উত্তৰ-পূব

GMCত MBBSৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু; হোষ্টেলৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এজন MBBS চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ মৃতদেহ। ২৩ বছৰীয়া মৃত ছাত্ৰ জনৰ নাম...

Read moreDetails

আকৌ পিঁয়াজে কন্দুৱাব? ৰপ্তানিত নিষেধাজ্ঞা কেন্দ্ৰীয় চৰকাৰৰ

ৰান্ধনি ঘৰৰ অতি প্ৰয়োজনীয় উপাদান হিচাপে পিঁয়াজ হৈছে ৰান্ধনিৰ প্ৰথম পছন্দ। সেয়েহে, পিঁয়াজৰ দৰ বৃদ্ধি পালে ৰান্ধনি ঘৰত ইয়াৰ প্ৰভাৱ...

Read moreDetails

লকডাউনত কিমান শ্ৰমিক মৰিল আৰু কিমানৰ চাকৰি গ’ল সেই কথা মোদী চৰকাৰে নাজানে : ৰাহুল

কংগ্ৰেছ দলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ তথা বৰ্তমানৰ সাংসদ ৰাহুল গান্ধীয়ে পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয়...

Read moreDetails

অসমত কা-বিৰোধী প্ৰতিবাদৰ সময়ত হোৱা মৃত্যুৰ তদন্ত বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে

সাংসদ তথা লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে কেন্দ্ৰক অসমত নাগৰিকত্ব সংশোধনী আইন(কা)ৰ প্ৰতিবাদৰ সময়ত পাঁচগৰাকী যুৱকৰ মৃত্যুৰ ঘটনাৰ এক ন্যায়িক...

Read moreDetails

বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাক হত্যা কৰিবলৈ উচতনি দিয়া যুৱকৰ বিৰুদ্ধে গোচৰ

সামাজিক মাধ্যমত বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাক হত্যাৰ বাবে উচতনি দিয়া যুৱকৰ বিৰুদ্ধে সোমবাৰে শিৱসাগৰ সদৰ...

Read moreDetails

আলোচনাপন্থী শীৰ্ষ আলফা নেতাৰ সৈতে নিয়মিত সম্পৰ্ক ৰক্ষা কৰিছে পৰেশ বৰুৱাই

সংযুক্ত মুক্তি বাহিনী, অসম-স্বাধীন(আলফা-স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ওৰফে পৰেশ অসমে বিদ্ৰোহী সংগঠনটোৰ আলোচনাপন্থী গোটৰ কেইগৰাকীমান শীৰ্ষ নেতাৰ সৈতে নিয়মিত...

Read moreDetails

এইবাৰ কোভিড প্ৰট’কল মানি ভক্তই দৰ্শন কৰিব লাগিব ১২০ বছৰীয়া দেৱী দুৰ্গাৰ কাঠৰ প্ৰতিমা

শৰতৰ ধূসৰ কুঁৱলীৰ আস্বাদনৰ মাজেৰে ধৰাৰ বুকুলৈ নামি অহে দেৱী দূৰ্গা। কিন্তু এইবাৰ সকলোবোৰেই যেন ব্যতিক্ৰম! কালান্তক ক'ৰনা মহামাৰীৰ সংক্ৰমণ...

Read moreDetails

শিৱসাগৰত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোভিড পজিটিভ ৰোগী আৰু আক্ৰান্তৰ মৃত্যুৰ সংখ্যা

শিৱসাগৰত দৈনিক বৃদ্ধি পাব ধৰিছে কোভিড-১৯ আক্ৰান্তৰ সংখ্যা। মুখত মাস্ক পৰিধান নকৰা আৰু কোভিড-১৯ৰ চৰকাৰী নীতি-নিয়ম মানি নচলাৰ বাবেই এইদৰে...

Read moreDetails

দিল্লীৰ উপ-মুখ্য মন্ত্ৰী মনীষ চিছোদিয়া কোভিড প’জিটিভ

দিল্লীৰ উপ-মুখ্য মন্ত্ৰী মনীষ চিছোদিয়াৰ শৰীৰত সোমবাৰে ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। দিল্লী চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে টুইটাৰযোগে নিজে ক’ৰ’না সংক্ৰমিত...

Read moreDetails

অসমত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮২ গৰাকীলৈ বৃদ্ধি

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে। আজি অসমত পুনৰ ১৩ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু...

Read moreDetails
Page 3028 of 6180 1 … 3,027 3,028 3,029 … 6,180

Stay Connected

Recent News