উত্তৰ-পূব

ভাৰতত চলি থকা প্ৰতিবাদৰ মাজতে আমেৰিকা-ফ্ৰান্সে সতৰ্ক কৰি দিলে ইয়াৰ নাগৰিকক

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত চলি থকা প্ৰতিবাদৰ সময়ত ঠায়ে ঠায়ে হিংসাত্মক কাৰ্য সংঘটিত হৈছে। উত্তৰ-পূৰ্বাঞ্চলত বিশেষকৈ অসম,...

Read moreDetails

নাগৰিকত্ব আইন; অসমত কূটনীতিকৰ কনভয়ত আক্ৰমণৰ প্ৰতিবাদ বাংলাদেশৰ

বুধবাৰে গুৱাহাটীত নাগৰিকত্ব আইনৰ বিৰুদ্ধে চলি থকা প্ৰবল প্ৰতিবাদৰ মাজতে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কনভয়ত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। তদুপৰি, বাংলাদেশৰ...

Read moreDetails

সাময়িকভাৱে সান্ধ্য আইন শিথিল গুৱাহাটীত; ক্ৰমাৎ স্বাভাৱিক হোৱাৰ দিশে পৰিস্থিতি

নাগৰিকত্ব আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদৰ ফলত প্ৰায় তিনিদিন ধৰি অচল হৈ পৰা গুৱাহাটী মহানগৰী আজি সামান্য প্ৰাণ চঞ্চল হৈ পৰা...

Read moreDetails

নাগৰিকত্ব আইনৰ বিৰোধিতা: আলফা নেতা জিতেন দত্তক গৃহবন্দী; গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা

গোটেই ৰাজ্য নাগৰিকত্ব আইনৰ বিৰোধিতাৰে মুখৰ হৈ পৰাৰ সময়তে চৰকাৰে সম্ভাৱ্য বৃহৎ প্ৰতিবাদী আন্দোলনটোক প্ৰতিহত কৰাৰ বাবে তৎপৰ হৈ পৰিছে।...

Read moreDetails

নাগৰিকত্ব আইনৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ ভাবুকিৰ মাজতে অসম আৰক্ষীত ব্যাপক সালসলনি

অসমত নাগৰিকত্ব আইনৰ বিৰুদ্ধে এক সুদীৰ্ঘ আন্দোলনৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনাৰ মাজতে অসম আৰক্ষীত পুনৰ ব্যাপক সালসলনি ঘটোৱা হৈছে। আৰক্ষী অধীক্ষকৰ...

Read moreDetails

আডছুৰ উদ্যোগত হাফলঙত মমবাতি লৈ সমদল; কেব বিৰোধিতাৰে উত্তাল পাহাৰীয়া জিলা

কেব বিৰোধী প্ৰতিবাদ কৰিবলৈ গৈ গুৱাহাটী আৰু উজনি অসমৰ ডিব্ৰুগড়ত মৃত্যু হোৱা চাৰি গৰাকী যুৱকৰ আত্মাৰ চিৰশান্তি কামনা কৰি শুকুৰবাৰে...

Read moreDetails

“কেব”ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল শংকৰদেৱ সংঘৰ ৫৩খন জিলা সমিতি

ৰাজ্যজুৰি জাতিধ্বংসী “কেব”ৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলি থকাৰ সময়তে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিল অসমৰ বৃহত্তম ধৰ্মীয়...

Read moreDetails

হাজাৰ হাজাৰ আবাল-বৃদ্ধ-বণিতাৰ অংশগ্ৰহণ “গণ অনশন”ত; চৰকাৰক সকীয়নি আছু আৰু শিল্পী সমাজৰ

বিতৰ্কিত তথা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ (আজিৰ পৰা আইন) বিৰুদ্ধে আজি গুৱাহাটীত আছু আৰু শিল্পী সমাজে আহ্বান জনোৱা গণ অনশনত...

Read moreDetails

“কেব”ৰ বিৰুদ্ধে ওলাই আহিল অৰুণাচলৰ ছাত্ৰ সমাজ; অসমৰ কাষত থিয় হোৱাৰ সংকল্প

আজি অৰুণাচল প্ৰদেশত ৰাজ্যখনৰ ছাত্ৰ সমাজে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এটা বৃহৎ প্ৰতিবাদী সমদল উলিয়ায়। ৰাজ্যখনৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ ছাত্ৰ...

Read moreDetails

“কেব” বিৰোধী প্ৰকৃত প্ৰতিবাদকাৰীক বদনামী কৰাৰ লক্ষ্য একাংশ দুষ্কৃতিকাৰীৰ

“কেব” বিৰোধী আন্দোলনটোক বিপথে নিয়া আৰু বদনামী কৰাৰ উদ্দেশ্যে একাংশ দুষ্কৃতিকাৰী প্ৰতিবাদ কৰাৰ নামত নামি পৰিছে বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্য্যকলাপত।...

Read moreDetails
Page 3928 of 6190 1 … 3,927 3,928 3,929 … 6,190

Stay Connected

Recent News