উত্তৰ-পূব

৫০ হাজাৰ ‘ভূত’ কৰ্মচাৰী, ৬ মাহৰ দৰমহা অন্তৰ্ধান! মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ ২৩০ কোটিৰ দুৰ্নীতি

ছমাহৰ দৰমহাৰ কোনো লেখ-জোখ নাই। কোনেও অৱসৰ লোৱা নাই, কাকো নিলম্বিত কৰা হোৱা নাই, তথাপিও প্ৰায় ৫০ হাজাৰ চৰকাৰী কৰ্মচাৰী...

Read moreDetails

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

অসমৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে  উৎকোচৰ অভিযোগত শুকুৰবাৰে বিশ্বনাথ জিলাত আবকাৰী বিভাগৰ দুগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত উপ অধীক্ষক...

Read moreDetails

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে(ডিআৰআই) চোৰাং মেথামফেটামাইন টেবলেটৰ বিশাল চালান সৰবৰাহৰ চেষ্টা বিফল কৰে। ডিআৰআইয়ে ৩ জুন, ২০২৫ত আইজলৰ সমীপৰ আইজল-চাম্ফাই পথত...

Read moreDetails

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

ৰাজ্যৰ অভাৱনীয় বান পৰিস্থিতি নিয়ন্ত্রণ নোহোৱা পর্যন্ত এপিএছচিৰ (সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা) ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা স্থগিত ৰাখিবলৈ আহ্বান জনাইছে জাতীয়...

Read moreDetails

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

''হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অতি দ্রুত হাৰত থলুৱা মানুহৰ মাটি - ভেটি বহিৰাগত বণিয়াৰ দখললৈ যাব ধৰিছে।...

Read moreDetails

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

NEET PG পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এক বৃহৎ সিদ্ধান্ত হৈছে। আদালতৰ নিৰ্দেশ অনুসৰি অহা ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব...

Read moreDetails

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

যোৰহাট জিলাৰ মৰিয়নিৰ চেলেংহাটত সংঘটিত হৈছে এক পাশৱিক ঘটনা। পিতৃয়ে কুঁৱালৈ দলিয়ালে তিনিমহীয়া সন্তানক। চেলেংহাটৰ ডালিম চাহ বাগিছাৰ টেকলা লাইনত...

Read moreDetails

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি কমিটিয়ে পুনৰ ৰেপো ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰে (৬ জুন) আৰ বি আইৰ গৱৰ্ণৰ...

Read moreDetails

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

বেংকত ধন ৰখাটো আটাইতকৈ নিৰাপদ। বেছিভাগ মানুহেই তেনেকৈয়ে ভাবে। কিন্তু, সৰিয়হৰ ডুলিতে ​​ভূত থাকে? ৰাজস্থানৰ কোটাত থকা ব্যক্তিগত বেংকৰ এগৰাকী...

Read moreDetails
Page 486 of 6190 1 … 485 486 487 … 6,190

Stay Connected

Recent News