উত্তৰ-পূব

বিদুৎ পৰিবাহী তাঁৰ ছিঙি বিদুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু : ৫ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী আছুৰ টীয়ক শাখাৰ

যোৰহাট জিলাৰ টীয়ক বিদ্যুৎ উপ-সংমণ্ডল বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ ফলত কালি দুৰ্ভাগ্যজনক ভাৱে বিদুৎ পৰিবাহী তাঁৰ ছিঙি বিদুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱাই টীয়ক...

Read moreDetails

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ ৰিপুণ বৰাৰ

কৰ’না শেষ হ’লে বিৰোধীক দিনে এশ গ’লকৈ দিম বুলি অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে...

Read moreDetails

কাৰাৰুদ্ধ দ্বীপজ্যোতিক আইনী সেৱা প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটোৰ সৈতে ফেচবুকত এক বিতৰ্কিত পোষ্ট share কৰি বৰ্তমান কাৰাৰুদ্ধ হৈ থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ দ্বীপজ্যোতি গগৈক...

Read moreDetails

পিতৃ-মাতৃক হত্যাৰ পোটক : AK-47ৰে গুলীয়াই সন্ত্ৰাসবাদীক হত্যা কৰিলে এগৰাকী কিশোৰীয়ে

এগৰাকী আফগান কিশোৰীয়ে মঙলবাৰে দুই দুধৰ্ষ তালিবানী সন্ত্ৰাসবাদীক এ কে ৪৭ ৰাইফলেৰে গুলীয়াই হত্যা কৰিছে। আফগান চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে...

Read moreDetails

টীয়কৰ গ্ৰামাঞ্চলত চিনাক্ত হৈছে ক’ভিড-১৯ পজিটিভ ৰোগী

টীয়কৰ গ্ৰামাঞ্চলত ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হোৱাটোৱে উদ্বেগৰ সৃষ্টি কৰিছে। উজনিৰ যোৰহাট জিলাত মঙলবাৰৰ দিনটোত ১৬৫গৰাকী লোক ক’ভিড১৯ পজিটিভ ধৰা...

Read moreDetails

২৪ দিনত ৯০ খন প্ৰমাণপত্ৰ : উত্তৰ লখিমপুৰৰ স্কুলীয়া ছাত্ৰই গঢ়িলে বিশ্ব অভিলেখ

নাম তেওঁৰ কাৰ্তিকায়ন কাশ্যপ। উত্তৰ লখিমপুৰৰ ছেইন্ট মেৰীজ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ কাৰ্তিকায়নে শেহতীয়াকৈ গঢ়িবলৈ সক্ষম হৈছে এক বিশ্ব অভিলেখ।...

Read moreDetails

শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লক কন্টেইনমেন্ট জ’ন ঘোষণা : কৰ্মচাৰী আক্ৰান্ত কোভিড১৯ত

ক'ৰ'ণা মহামাৰীৰ বাবে পুনৰ বন্ধ হ'ল ঐতিহাসিক শিৱদৌলত পূজা অৰ্চনা। এইবাৰ কন্টেইনমেন্ট জ'ন হ'ল শিৱসাগৰৰ শিৱদ'ল চৌহদ। শিৱ পূজাৰ বাবে...

Read moreDetails

মোডীৰ অভিনয় অসমৰ ৰাইজে বুজিছে, সোণোৱাল আঠুলোৱা মুখ্যমন্ত্ৰী : ৰিপুন বৰা

অসমৰ বানপানীক লৈ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব দিয়া নাই৷ নিৰ্বাচনী ইস্তাহাৰত যিসমূহ বানপানীৰ...

Read moreDetails

লখিমপুৰত ৩৮৫লৈ বৃদ্ধি কোভিড আক্ৰান্তৰ সংখ্যা, অভিযোগ দাখিলৰ বাবে অনলাইন সেৱা মুকলি প্ৰশাসনৰ

লখিমপুৰ জিলাত ভয়াৱহ হাৰত বৃদ্ধি পাইছে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। শেহতীয়াকৈ জিলাখনত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৫৮ গৰাকী...

Read moreDetails

কাৰ্যালয়ৰ ভিতৰতে যৌন কাৰ্যত লিপ্ত কেবিনেট মন্ত্ৰী, হেৰুৱালে চকী

কৰ্ম উপাসনাৰ স্থল পবিত্ৰ কাৰ্যালয় কক্ষক এক প্ৰকাৰৰ পতিতালয়লৈ ৰুপান্তৰিত কৰা এজন কেবিনেট মন্ত্ৰীয়ে তেওঁৰ কৰ্মৰ ফল হাতে হাতে পালে।...

Read moreDetails
Page 3226 of 6183 1 … 3,225 3,226 3,227 … 6,183

Stay Connected

Recent News