উত্তৰ-পূব

প্ৰবল ইচ্ছাশক্তি! ১০৪বছৰীয়া বৃদ্ধ আনন্দীয়ে কৰ’নাক পৰাজিত কৰি সুস্থ হৈ উভতিল গৃহলৈ

বয়সৰ ভৰত হালি পৰা, হাতত লাঠি লৈ খোজকঢ়া ১০৪বছৰীয়া বৃদ্ধ এই ব্যক্তিগৰাকীয়ে প্ৰতিহত কৰিলে কৰ’না ভাইৰাছৰ সংক্ৰমণ। প্ৰবল ইচ্ছাশক্তিৰ ফলত...

Read moreDetails

আছুৰ নেতৃত্বত ওলাই আহিল বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ ৰাইজ; তলা লগোৱাৰ হুংকাৰ

আহাৰ মহীয়া উৎকট গৰমে শৰীৰ দেই নিয়া সময়তে তীব্ৰ বিদ্যুৎ সংকটত ভুগিছে গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চল ৷ বিগত প্ৰায় দহ...

Read moreDetails

পুনৰ গুৱাহাটীত একেলগে ৫৫২ গৰাকী কৰ’নাত আক্ৰান্ত; ৰাজ্যত আক্ৰান্ত ৭৩৫গৰাকী

ৰাজ্যখনত নতুনকৈ আৰু ৭৩৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। ইয়াৰে ৫৫২ গৰাকী মহানগৰী গুৱাহাটীৰ। ৰাজ্যখনত বৰ্তমান কোভিড-১৯ত আক্ৰান্ত...

Read moreDetails

অসম আৰক্ষীত মুঠ ১৯৬গৰাকী ক’ভিড আক্ৰান্ত, আৰোগ্য ৩৮

৪৭গৰাকী নতুনকৈ ক’ভিড পজিটিভ ব্যক্তিৰে সৈতে অসম আৰক্ষীত মুঠ আক্ৰান্তৰ সংখ্যা দেওবাৰে ১৯৬লৈ বৃদ্ধি পাইছে। ইয়াৰে ৩৮গৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ...

Read moreDetails

গণ সংক্ৰমণ ৰোধৰ বাবে সোমবাৰৰ পৰা ডিমা হাছাওত ১৪ দিনীয়া লকডাউন

ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ সমান্তৰালকৈ পাৰ্বত্য জিলা ডিমা হাছাওত শেহতীয়াকৈ দেখা দিয়া ক’ৰ’নাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ কাছাৰ পাৰ্বত্য...

Read moreDetails

অসমত নতুনকৈ ৬৯০ ক’ভিড মুক্ত, সক্ৰিয় ৰোগী ৩৫৫১

অসমত শেহতীয়াকৈ ব্যাপক হাৰত ক’ভিড ৰোগী চিনাক্ত হোৱাৰ মাজতে ৬৯০গৰাকী ব্যক্তিয়ে দেওবাৰে আৰোগ্য লাভ কৰিছে। এইসকল ব্যক্তিক চিকিৎসালয়ৰ পৰা মুকলি...

Read moreDetails

ভয়াৱহতাৰ ইংগিত; ক’ৰ’না আক্ৰান্তৰ সংখ্যাৰে ৰাছিয়াক অতিক্ৰম ভাৰতৰ

ক’ৰ’না ভাইৰাছৰ আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ ভিতৰত তৃতীয় স্থানত উপনীত হ’ল ভাৰত। ক’ৰ’নাক্ৰান্তৰ সংখ্যাৰে আজি ভাৰতে ৰাছিয়াক অতিক্ৰম কৰে। বিশ্বৰ ভিতৰতে...

Read moreDetails

শোণিতপুৰ আৰু কামৰূপ (মহানগৰ) জিলাৰ মাজত ভ্ৰমণত নিষেধাজ্ঞা

কামৰূপ মহানগৰ জিলাত শেহতীয়াকৈ ক’ভিড-১৯ৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলা দণ্ডাধীশে দুই জিলাৰ মাজত ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিছে।...

Read moreDetails

সংকটত কেৰিয়াৰ! শ্ৰীলংকাৰ উইকেটকীপাৰ বেটছমেন কুছল মেণ্ডিছক গ্ৰেপ্তাৰ

শ্ৰীলংকা ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন কুছল মেণ্ডিছক এটা পথ দুৰ্ঘটনাত জড়িত থকাৰ অভিযোগত আজি শ্ৰীলংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ক্ৰিক ইনফ’ৰ...

Read moreDetails

ক’ৰ’ণাৰ পিছত এইবাৰ চীনত ব্লেক ডেথৰ আতংক

  সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ লোৱা ক’ৰ’ণা ভাইৰাছৰ প্ৰথম সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল চীনৰ ওহান প্ৰদেশত। চীনত ক’ৰ’ণা ভাইৰাছে কেইবা ...

Read moreDetails
Page 3296 of 6184 1 … 3,295 3,296 3,297 … 6,184

Stay Connected

Recent News