উত্তৰ-পূব

‘মই কোনো মালালা নহয়, মই মোৰ ভাৰতত নিৰাপদ আৰু স্বাধীন’; ভাইৰেল কাশ্মীৰী কন্যা ইয়ানাৰ ভাষণ

তেওঁ মালালা নহয়। কেতিয়াও নহ’ব। কাৰণ তেওঁ কেতিয়াও নিজৰ দেশ এৰি পলায়ন কৰিব নালাগে। জন্মভূমি কাশ্মীৰত তেওঁ সুৰক্ষিত। তেওঁ কাশ্মীৰত...

Read moreDetails

গুৰুত্বপূৰ্ণ কাম আছে যদি আজিয়েই পৰিকল্পনা কৰক! মাৰ্চ মাহত ১৪ দিনৰ বাবে বন্ধ থাকিব বেংক

বিভিন্ন বিত্তীয় লেনদেনৰ বাবে আমি বেংকৰ ওপৰত নিৰ্ভৰশীল। কিন্তু যদি সেই বেংকটো বন্ধ থাকে তেন্তে গ্ৰাহকসকল বহুত বিপদত পৰে। গতিকে...

Read moreDetails

মেঘালয়ৰ নানক অসমত ‘হাৰাশাস্তি’; দুৰ্ভাগ্যজনক এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ বিচপৰ

১৭ ফেব্ৰুৱাৰীত অসমৰ গোৱালপাৰাত মেঘালয়ৰ তুৰাৰ ছেইণ্ট জনছ পেৰিছৰ এগৰাকী নান ছিষ্টাৰ ৰোজমেৰীক হাৰাশাস্তিৰ কৰাৰ এক দুখজনক ঘটনা পোহৰলৈ আহিছে।...

Read moreDetails

১৮ টা ছয় মাৰি ২১টা বলত শতক! টী-১০ লীগত স্পেনিছ বেটাৰৰ তাণ্ডৱ; চাওক ভাইৰেল ভিডিঅ’

ক্ৰীড়া জগতত স্পেইন ফুটবলৰ বাবে সকলোৰে পৰিচিত। ৯০ মিনিটৰ আক্ৰমণাত্মক যুদ্ধৰ বাবে বিখ্যাত স্পেইন। কিন্তু বাইশ গজৰ যুদ্ধত এইবাৰ দেশখনে...

Read moreDetails

সুদীৰ্ঘ ৫০ বছৰৰ পাছত চন্দ্ৰত অৱতৰণ কৰিলে আমেৰিকাৰ মহাকাশযান

অৰ্দ্ধ শতিকাৰ পাছত পুনৰ চন্দ্ৰত অৱতৰণ কৰিলে আমেৰিকাৰ মহাকাশযান। স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে চন্দ্ৰৰ দক্ষিণ মেৰুৰ সমীপত অৱতৰণ কৰে আমেৰিকাৰ...

Read moreDetails

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মনোহৰ যোশীৰ ৮৬ বছৰ বয়সত দেহাৱসান

শুকুৰবাৰে পুৱাই মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশীৰ দেহাৱসান ঘটে। ৰাতিপুৱা তিনি বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি তেওঁ...

Read moreDetails

৭৫ বছৰ বিৰতিৰ অন্তত কাজিৰঙাত পুনৰ আৱিষ্কাৰ বিলুপ্তপ্ৰায় ভাৰতীয় ঘঁৰিয়াল

৭৫ বছৰৰ বিৰতিৰ অন্তত অসমৰ কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ বিশ্বনাথ অংশত বিলুপ্তপ্ৰায় মাইকী ভাৰতীয় ঘঁৰিয়াল (Gavialis gangeticus) দেখা...

Read moreDetails

কিডনিৰ অস্ত্ৰোপচাৰৰ পিছত স্বাভাৱিক জীৱন লাভ কৰিব ৰোগীয়ে; বৃহৎ আৱিষ্কাৰ বিজ্ঞানীসকলৰ

২০৩০ চনৰ ভিতৰত ডায়েলাইছিছ ৰোগীৰ সংখ্যা ৪৯ লাখ হ’ব বুলি অনুমান কৰা হৈছে। বৰ্তমান সমাজত বৃক্ক বিকল (কিডনি ফেইলাৰ) হোৱাটো...

Read moreDetails

আই পি এলৰ পৰাও বাহিৰ মহম্মদ ছামি; লণ্ডনত অস্ত্ৰোপচাৰ হ’ব তাৰকা পেচাৰগৰাকীৰ

আই পি এলৰ পৰাও বাদ পৰিল মহম্মদ ছামি। বিশ্বকাপৰ পাছতো খেলপথাৰত কৰা নাই ভাৰতীয় তাৰকা। লণ্ডনত গোৰোহাৰ অস্ত্ৰোপচাৰ কৰা হ’ব...

Read moreDetails

মোডীৰ গুজৰাটত শিক্ষাৰ পয়ালগা অৱস্থা; ৩৪১ খন প্ৰাথমিক বিদ্যালয়ত মাত্ৰ এটা শ্ৰেণীকোঠা!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিজৰ ৰাজ্য গুজৰাটতে শিক্ষাৰ অৱস্থা শোচনীয়। শিক্ষামন্ত্ৰীৰ তথ্য অনুসৰিয়েই বিজেপিৰ শাসিত গুজৰাটৰ শিক্ষা ব্যৱস্থাৰ সেই অৱস্থা। জনা...

Read moreDetails
Page 317 of 2571 1 316 317 318 2,571

Stay Connected

Recent News