উত্তৰ-পূব

বাথৌ ধৰ্মৰ বিষয়ে যুক্তি-তৰ্ক আৰু আলোচনা হ’ব লাগে : প্ৰমীলা ৰাণী ব্ৰহ্ম

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বড়োভূমি কোকৰাঝাৰ চহৰৰ বাগানশালিস্থিত বাথৌ মন্দিৰ প্ৰাংগণতো আজি পৱিত্ৰ বাথৌ দিৱস উলহ-মালহৰে উদযাপন কৰা হয়। দিনজোৰা...

Read moreDetails

থানাতে আত্মাহত্যা কৰিলে একাদশ অসম আৰক্ষী বেটেলিয়নৰ নায়কে

নগাঁও জিলাৰ সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ অন্তৰ্গত আঞ্জুপানী আৰক্ষী থানাত কৰ্মৰত এগৰাকী বেটেলিয়নে মানসিক ভাৰসাম্য হেৰুৱাই আত্মাহত্যা কৰা ঘটনাই সমগ্ৰ...

Read moreDetails

ৰাজ্যসভা অধিৱেশনৰ সমান্তৰালকৈ অসমজুৰি জ্বলিব জোঁৰৰ জুই

৩১ জানুৱাৰিত ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ সমান্তৰালকৈ অসমৰ জিলাই জিলাই জ্বলিব নাগৰিকত্ব বিধেয়ক বিৰোধী সহস্ৰ জোঁৰ, মঙলবাৰে ঘোষণা আছুৰ। বিতৰ্কিত...

Read moreDetails

ক’লা কাপোৰৰ আতংকত পানীকেঁচুৱাৰ কাপোৰ খুলোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ

মুখ্য মন্ত্ৰীক ক’লা পতাকাৰ ফ’বিয়াৰ পৰা বচাবলৈ আজি বিহালীৰ এটা অনুষ্ঠানৰ সময়ত পানীকেঁচুৱাৰ গাত থকা ক’লা ৰঙৰ গৰম কাপোৰ পৰ্য্যন্ত...

Read moreDetails

বিদেশী ন্যায়াধিকৰণতে হ’ব ডি ভোটাৰ সম্পৰ্কীয় গোচৰৰ শুনানি : উচ্চতম ন্যায়ালয়

আজি ২৯ জানুৱাৰি মঙলবাৰে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে এটা নিৰ্দেশ যোগে জনাই দিছে যে ডি ভোটাৰ সম্পৰ্কীয় গোচৰসমূহ অসমৰ মাননীয় বিদেশী...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে জাঁজীত আহোম জাতীয় গণমঞ্চৰ বৃহৎ জোঁৰ সমদল

হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰি অসমৰ খিলঞ্জীয়া জনগণৰ অস্তিত্বক নিঃশেষ কৰি দিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে জাঁজী...

Read moreDetails

কাৰ্বি আংলঙৰ চিলনীজানত এক ট্ৰাক সুৰা জব্দ আবকাৰী বিভাগৰ

কাৰ্বি আংলং আবকাৰী বিভাগে চিলনিজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকভৰ্তি দেশীয়ভাৱে প্ৰস্তুত বিদেশী সুৰা  (IMFL ) জব্দ কৰিছে। কাৰ্বি আংলং স্বায়ত্ত...

Read moreDetails

সোণোৱালক লাজত পেলাই অসমৰ সমস্যাক লৈ উদ্বেগ প্রকাশ কৰিলে নাগালেণ্ডৰ শাসক দলে

নাগৰিকত্ব বিধেয়কে অসমৰ মানুহৰ বাবে আনিব পৰা অস্তিত্বৰ সংকটক লৈ নিজৰ দুশ্চিন্তা প্ৰকাশ কৰিলে নাগালেণ্ডৰ শাসক দল এন ডি পি পি...

Read moreDetails

এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান ডিগবৈৰ অভিলাষ পাটোৱাৰীৰ

সদ্যঘোষিত এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰি ডিগবৈলৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰ অভিলাষ...

Read moreDetails

ক’লা পতাকা-আছু নেতা প্ৰহাৰ: চৰকাৰৰ ক্ষমা প্ৰাৰ্থনা দাবী হীৰেন গোহাঁইৰ

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰূপে মুখ্য মন্ত্ৰীৰ লগতে শাসকীয় বিজেপি নেতাসকলক ক’লা পতাকা দেখুওৱাৰ “অপৰাধ”ত ৰাজ্যজুৰি বিক্ষোভকাৰীক “গ্ৰেপ্তাৰ” আৰু নলবাৰীত কেইজনমান...

Read moreDetails
Page 4750 of 6192 1 … 4,749 4,750 4,751 … 6,192

Stay Connected

Recent News