দেশদ্ৰোহত অভিযুক্ত চাৰ্জিল ইমামক আজি দিল্লীৰ পৰা গুৱাহাটীলৈ ৰে’লযোগে লৈ অনা হয়। অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ দিয়া চাৰ্জিল...
Read moreDetailsউচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ বিতৰ্কিত আইএমডিটি আইন বাতিল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ ২০০৫ চনতে আছুৰ পৰা জাতীয় নায়কৰ সন্মান লাভ...
Read moreDetails‘অসম আৰক্ষীৰ শিশু মিত্ৰ কাৰ্য্যসূচী’ৰ অধীনত আজি বশিষ্ঠ আৰক্ষী থানাত ‘প্ৰটেকছন অব চিলড্ৰেন ফ্ৰম অফেনচেছ’ আৰু ‘জুভেনাইল জাষ্টিছ’ আইনৰ অন্তৰ্গত...
Read moreDetailsনগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ সোনাৰিবালিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আজি বিয়লি সংঘটিত হোৱা এক ভয়াবহ পথ দুৰ্ঘটনাত...
Read moreDetailsআঠখন ৰাজ্যত হিন্দুৰ ‘সংখ্যলঘু’ মৰ্যাদা বিচাৰি জনোৱা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন (পি আই এল) বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। সৰ্বোচ্চ...
Read moreDetailsঐতিহাসিক শিৱসাগৰৰ শিৱ দৌলত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ। শিৱৰাত্ৰিৰ আয়োজনত উখল-মাখল...
Read moreDetailsঅসম চৰকাৰৰ জলসিঞ্চন বিভাগে ১ আৰু ২ ফেব্ৰুৱাৰিত অনুস্থিত কৰা জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ ফলাফল ঘোষণাত বুধবাৰে গুৱাহাটী উচ্চ...
Read moreDetailsক্ৰমশঃ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে নগাঁও জিলাৰ ৰূপহীহাট অঞ্চল। বৃহস্পতিবাৰে আৰক্ষীয়ে ৰূপহীহাটত দুখনকৈ চুৰি বাইকসহ এটা গভাইত চোৰক আটক কৰিবলৈ...
Read moreDetailsবিগত ১৫ ফেব্ৰুৱাৰিত কণ্ঠ শিল্পী মানস ৰবীনক আজৰা আৰক্ষীয়ে আটক কৰাৰ পাছতেই মানস ৰবীনক লৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কৰা...
Read moreDetailsৰাতিপুৱা ব্ৰাছ কৰাৰ আগতেই পানী খোৱাৰ অভ্যাস গঢ়ি তোলাৰ চেষ্টা কৰক—কাৰণ ই শৰীৰৰ বাবে উপকাৰী। শুই থাকোতে দেহে আমি খোৱা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd