ৰাখিছে। এই অঞ্চলক লৈয়েই দেশ দুখনৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ এতিয়াও শাম কটা...

Read moreDetails

দীপাৱলীত আন্ধাৰ বিনাশিবলৈ সাজু কৰা হৈছে গোবৰেৰে প্ৰস্তুত ১১ কোটি চাকি

ক’ৰ’ণাতংকৰ বাবেই ম্লান পৰিছে উৎসৱৰ আনন্দ। দুৰ্গা পূজা সমাগত যদিও  কোভিড প্ৰট’কলে যেন উৎসৱৰ আনন্দক বান্ধি ৰাখিছে। দুৰ্গা পূজাৰ কিছুদিন...

Read moreDetails

ক’ৰ’ণা হ’লে প্ৰথমে সাৱটি ধৰিম মমতা বেনাৰ্জীক, বিজেপি নেতাৰ উদ্ভট মন্তব্য

ক্ষমতাৰ ৰাগীত মতলীয়া হৈ পৰা বিজেপিৰ এজন নেতাই কৰা  উদ্ভট মন্তব্যই  এতিয়া বেছ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পশ্চিমবংগ বিজেপিৰ নেতা তথা...

Read moreDetails

বোকাখাতত সদৌ অসম সাংবাদিক সন্থাৰ বিশেষ সভা: গোলাঘাট জিলা সমিতি গঠন

সদৌ অসম সাংবাদিক সন্থাৰ উদ্যোগত দেওবাৰে বোকাখাতৰ সাধনী ভৱনত আয়োজিত এক বিশেষ সভাত গোলাঘাট জিলা সমিতি গঠনৰ লগতে এক সংবাদ...

Read moreDetails

অথলে গ’ল মায়ংক আগৰৱালৰ শতকীয় ইনিংছ; পঞ্জাৱক ৪ উইকেটত হৰুৱালে ৰাজস্থানে

ৰাহুল তেৱতিয়াৰ এটা অ’ভাৰত পাঁচটা ছিক্সাৰেৰে সজোৱা বিস্ফোৰক ইনিংছৰ সহায়ত ৰাজস্থান ৰয়েলছে দেওবাৰে শ্বাৰজাহত কিংছ ইলেভেন পঞ্জাৱক ৪উইকেটত পৰাজিত কৰে।...

Read moreDetails

চাব্বাচ চৰকাৰ! ৰে’লত এবাৰ উঠি লগে লগে নামি আহিলেও ভৰিব লাগিব পাৰে ধন

ৰে’ল যাত্ৰা আৰু দেশত সুলভ হৈ নাথাকিব। তাৰ সকলো ব্যৱস্থাই  ইতিমধ্যে চৰকাৰে কৰিছে। ৰে’লত ব্যক্তিগত খণ্ডৰ কোম্পানীৰ অন্তৰ্ভূক্তিৰ বাট সুগম...

Read moreDetails

ড্ৰেগন খেদি পঠিয়াবলৈ বদ্ধপৰিকৰ নেপালৰ ছাত্ৰ সমাজ, বিক্ষোভত অসহায় অ’লি

ছাত্ৰ বিক্ষোভত উত্তাল হৈ পৰিছে নেপাল। আলহীৰ ৰূপত আহি গৃহস্থকে ঘৰৰ পৰা খেদি দিবলৈ ওলোৱা চীনৰ বিৰুদ্ধে গৰজি উঠিছে নেপালৰ...

Read moreDetails
Page 2986 of 6180 1 … 2,985 2,986 2,987 … 6,180

Stay Connected

Recent News