অসমৰ সমাজ-ৰাজনীতি-সংস্কৃতিৰ পুৰোধা ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক তেওঁৰ মৃত্যু দিৱস ২০ জুনত সমগ্ৰ অসমবাসীয়ে সুঁৱৰি আহিছে। এইবাৰো কাইলৈ ৰাজ্যখনৰ বিভিন্ন...
Read moreDetailsকৈলাচহৰ চহৰত জলস্তৰ কমি আহিছে যদিও খাওৰাবিল, লিটিয়াপুৰা আৰু দেবীপুৰ আদি গাঁও এতিয়াও বানপানীৰ কবলত আছে। অকল ত্ৰিপুৰাৰ বানাক্ৰান্ত এলেকাৰ পৰাই...
Read moreDetailsআমেৰিকাৰ ফ্ল'ৰিডাত আজিৰে পৰা অনুষ্ঠিত এশিঙীয়া গঁড় সংৰক্ষণত জড়িত বিশ্বৰ বিভিন্ন আগশাৰী প্ৰকৃতি সংগঠনৰ প্ৰতিনিধিৰ উচ্চ প্ৰশিক্ষণ কৰ্মশালাত এজন মুখ্য...
Read moreDetailsকাৰ্বি আলং জিলাৰ ডকমকাত ৰাইজৰ মাৰত নিহত হোৱা অভিজিত-নীলোৎপলৰ আদ্যশ্ৰাদ্ধ উপলক্ষে বিশ্বনাথ জিলা আদালতৰ সন্মুখৰ ‘বীৰভূমি’ প্ৰাঙ্গণত আজি ১৯ জুনত বিশ্বনাথ...
Read moreDetailsসোমবাৰে ৰাজ্যৰ ১৯খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিবলৈ দিনজোৰা কাৰ্যসূচী লৈ অসমলৈ অহা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৰাজ্যৰ...
Read moreDetailsগোৱালপাৰা ৰংজুলিৰ ধনুভাঙাৰ দেওশীলা দলঙৰ তলত আজি ১৯ জুনৰ পুৱা প্ৰায় ছবছৰ মান বয়সৰ বোবা ল’ৰা এটা অসুস্থ অৱস্থাত উদ্ধাৰ হৈছে।...
Read moreDetailsকলিয়াবৰ মহকুমা প্ৰশাসনে আজি অৰ্থাৎ মঙলবাৰে কলিয়াবৰত ৰাজ্য চৰকাৰৰ খাদ্য সুৰক্ষা বিভাগৰ সহযোগত খাদ্য সুৰক্ষা বিষয়ক এলানি অভিযান চলায়। কলিয়াবৰৰ বাণিজ্যিক কেন্দ্ৰ...
Read moreDetailsবৰাক আৰু কুছিয়াৰা নদীৰ পানী বিপদ সীমাৰ তললৈ নামিছে যদিওঁ বহু স্থান এতিয়াও বানৰ কৱলত। ইয়াৰ মাজতেই বানৰ তাণ্ডৱ অব্যাহত আছে।...
Read moreDetailsলুংলেইৰ ছালেমৰ জ'ৱান লালডিনপুই নামৰ ছোৱালীজনী ন মাহ বয়সতেই নিউমোনিয়া আৰু পলিঅ’ৰ দ্বাৰা আক্ৰান্ত হৈছিল। ফলত তেওঁ কোনো দিন নিজৰ...
Read moreDetailsকলিয়াবৰৰ জখলাবন্ধাৰ পৰা হাতীমুৰা মন্দিৰ সংযোগী পথৰ দুৰাৱস্থাই এতিয়া জীয়াতু ভোগাইছে অঞ্চলবাসী ৰাইজক। যান-বাহনৰ কথাটো বাদেই পথটোৰে চাইকেল তথা খোজকাঢ়ি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd