থাইলেণ্ডত অনুষ্ঠিত হোৱা ষ্টুডেণ্টছ অলিম্পিক এছিয়ান গেমছত ত্ৰিপুৰা জনজাতি এলেকা স্বায়ত্ব শাসিত জিলা পৰিষদৰ ফুটবল দলটোৱে পাকিস্তানৰ দলটোক পৰাস্ত কৰিছে।...
Read moreDetailsপশ্চিমবংগৰ ৫০ জন বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিকে শিলচৰত বাহৰ পাতি সদ্য প্রকাশিত এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰসংগত বিভ্রান্তিমূলক...
Read moreDetailsউগ্ৰপন্থা ত্যাগ কৰি নিজকে এগৰাকী সফল ৰাজনৈতিক নেতা হিচাপে প্ৰতিষ্ঠিত কৰা ত্ৰিপুৰা বিধানসভাৰ বিধায়ক বিজয় কুমাৰ ৰাংখোৱালে ত্ৰিপুৰাৰ দৰে ৰাষ্ট্ৰীয়...
Read moreDetailsএইবাৰ অসমৰ এন আৰ চি সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ মিত্ৰদল শিৱসেনাই। দলটোৰ মুৰব্বী উদ্ধৱ থাকৰেই এন আৰ চিৰ...
Read moreDetailsবিদেশী নাগৰিক সম্পৰ্কত প্ৰদান কৰা ৰায়ৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ বিৰুদ্ধে মন্তব্য কৰা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ...
Read moreDetailsঅসমত যোৱা ৩০ জুলাইত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত গোটেই দেশতে যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাত...
Read moreDetailsঅসমত চলি থকা এন আৰ চি প্ৰক্ৰিয়াক লৈ ৰাজনীতিৰ নামত সাম্প্ৰদায়িক উচটনি দিয়া তথা বাঙালীসকলৰ বিৰুদ্ধে এই প্ৰক্ৰিয়াটোক ষড়যন্ত্ৰ আখ্যা...
Read moreDetails“গুৱাহাটীৰ খোৱাপানী যোগানৰ সমস্যাটোক এটা নিৰ্বাচনী ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰি আহিছে প্ৰতিটো ৰাজনৈতিক দলে। কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছত...
Read moreDetailsআহোম স্বৰ্গদেউ শিৱ সিংহই আনি অসমত সংস্থাপিত কৰা ন্যায়বাগীশ কৃষ্ণৰাম ভট্টাচাৰ্য্যৰ উপৰিপুৰুষৰ নাম অন্তৰ্ভুক্ত হোৱা নাই এন আৰ চিৰ চূড়ান্ত...
Read moreDetailsএন আৰ চিক লৈ বিভিন্ন বিতৰ্কিত মন্তব্য আৰু অসন্তোষ প্ৰকাশ কৰাসকলৰ তালিকাত নাম লিখালে ৰাজ্যত শাসনত থকা বিজেপিৰ ৰাজ্যিক সভাপতি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd