উত্তৰ-পূব

কোকৰাঝাৰত বিটিচি সচিবালয় চৌহদৰ পৰা স্বচ্ছ ভাৰত অভিযান

কোকৰাঝাৰত আজি বিটিচি সচিবালয় চৌহদৰ পৰা ইয়াৰ কৰ্মচাৰী সকলে স্বচ্ছ ভাৰত অভিযানৰ এক কাৰ্যসূচী উলিয়াই। বিটিচিৰ প্ৰধান সচিব চন্দ্ৰ ফুকন,...

Read moreDetails

কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলাৰ হজযাত্ৰীৰ বাবে আয়োজন প্ৰতিষেধক ছিটা প্ৰদান শিবিৰ

কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলাৰ হজযাত্ৰীসকলৰ বাবে ৮ জুলাইত এক প্ৰতিষেধক ছিটা প্ৰদান শিবিৰ আয়োজন কৰা হৈছে। কামৰূপ মহানগৰ জিলা...

Read moreDetails

বিদেশী ন্যায়াধিকৰণত গোচৰৰ সন্মুখীন হোৱা দুখীয়া-নিৰক্ষৰ লোকক আইনী সাহায্য প্ৰদানৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

সন্দেহজনক বিদেশী বুলি ধাৰণা কৰা দুখীয়া আৰু নিৰক্ষৰ লোকসকলক প্ৰয়োজন সাপেক্ষে গোচৰ চলাবলৈ আইনী সাহায্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে...

Read moreDetails

অগপ বিধায়ক-গড়কাপ্তানী বিভাগৰ বৈঠক : প্ৰয়োজনীয়তাৰ ভিত্তিত ধন আবন্টনৰ ঘোষণা হিমন্ত বিশ্বৰ

বিজেপি বিধায়কৰ পাছত চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদৰ বিধায়কৰ সৈতে আজি ৭ জুলাইত পথৰ নিৰ্মাণ আৰু মেৰামতি সম্পৰ্কে গড়কাপ্তানী বিভাগৰ...

Read moreDetails

দিল্লীত সংবাদমেল দি এন আৰ চিৰ কামত নিৰপেক্ষ স্থিতি ল’বলৈ আহ্বান জামাত-ই-ইছলামী হিন্দৰ

কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপিৰ চৰকাৰ দুখনৰ প্ৰতি অভিযোগৰ আঙুলি উঠাই আজি নতুন দিল্লীত জামাত-ই-ইছলামী হিন্দৰ নেতৃত্বই এখন সংবাদমেল দি কয়...

Read moreDetails

ওদালগুৰিত আৰক্ষীৰ জালত ৫ জনীয়া দুৰ্ধৰ্ষ চোৰৰ দল

এক গোপন সূত্ৰৰ পম খেদি ওদালগুৰি জিলাৰ টংলা আৰক্ষীৰ এটা দলে শুক্ৰবাৰে টংলা আৰক্ষী থানাৰ অন্তৰ্গত টংলা সাপ্তাহিক বজাৰৰ পৰা...

Read moreDetails

চাইবাৰ ড’ম প্ৰজেক্টৰ কাৰ্যালয় গৃহ উদ্বোধন মুখ্য মন্ত্ৰী সোণোৱালৰ

ডিজিটেল প্ৰেক্ষাপটৰ পটভূমিত উদ্ভৱ হোৱা সুৰক্ষাৰ প্ৰত্যাহ্বান সমূহৰ সৈতে উপযুক্তভাৱে মোকাবিলা কৰা আৰু চাইবাৰ অপৰাধসমূহ ৰোধ কৰাৰ দিশত প্ৰযুক্তিগতভাৱে অসম...

Read moreDetails

নলবাৰীত একেদিনাই দুটাকৈ গুৰুতৰ পথ দুৰ্ঘটনা; ভাগি চূচুৰ্মৈ ভুটানৰ যাত্ৰীবাহী বাহন

অসমত নৈমিত্তিক ঘটনাত পৰিণত হোৱা পথ দুৰ্ঘটনাৰ ধাৰাৱাহিকতা ৰক্ষা কৰি নলবাৰীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আজি ৭ জুলাইতে সংঘটিত হয় দুটাকৈ...

Read moreDetails

ইছলাম ধৰ্মত জনসংখ্যা নিয়ন্ত্ৰণ কৰাত কোনো বাধা নাই : ডাঃ ইলিয়াছ আলী

“ইছলাম ধৰ্মত জনসংখ্যা নিয়ন্ত্ৰণত কোনো বাধা নাই, পৰিয়াল পৰিকল্পনা ইছলামত নাই বুলি চলোৱা প্ৰচাৰ ভুল।” এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে ডাঃ...

Read moreDetails

আমগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ নেতাৰ দ্বাৰা যান-বাহনৰ পৰা ধন সংগ্ৰহৰ অভিযোগ

শিৱসাগৰ জিলাৰ আমগুৰিৰ ৬১ নং ৰাজপথত নিশাৰ ভাগত লালিগুৰ পৰিবাহী যান-বাহনৰ পৰা একাংশ দুষ্কৃতিকাৰীয়ে নিশাৰ ভাগত আন্ধাৰৰ সুযোগ লৈ তালাচীৰ...

Read moreDetails
Page 5408 of 6193 1 … 5,407 5,408 5,409 … 6,193

Stay Connected

Recent News