আয়কৰ বিভাগে নতুন সুবিধা আগবঢ়াইছে কৰতাদাসকলৰ বাবে। এই সুবিধা অনুসৰি তেওঁলোকে বিনামূল্যে মাত্ৰ ১০ মিনিটতে পাব পানকাৰ্ড। আধাৰ কাৰ্ড থকা...
Read moreDetailsযোৰহাট জিলাৰ টীয়কত আজি আছুকৰ্মী আৰু অগপকৰ্মীৰ মাজত এখন খণ্ডযুদ্ধ লাগে। বিয়লি অনুষ্ঠিত অগপৰ এখন কৰ্মীসভালৈ অহা অগপৰ সভাপতি তথা...
Read moreDetailsযিকোনো চৰকাৰী, বেচৰকাৰী কামতে আজিকালি আধাৰ কাৰ্ড নহ’লেই নহয়। চৰকাৰী সাহায্যৰ পৰা ছিম কাৰ্ড উলিওৱালৈকে সকলো ক্ষেত্ৰতে কাৰ্ডখন সহায়ক হয়।...
Read moreDetailsঅমিতা আমাৰ সকলোৰে পৰিচিত।মানুহে অমিতাক ফল আৰু পাচলিৰূপে গ্ৰহণ কৰা দেখা যায়। ফলৰূপে কেঁচাকৈ আৰু পাচলিৰূপে সিদ্ধ কৰি অমিতা খোৱা...
Read moreDetailsআধাৰ পঞ্জীয়নৰ ক্ষেত্ৰত পিছপৰি থকা অসম তথা উত্তৰ-পূবৰ লোকসকলক পঞ্জীয়ন কৰাত সহায় কৰাৰ বাবে ষ্টেইট বেংক অব ইণ্ডিয়াই এটা তিনিদিনীয়া...
Read moreDetailsযদি আপোনাৰ ঘৰত ছোৱালী আছে তেনে আপুনি লাভ কৰিব ৬ লাখ টকা। চৰকাৰৰ ‘সুকন্যা সমৃদ্ধি যোজনা’ৰ অধীনত ছোৱালীজনীয়ে লাভ কৰিব...
Read moreDetailsষ্টেইট বেংক অব ইণ্ডিয়াই ইয়াৰ কিছুমান গ্ৰাহকলৈ দিয়া জাননীৰ প্ৰতি সঁহাৰি দিবলৈ মাজত মাথোঁ এক সপ্তাহ সময় আছে। ২৮ ফেব্ৰুৱাৰিৰ...
Read moreDetailsবিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ত্ৰয়োদশ বাৰ্ষিক আৱাসিক প্ৰকৃতি শিৱিৰৰ ২১ ফেব্ৰুৱাৰীত...
Read moreDetailsএন আৰ চিৰ চূড়ান্ত তালিকাত ‘সন্দেহযুক্ত মানুহ’ অন্তৰ্ভুক্ত হৈছে ! এই দাবী এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ।...
Read moreDetailsসদ্য প্ৰয়াত বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈৰ মৃত্যুৰ পিছতেই খালী হোৱা ১০৮ নং শিৱসাগৰ বিধান সমষ্টিৰ উপ নিৰ্বাচনৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd