উত্তৰ-পূব

গুৱাহাটীত বিশাল বাইক ৰেলীৰে অন্তিম দিনৰ প্ৰচাৰ অভিযান বিজেপিৰ

লোকসভা নিৰ্বাচনৰ অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ শেষৰ দিনটোত দেওবাৰে নিজৰ শক্তি প্ৰদৰ্শনেৰে বিজেপিয়ে গুৱাহাটীত এক বিশাল বাইক ৰেলী উলিয়ায়। ...

Read moreDetails

সাধাৰণ সম্পাদক, উপ-সভাপতিক আক্ৰাছুৰ পৰা নিলম্বন

আক্ৰাছুৰ সাধাৰণ সম্পাদক গকুল বৰ্মন আৰু উপ-সভাপতি মুকুল বৰুৱাক আক্ৰাছুৰ পৰা নিলম্বন কৰে।এই কথা শনিবাৰে কোকৰাঝাৰ কালিপুখুৰীৰ আক্ৰাছুৰ আঞ্চলিক কাৰ্যালয়ত...

Read moreDetails

ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ অনা মহিলাগৰাকীৰ জামিন নাকচ কৰাটো বিচাৰিছে আৰক্ষীয়ে

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা মহিলাগৰাকীয়ে এটা উৎকোচ লোৱা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰত বিচাৰ চলি...

Read moreDetails

তৃতীয় পৰ্যায়ৰ ৫৪জন প্ৰাৰ্থীৰ ৮ জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

অসমত লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ এই চাৰিটা লোকসভা সমষ্টিত হ’ব...

Read moreDetails

সহানুভূতি আদায়ৰ বাবে নৰেন্দ্ৰ মোদীয়ে নিজকে চাহ বিক্ৰী কৰা বুলি কৈছিল, মোদী মিছলীয়া : ৰিপুন বৰা

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা শিলচৰৰ সাংসদ সুস্মিতা দেবে শনিবাৰে ধুবুৰী লোকসভা সমষ্টিৰ...

Read moreDetails

হিমন্ত বিশ্বৰ সমষ্টিৰ শুৱালকুছিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভানুলৈ শিল নিক্ষেপ

লোকসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ হৈ পৰাৰ সময়তে শনিবাৰে সন্ধিয়া শুৱালকুছিৰ এখন নিৰ্বাচনী সভাত প্ৰাক্তন আমোলা তথা...

Read moreDetails

সৰভোগৰ প্রাক্তন বিধায়িকা প্ৰণীতা তালুকদাৰৰ দেহাৱসান

সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়িকা, শিক্ষয়িত্ৰী, সমাজকৰ্মী প্ৰণীতা তালুকদাৰৰ (৮৫) শনিবাৰে আবেলি গুৱাহাটীৰ দিচপুৰ চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। বৃহত্তৰ বৰনগৰ অঞ্চলৰ প্ৰতিটো...

Read moreDetails

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনা, প্ৰি-কোৱাৰ্টাৰত শিৱ থাপা

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত চতুৰ্থটো পদক জয়ৰ লক্ষ্যৰে প্ৰতিদ্বন্দ্বিতা কৰা অসমৰ শিৱ থাপাই জয়েৰে অভিযান আৰম্ভ কৰি শনিবাৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত উপনীত...

Read moreDetails

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ হৈ উজলি উঠিল ৰিয়ান পৰাগ

আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলা উদীয়মান যুৱ ক্ৰিকেটাৰ অসমৰ ৰিয়ান পৰাগে শনিবাৰে ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত...

Read moreDetails

নাঙলৰ সমৰ্থনতহে অসমত পদুম ফুল ফুলিছে : হিমন্ত বিশ্ব শৰ্মা

'নাঙলৰ সমৰ্থনতহে অসমত পদুম ফুল ফুলিছে । অসমত যে পদুম ফুল ফুলিল সেইয়া নাঙলৰ সমৰ্থনৰ বাবেহে সম্ভৱ হৈছে। হাগ্ৰামা মহিলাৰী...

Read moreDetails
Page 4528 of 6191 1 … 4,527 4,528 4,529 … 6,191

Stay Connected

Recent News