উত্তৰ-পূব

বিবাহ বিচ্ছেদে সলনি কৰি দিলে মহিলাৰ ভাগ্য; নিশাৰ ভিতৰতে হ’ল ২৪,০০০কোটি টকাৰ গৰাকী

সাধাৰণতে বিবাহিত জীৱনত বিবাহ বিচ্ছেদ এক বেদনাদায়ক অধ্যায় বুলি পৰিগণিত হৈ আহিছে। তথাপি দিনক দিনে সমগ্ৰ বিশ্বত বিবাহ বিচ্ছেদৰ ঘটনা...

Read moreDetails

ক’ল ইণ্ডিয়া লিমিটেডৰ নিৰ্দেশৰ পিছতে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ গণ আন্দোলনৰ হুংকাৰ

ক’ল ইণ্ডিয়া লিমিটেডে উত্তৰ-পূব কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাত সকলো খনন কাৰ্য্য অনিদিষ্ট কাললৈ বন্ধ কৰি দিয়াৰ পিছতে বিষয়টোক লৈ মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই...

Read moreDetails

ছেপ্টেম্বৰলৈকে ভাৰতত নিৰ্মূল হ’ব কৰ’না মহামাৰী! নতুন প্ৰতিবেদনত দাবী বিশেষজ্ঞৰ

কৰ’না ভাইৰাছৰ সংক্ৰমণ কেতিয়া সমাপ্ত হ’ব তাক লৈ আহিছে এক নতুন খৱৰ। কোভিড-১৯ মহামাৰী ছেপ্টেম্বৰৰ মাজভাগলৈকে ভাৰতত শেষ হ’ব পাৰে।...

Read moreDetails

জেঠৰ দ্বিতীয়টো বানত প্লাৱিত কৃষ্ণাইৰ বিস্তীৰ্ণ অঞ্চল; বানে উটুৱাই নিলে কাঠৰ দলং

জেঠমাহৰ দ্বিতীয়টো বানে প্লাৱিত কৰিলে কৃষ্ণাইৰ বহু কেইখন গাওঁ ৷ মেঘালয়ৰ ঢলে পুনৰ বুৰালে কৃষ্ণাইৰ বহু গাওঁৰ লগতে বহু কৃষিভূমি। হঠাৎ...

Read moreDetails

লকডাউন বিধি উলংঘা কৰি চুলি কটাই ৮ লাখ টকা জৰিমনা ভৰিলে দুগৰাকী ফুটবলাৰে

লকডাউনৰ নিয়ম উলংঘা কৰি এক শকত অংকৰ ধন জৰিমনা হিচাপে ভৰিবলগীয়া হ’ল দুগৰাকী প্ৰসিদ্ধ ফুটবলাৰে। জাৰ্মানীত লকডাউনৰ সুৰক্ষাৰ নিয়ম ভংগ...

Read moreDetails

২৫০০ৰ দিশে অসমত ক’ভিড আক্ৰান্ত, দিনটোত চিনাক্ত ২৩০

৭৬গৰাকী নতুন ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত মুঠ আক্ৰান্ত শনিবাৰে ২৪৭৩লৈ বৃদ্ধি পাইছে। আক্ৰান্তসকলৰ মাজত আছে ধুবুৰীৰ ২৩, দৰঙৰ ২২,...

Read moreDetails

প্ৰতিবাদ-বিতৰ্কৰ মাজতে উঃপূঃ কয়লাক্ষেত্ৰত সকলো খনন বাতিলৰ নিৰ্দেশ ক’ল ইণ্ডিয়া লিমিটেডৰ

দিহিং-পাটকাইত কয়লা খননক লৈ চলিত বিতৰ্ক আৰু প্ৰতিবাদৰ মাজতে ক’ল ইণ্ডিয়া লিমিটেডে উত্তৰ-পূব কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাত সকলো খনন বাতিলৰ নিৰ্দেশ দিছে।...

Read moreDetails

মেট্ৰিকৰ ফলাফলৰ পিছতে “আত্মহত্যা” প্ৰথম বিভাগ পোৱা ছাত্ৰীৰ

কংকিতা বৰা নামৰ যোৰহাটৰ ছাত্ৰী এগৰাকীয়ে শনিবাৰে মেট্ৰিকৰ ফলাফল ঘোষণাৰ পিছতে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে। কংকিতাই আজি ঘোষিত...

Read moreDetails

হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকললৈ মুখ্যমন্ত্ৰীৰ অভিনন্দন

আজি ফলাফল ঘোষণা কৰা অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত স্থান লাভ...

Read moreDetails

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণৰ বিশেষ কৰ্মশালা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত প্ৰকৃতি সংগঠন আৰণ্যক আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত বন্যপ্ৰাণী...

Read moreDetails
Page 3402 of 6186 1 … 3,401 3,402 3,403 … 6,186

Stay Connected

Recent News