মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফেচবুকযোগে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত শুকুৰবাৰে নগাঁও জিলাৰ জুৰিয়াৰ এজন লোকক অসম আৰক্ষীয়ে আটক কৰে। আটক...
Read moreDetailsতিনি বছৰতকৈ অধিক সময় বন্ধ হৈ থকাৰ পাছত শুকুৰবাৰে পুনৰ আৰম্ভ হ’ল মণিপুৰ, নাগালেণ্ড আৰু অসমৰ মাজত আন্তঃৰাজ্যিক যাত্ৰীবাহী বাছ...
Read moreDetailsআলফা স্বাধীনক সমৰ্থন জনোৱাৰ অভিযোগ আৰু সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ আহ্বান জনোৱা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক লৈ পুনৰ তীব্ৰ বিতৰ্কৰ...
Read moreDetailsঅসমৰ বানপানী সমস্যাক কেৱল প্ৰাকৃতিক দুৰ্যোগ হিচাপে নলৈ জলবায়ু পৰিৱৰ্তন, নদীৰ স্বাভাৱিক গতিৰ পৰিৱৰ্তন আৰু উন্নয়নৰ বৰ্তমান আৰ্হিৰ সৈতে ইয়াক...
Read moreDetailsডিব্ৰুগড় আৰক্ষীয়ে বৃহস্পতিবাৰে কেইবাজনো লোকক চাকৰি আৰু দোকানৰ প্ৰতিশ্ৰুতি দি কোটি কোটি টকাৰ প্ৰতাৰণা কৰা ইমতিয়াজ হুছেইনক তেওঁৰ মহানগৰীখনৰ বাসগৃহৰ...
Read moreDetailsযোৰহাটৰ বহতীয়া গাওঁৰ ৰ’দালি পথত শুকুৰবাৰে স্থানীয় ৰাইজে অঞ্চলটোত সন্দেহযুক্ত যৌন ব্যৱসায় চক্ৰ উৎখাত কৰাৰ পিছতে উত্তেজনা বিৰাজ কৰে। খবৰ...
Read moreDetailsগুৱাহাটী বিশ্ববিদ্যালয়ত 'ফ্ৰম গেৰিলা ফাইটাৰ টু এ পিচমেকাৰ' (From Guerrilla Fighter to a Peacemaker) শীৰ্ষক এখন বিশেষ বক্তৃতানুষ্ঠান সফলতাৰে সম্পন্ন...
Read moreDetailsকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱিত পৰিৱেশ-সংবেদনশীল অঞ্চল (Eco-Sensitive Zone বা ESZ) সংকোচনৰ বাবে অসম চৰকাৰে আগবঢ়োৱা পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে ইলোৰা...
Read moreDetails২০২৭ চনৰ লোকপিয়লৰ পূৰ্বে ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বা এন আৰ চি ৰূপায়ণৰ দাবীত মণিপুৰত পুনৰ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।...
Read moreDetailsপ্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মদিন উপলক্ষে মাতৃ ছোনিয়া গান্ধীক লৈ এক আবেগিক পোষ্ট প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd