উত্তৰ-পূব

‘না খাউংগা না খানে দুংগা’ শ্ল’গান দিয়া বিজেপিৰ দিনতে সংঘটিত হৈছে ইটোৰ পিছত সিটো দুৰ্নীতি : কমল কুমাৰ মেধি

'দুৰ্নীতি সন্দৰ্ভত 'না খাউংগা না খানে দুংগা' শ্ল'গানেৰে শাসনত অধিষ্ঠিত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দিনত এটাৰ পিছত আন এটা...

Read moreDetails

দৰং আৰক্ষী আৰু মঙলদৈ টেৰিটৰিয়েল ফৰেষ্ট বীট অফিচৰ বনকৰ্মীৰ অভিযানত অবৈধ কাঠফলা কল জব্দ

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পত দৰং আৰক্ষী আৰু মঙলদৈ টেৰিটৰিয়েল ফৰেষ্ট বীট অফিচৰ বনকৰ্মীৰ এটা যুটীয়া গোটে অভিযান...

Read moreDetails

নগাঁৱৰ বঢ়মপুৰত টেম্পু চালকৰ মৃতদেহ উদ্ধাৰ

নগাঁও জিলাৰ বঢ়মপুৰ অঞ্চলৰ বঢ়মপুৰ হাইস্কুলৰ সমীপত থকা এটা দ' খাৱৈত  এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি...

Read moreDetails

ডেটিং আৰু ছেটিং কৰি দলত থকা মানুহ মই নহয় : মীৰা বৰঠাকুৰ

‘’মোক বিজেপিৰ প্ৰশান্ত গোস্বামীয়ে whatsapp message ৰ জৰিয়তে প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰাৰ জাননী দিছে। দলৰ নীতি নিৰ্দেশনা মানি...

Read moreDetails

ছিকিম মণিপল চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত অধ্যয়নৰতা অসমীয়া ছাত্ৰীৰ আত্মহত্যা

ছিকিম মণিপল চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত (Sikkim Manipal Institute of Medical Science) অধ্যয়নৰতা বৰ্ণালী পাঠক (২৩) নামৰ অসমৰ এগৰাকী ছাত্ৰী এগৰাকীয়ে...

Read moreDetails

শিক্ষক দিৱস: বোকাখাতত অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা কংগ্ৰেছৰ

শিক্ষক দিৱসত উপলক্ষে বুধবাৰে বোকাখাত ব্লক কংগ্ৰেছ সমিতিয়ে সমষ্টিৰ ৩টা জিলা পৰিষদ এলেকাৰ অৱসৰপ্রাপ্ত ১০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ বাসগৃহত গৈ সম্বৰ্ধনা...

Read moreDetails

ডিমৌত টেংকাৰৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী

আজি পুৱা প্ৰায় ৯.৩০ বজাত শিৱসাগৰ জিলাৰ ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱকে থিতাতে...

Read moreDetails

আন্দোলনকাৰী ১০৮ আৰু ১০২-ৰ কৰ্মচাৰীক জি ভি কে-ই এম আৰ আই কৰ্তৃপক্ষৰ সকীয়নি : কামত যোগ দিয়ক, নহ’লে বিকল্প কৰ্মচাৰী সাজু

ৰাজ্যত জৰুৰীকালীন স্বাস্থ্য সেৱা আগ বঢ়াই অহা ১০৮ আৰু ১০২-ৰ কৰ্মচাৰীসকলে শোষণ-বঞ্চনাৰ অভিযোগ তুলি বুধবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি আৰম্ভ...

Read moreDetails

ওদালগুৰিত অনুষ্ঠিত হ’ব উত্তৰ পূৰ্বাঞ্চল পৰ্যায়ৰ পোহনীয়া প্ৰাণী প্ৰদৰ্শনী

ওদালগুৰিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত এখন পোহনীয়া প্ৰাণীৰ মেগা প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে। ছেপ্টেম্বৰৰ ১৫ তাৰিখে স্থানীয় বিষ্ণুৰাভা কৃষ্টি...

Read moreDetails

নগাঁও জিলাৰ চামগুৰিত ১২ কেজি ওজনৰ অজগৰ উদ্ধাৰ স্থানীয় ৰাইজৰ

নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চামগুৰি তিনি আলিৰ এটা খালত বুধবাৰে নিশা এডাল অজগৰ সাপ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ...

Read moreDetails
Page 5196 of 6192 1 … 5,195 5,196 5,197 … 6,192

Stay Connected

Recent News