উত্তৰ-পূব

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত প্ৰশিক্ষণলৈ উভতিল ভাৰতীয় দলৰ তাৰকা অপেনিং বেটছমেন ৰোহিত শৰ্মা

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত বৃহস্পতিবাৰে পুনৰ খেলপথাৰত প্ৰশিক্ষণ আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ সহ-অধিনায়ক তথা বিস্ফোৰক অপেনিং বেটছমেন ৰোহিত শৰ্মাই। ক'ৰ'নাৰ...

Read moreDetails

গুৱাহাটীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা; তিনিগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

বিগত কেইদিনমান ধৰি হৈ থকা প্ৰবল বৰষুণৰ বাবে গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। আজি ৰাতিপুৱা  গুৱাহাটী মহানগৰীৰ কাহিলিপাৰা...

Read moreDetails

দক্ষিণ এছিয়াত চীনৰ আগ্ৰাসন; বিশ্বত নিজৰ সৈন্য বাহিনীৰ স্থিতি পৰ্যালোচনা কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই

ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ বিভিন্ন দেশ যেনে মালেছিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদিৰ কাৰণে চীনে সৃষ্টি কৰা ভাবুকিক নিয়ন্ত্ৰণ কৰাৰ বাবে আমেৰিকা...

Read moreDetails

কোভিড-১৯ৰ ভেকচিন ওলাবই বুলি কোনোধৰণৰ নিশ্চয়তা নাই : বিশ্ব স্বাস্থ্য সংস্থা

বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ টেড্ৰ'ছ আধন'মে বিজ্ঞানী সকলে ক'ৰ'না ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াব পাৰিবই বুলি কোনোধৰণৰ নিশ্চয়তা নাই বুলি...

Read moreDetails

মণিপুৰত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১০০০ অতিক্ৰম

মণিপুৰত ক'ৰ'না আক্ৰান্তৰ সংখ্যাই ১০০০ অতিক্ৰম কৰিছে। বৃহস্পতিবাৰে মণিপুৰত নতুনকৈ ৮৬ গৰাকী লোক ক'ৰ'নাত আক্ৰান্ত হৈছে। নতুনকৈ ক'ৰ'না আক্ৰান্ত হোৱা...

Read moreDetails

ভাৰতত নিয়ন্ত্ৰণৰ বাহিৰত ক’ৰ’না; আক্ৰান্তৰ সংখ্যাৰে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ

দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই...

Read moreDetails

ল’কডাউনৰ নিয়ম উলংঘাৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ ৰবীন সিঙক ৫০০ টকাৰ জৰিমনা, গাড়ী জব্দ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জাৰি কৰা ল’কডাউনৰ নীতি-নিৰ্দেশনা উলংঘা কৰাৰ বাবে চেন্নাইত জৰিমনাৰ সন্মুখিন হ’বলগীয়া হৈছে ভাৰতীয় দলৰ...

Read moreDetails

ৰাজ্যত বৃহস্পতিবাৰৰ দিনটোত ২৭৬ গৰাকী ক’ৰ’নাত আক্ৰান্ত; ৭০০০ ৰ দিশে ৰোগীৰ সংখ্যা

২০৬ গৰাকী আক্ৰান্তৰে ৬৬৪৬ লৈ বৃদ্ধি ক'ৰ'না আক্ৰান্তৰ সংখ্যা। আজিৰ দিনটোত একেলগে ২০৬ গৰাকী লোক ক'ৰ'নাত আক্ৰান্ত হৈছে । কোন...

Read moreDetails

এয়া নাটক, পতঞ্জলিৰ ক’ৰ’নাৰ ঔষধ ইয়াত বিক্ৰী কৰিলে ৰামদেৱক জেইললৈ পঠিওৱা হ’ব : ৰাজস্থান চৰকাৰ

বাবা ৰামদেৱৰ পতঞ্জলিয়ে মুকলি কৰা ক’ৰ’নীল নামৰ ক’ৰ’না প্ৰতিৰোধী ঔষধৰ ক্ষেত্ৰত বিতৰ্ক অব্যাহত আছে। ৰাজস্থানৰ স্বাস্থ্য মন্ত্ৰী ৰঘু শৰ্মাই পতঞ্জলিয়ে...

Read moreDetails

তেজপুৰৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক, স্বাস্থ্য কৰ্মী ক’ভিড পজিটিভ

এজন চিকিৎসক আৰু ২৩গৰাকী স্বাস্থ্য কৰ্মী তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বৃহস্পতিবাৰে ক’ভিড পজিটিভ চিনাক্ত হৈছে। শেহতীয়াকৈ তেজপুৰ চহৰকে ধৰি...

Read moreDetails
Page 3333 of 6184 1 … 3,332 3,333 3,334 … 6,184

Stay Connected

Recent News